• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

4 years ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

6 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

7 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

8 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

8 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

9 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

9 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

10 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

11 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

12 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

12 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

13 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

editor by editor
June 23, 2022
in বিশ্ব, ৰাজনীতি
0
গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?
0
SHARES
552
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টাইৱানক আক্ৰমণৰ বাবে সাজু হৈছে নেকি চীন! এই প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় যুদ্ধ বিশেষজ্ঞ আৰু কূটনৈতিক মহলৰ মাজত চৰ্চা লাভ কৰিছে৷ বিশেষকৈ পুনৰবাৰ চীনে টাইৱানলৈ ২৯ খন যুঁজাৰু বিমান প্ৰেৰণ কৰাৰ পিছতে এই আশংকা প্ৰকাশ কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি চীনে টাইৱানৰ অঞ্চলটোক বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ অঞ্চল হিচাপে ঘোষণা কৰি টাইৱানৰ আকাশমাৰ্গলৈ ২৯ খন যুঁজাৰু বিমান প্ৰেৰণ কৰিছে। টাইৱানৰ আকাশমাৰ্গত  চীনৰ যুদ্ধ বিমান আৰু এণ্টি ছাবমেৰিন বিমানো উৰি থকা দেখা গৈছে।

লগতে পঢ়ক আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

এয়া তৃতীয়বাৰৰ বাবে চীনে টাইৱানলৈ বৃহৎ সংখ্যক যুঁজাৰু বিমান প্ৰেৰণ কৰিছে। চীনৰ এই কাৰ্যই সমগ্ৰ ইন্দো-পেচিফিক অঞ্চলৰ বাবে বেয়া খবৰ বুলিয়ে ধাৰণা কৰা হৈছে।

ইফালে টাইৱানে নিজৰ জেট বিমানেৰে চীনৰ যুদ্ধ বিমানসমূহ বহিষ্কাৰ কৰা বুলি দাবী কৰিছে। আনহাতে, চীনে টাইৱানক আক্ৰমণ কৰিব পাৰে বুলি আমেৰিকাই বহুবাৰ আশংকা প্ৰকাশ কৰি আহিছে। আমেৰিকাইও মুকলিকৈ ঘোষণা কৰিছে যে যদি এনে হয় তেন্তে টাইৱানক সহায় কৰিবলৈ মাৰ্কিন সেনা প্ৰেৰণ কৰিব।

লগতে পঢ়ক স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

চীনৰ এজন মানৱ অধিকাৰ কৰ্মীয়ে দাবী কৰিছে যে চীনৰ গোপন পৰিকল্পনা এটা অডিঅ’ ক্লিপত বন্দী হৈ আছে। তেওঁ ৫৭ মিনিটৰ এটা অডিঅ’ ক্লিপ মুকলি কৰি দাবী কৰে যে চীনৰ শীৰ্ষ সামৰিক বিষয়াসকলে টাইৱানৰ ওপৰত আক্ৰমণৰ কৰাৰ কথা কৈছে। এই অডিঅ’টো ফাদিল হোৱাৰ পিছত চীনে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

এই অডিঅ’ অনুসৰি চীনা সেনাই পাৰ্ল ৰিভাৰ ডেল্টাৰ ওচৰত এটা ছি ডিফেন্স ব্ৰিগেড নিৰ্মাণ কৰিব বিচাৰিছিল। এই অঞ্চলটোক চেনি উদ্যোগৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। এই নদী বদ্বীপত চীনৰ বহুতো গুৰুত্বপূৰ্ণ চহৰ আছে। এই অডিঅ’টোত কোৱা হৈছিল যে টাইৱান জলদ্বীপ আৰু দক্ষিণ চীন সাগৰৰ মাজত সহযোগিতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamchinaTiwan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…
নিয়োগ

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

September 2, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
Next Post
‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.