• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

4 years ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

43 minutes ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

1 hour ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

2 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

3 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

5 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

6 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

6 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

6 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

7 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

editor by editor
June 23, 2022
in ভাৰত
0
জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?
0
SHARES
73.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী কৰ্মচাৰীসকলে অতি সোনকালে অৰ্থাৎ ২০২২ চনৰ জুলাই মাহত সংশোধিত তথা বৰ্ধিত মৰগীয়া ভাট্টা (ডি এ) লাভ কৰিব পাৰে। উল্লেখ্য যে বছৰত দুবাৰকৈ ডি এ সংশোধন কৰা হয়, প্ৰথমবাৰ জানুৱাৰী আৰু দ্বিতীয়বাৰ জুলাই মাহত৷ তদুপৰি এইবাৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰৰ সৈতে তেওঁলোকৰ বেছিক দৰমহা বৃদ্ধি পাব পাৰে।

২০২২ চনৰ জুলাই মাহৰ বাবে ডি এৰ পৰিমাণ বৃহৎ বৃদ্ধি হ’ব পাৰে কাৰণ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে চৰকাৰে যোৱা দুবছৰ ধৰি বন্ধ কৰি ৰখা মৰগীয়া ভাট্টাও চলিত বৰ্ষৰ জুলাই মাহত মুকলি কৰিব পাৰে।

ক’ৰোনা মহামাৰীৰ বাবে ২০২০ চনৰ মে’ মাহত ২০২১ চনৰ ৩০ জুনলৈকে বিত্ত মন্ত্ৰালয়ে ডি এ বৃদ্ধি বন্ধ কৰি ৰাখিছিল। ইফালে, খবৰ অনুসৰি চৰকাৰেও অতি সোনকালে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিত অনুমোদন দিব পাৰে। কৰ্মচাৰী সংঘই দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰ ২.৫৭ গুণৰ পৰা ৩.৬৮ গুণলৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছে।

লগতে পঢ়ক স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

যদি তেওঁলোকৰ এই দাবী মানি লোৱা হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মজুৰি বা বেছিক দৰমহাও ১৮,০০০ৰ পৰা ২৬,০০০ তকালৈ বৃদ্ধি পাব। ইয়াৰ পূৰ্বে চৰকাৰে ২০১৭ চনত এণ্ট্ৰি লেভেলত দৰমহা বৃদ্ধি কৰিছিল। সেই সময়ত বেছিক দৰমহা  ৭,০০০ৰ পৰা  ১৮,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল।

গতিকে যদি ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও জুলাই মাহত তেওঁলোকৰ বেছিক দৰমহা বৃদ্ধিৰ লগতে বৰ্ধিত ডি এ লাভ কৰিব পাৰে।

ফিটমেণ্ট ফেক্টৰটো কি?

ফিটমেণ্ট ফেক্টৰ হৈছে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগে (চিপিচি) ব্যৱহাৰ কৰা এটা পৰিসংখ্যা যাৰ সহায়ত ৬ নং কেন্দ্ৰীয় দৰমহা আয়োগৰ ব্যৱস্থাত (পে ইন পে বেণ্ড + গ্ৰেড পে) বেছিক দৰমহাক গুণ কৰি সংশোধিত দৰমহা গাঁথনিত (সপ্তম চিপিচি) বেছিক দৰমহা নিৰ্ধাৰণ কৰা হয়৷

লগতে পঢ়ক ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত

সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগে প্ৰণয়ন কৰা ফিটমেণ্ট ফেক্টৰ হৈছে ২.৫৭। ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ পিছত বৃদ্ধিৰ কোৱাণ্টাম আশা কৰা হৈছে৷ যদি ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হয়, তেন্তে কৰ্মচাৰীৰ দৰমহা যথেষ্ট বৃদ্ধি পাব পাৰে।

এই কথা বুজাবলৈ এটা উদাহৰণ লওঁ আহক। ধৰি লওক চৰকাৰে চাহিদা অনুসৰি ফিটমেণ্ট ফেক্টৰটো ৩.৬৮ গুণলৈ বৃদ্ধি কৰিলে; কৰ্মচাৰীসকলৰ ন্যূনতম মজুৰি হ’ব ২৬,০০০ টকা।

১৮,০০০ টকাৰ বেছিক দৰমহাৰ ওপৰত সকলো ভাট্টা যোগ কৰাৰ পিছত ২.৫৭ ফিটমেন্ট ফেক্টৰ (১৮,০০০ x ২.৫৭ = ৪৬,২৬০) অনুসৰি দৰমহা ৪৬,২৬০ টকালৈ বৃদ্ধি পাব। যদি ফিটমেণ্ট ফেক্টৰ ৩.৬৮ হয়, তেন্তে দৰমহা  ৯৫,৬৮০ (২৬,০০০ x ৩.৬৮ = ৯৫,৬৮০) টকালৈ বৃদ্ধি পাব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDearness Allowance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
Next Post
গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.