• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

4 years ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

22 minutes ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

1 hour ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

2 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

3 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

4 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

5 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

5 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

6 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

6 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

9 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

9 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

editor by editor
June 23, 2022
in বিজ্ঞান, বিবিধ, বিশ্ব
0
স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ
0
SHARES
935
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ সাগৰীয় উপকূলত উদ্ধাৰ হৈছে এটা পচি যোৱা ছালৰ এক অদ্ভুত ৰহস্যময়ী সাগৰীয় প্ৰাণী। চ’ছিয়েল মিডিয়াৰ এজন ইউজাৰ ক্ৰীষ্টিন টিলটছনে ৰেডিটত পোষ্ট কৰা ছবিবোৰত দেখা গৈছে যে বেজীৰ দৰে দাঁত থকা এটা জীৱ শিলৰ স্তূপৰ ওপৰত মৃত অৱস্থাত পৰি আছে। শৰীৰৰ অংগবোৰ প্ৰায় খোলা হৈ পৰি থকা এই ৰহস্যময়ী জীৱটোৰ ছালখন পচি যোৱাৰ দৰে দেখা গৈছে। ক্ৰীষ্টিন টিলছনে প্ৰকাশ কৰা মতে এই ৰহস্যময়ী অদ্ভুত জীৱটো অৰগেন ব্ৰুকিংছ মিল বিচত দেখা পাইছিল৷

টিলছনে ছচিয়েল মিডিয়া পোষ্টটো শ্বেয়াৰ কৰাৰ পিছৰে পৰা ভাইৰেল হৈ পৰিছে। ফ’টোসমূহত মন্তব্য কৰি বহু ব্যৱহাৰকাৰীয়ে ই কি হ’ব পাৰে তাৰ অনুমান কৰিছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘মই ভাবো ইয়াৰ নাম Aaaaagh!’’ আন এজন ব্যৱহাৰকাৰীয়ে অনুমান কৰি কয় যে ই এটা বিপজ্জনক পহুৰ ইল হ’ব পাৰে! কোৱা হয় যে উলফ ইল উত্তৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত পোৱা যায়। কিন্তু তৃতীয়জন ব্যৱহাৰকাৰীয়ে জনোৱা মতে, ইলৰ দাঁত ইমান ডাঙৰ নহয় আৰু লিংকোডে দৈনিক দাঁত সলনি কৰা বুলি জনা যায়। ইহঁতৰ দাঁতৰ ৰেখাবোৰ সৰু হোৱা দেখিবলৈ পোৱা যায়।

লগতে পঢ়ক এইসকল লোকে ভুলতো নহৰু নাখাব, নহ’লে স্বাস্থ্য অৱনতি ঘটিব পাৰে!

নিউজ উইকৰ মতে, ক্ৰীষ্টিন টিলটছনে হাড় সংগ্ৰহ কৰা এটা গোট আৰু ৰেডিটৰ এটা সাগৰীয় জীৱবিজ্ঞানী গোটেও এই কথাত একমত হৈছে যে এই অদ্ভুত জীৱটো হৈছে মাংকিফেচ প্ৰিকলবেক ইল (Monkeyface Prickleback Eel)৷ অৰ্থাৎ ই এক প্ৰকাৰৰ ইলেই।

টিলটছনে কয়, ‘‘যেতিয়া মই প্ৰথম দেখিছিলো, তেতিয়া মই উত্তেজিত আৰু বিভ্ৰান্ত হৈ পৰিছিলো। কিবা ওলাল নেকি চাবলৈ মই সাগৰৰ পাৰত খোজ কাঢ়ি ভাল পাওঁ৷ সেয়া জীৱ-জন্তুই হওক বা খোলাই হওক। মই ইয়াক বৰ আকৰ্ষণীয় বুলি ভাবিলো, কাৰণ দেখাত কেতিয়াও আগতে দেখা কোনো মাছৰ দৰে নহয়। দেখাত গভীৰ সাগৰীয় জীৱবোৰৰ ভিতৰত এটা যেন লাগিছিল।’’

লগতে পঢ়ক আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…

আউটলেটটোৰ মতে, বান্দৰ সদৃশ মুখৰ প্ৰিকলবেক ইল, যাক সাধাৰণতে Monkeyface Prickleback Eel বুলিও কোৱা হয়, ই উত্তৰ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ থলুৱা প্ৰজাতিৰ জীৱ। অৰেগনৰ পৰা বাজা কেলিফৰ্ণিয়া আৰু মেক্সিকোলৈকে শিলৰ ৰিফৰ বাসস্থানত ইহঁতক পোৱা যায়।

অদ্ভুত ৰূপৰ বাবে ইহঁতক বান্দৰমুখৰ ইল (monkeyface eels) বুলি কোৱা হয়। এই ইলিৰ মূৰৰ ওপৰত এটা ডাঙৰ গোট থাকে, যিটো বান্দৰৰ নাকৰ দৰে দেখা যায়।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEelMonkeyface Prickleback EelPricklebackPrickleback Eel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
Next Post
আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.