• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী

শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী

4 years ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

40 minutes ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

1 hour ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

4 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

4 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

5 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

5 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

5 hours ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

9 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

9 hours ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

10 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী

editor by editor
June 23, 2022
in বিবিধ, ভাৰত
0
শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী
0
SHARES
45.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এহাল ষ্টাৰ দম্পতী৷ বিগত ৮ বছৰে বৈবাহিক জীৱন যাপন কৰি আহিলেও দম্পতীহালৰ মাজত এবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন হোৱা নাই৷ অভিনেত্ৰী পত্নীয়ে সাংসদ স্বামীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছুক নহয়৷ এই অভিযোগ তুলি সাংসদ স্বামীয়ে অভিনেত্ৰী পত্নীৰে বিবাহ বিচ্ছেদ বিচাপি আদালতৰ দ্বাৰস্থ হৈছে৷

এই দম্পতীহাল হৈছে ওড়িশাৰ অভিনেতা তথা বৰ্তমানৰ লোকসভাৰ সাংসদ অনুভৱ মহান্তি আৰু অভিনেত্ৰী বৰষা প্ৰিয়দৰ্শিনী৷

অভিনেতা সাংসদ অনুভৱ মহান্তিয়ে অভিযোগ কৰাৰ মতে ২০১৪ চনতে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল যদিও তেওঁৰ পত্নী বৰষা প্ৰিয়দৰ্শিনীয়ে শাৰীৰিক সম্পৰ্ক স্থাপনত ইচ্ছুক নোহোৱাৰ বাবে এবাৰো তেওঁলোকৰ যৌন সম্পৰ্ক স্থাপন হোৱা নাই৷ সেয়ে তেওঁ পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে৷

লগতে পঢ়ক অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

ইতিমধ্যে কটক আদালতে অনুভৱ মহান্তি আৰু বৰষা প্ৰিয়দৰ্শিনীৰ বিবাহ বিচ্ছেদৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছে৷ আদালতে শুনানি গ্ৰহণ কৰিলেও এতিয়ালৈকে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰটো নিষ্পত্তি হোৱা নাই৷

আদালতে শুনানি গ্ৰহণ কৰি বৰষা প্ৰিয়দৰ্শিনীক অনুভৱ মহান্তিৰ পৈতৃক গৃহ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে৷ ইফালে আদালতে অনুভৱ মহান্তিক প্ৰিয়দৰ্শিনীৰ মাহেকীয়া খৰচৰ বাবদ প্ৰতি মাহে ৩০ হাজাৰ টকাকৈ দিবলৈ নিৰ্দেশ দিয়ে৷

আনহাতে অনুভৱ মহান্তিয়ে আদালতত পত্নী বৰষা প্ৰিয়দৰ্শিনীৰ উপাৰ্জন আৰু আয়ৰ উৎস প্ৰকাশ কৰিবলৈ এখন আবেদন জনাইছে৷ কিয়নো বৰষা প্ৰিয়দৰ্শিনী হৈছে ওড়িশাৰ এগৰাকী বিখ্যাত তথা ব্যস্ত অভিনেত্ৰী৷ অৱশ্যে অনুভৱ মহান্তিৰ এই আবেদন সম্পৰ্কত আদালতে এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই৷

লগতে পঢ়ক ‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

জানিব পৰা মতে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰটোৰ শুনানি যোৱা সপ্তাহত সমাপ্ত হৈছে৷ কিন্তু আদালতে এতিয়াও ৰায় প্ৰদানৰ পৰা বিৰত আছে৷

উল্লেখ্য যে কিছুদিন পূৰ্বে সাংসদ অনুভৱ মহান্তিয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল যে ২০১৪ চনতে তেওঁলোকে বিবাহপাশত আৱদ্ধ হ’লেও বৰষাৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক স্থাপন হোৱা নাই৷

অনুভৱ মহান্তিয়ে জনোৱা মতে একমাত্ৰ এইটো কাৰণতে তেওঁ বিবাহ বিচ্ছেদৰ আবেদন জনাইছে৷ তেওঁ আবেদনত উল্লেখ কৰিছে তেওঁলোকৰ বৈবাহিক জীৱন অসম্পূৰ্ণ হৈ আছে আৰু পত্নী বৰষাই তেওঁক ‘স্বামীৰ বৈবাহিৰ অধিকাৰ’ৰ বঞ্চিত কৰি আহিছে৷ তেওঁ কিমান দিনলৈ বৰষা প্ৰিয়দৰ্শিনীৰ স্বামী হৈ থাকিব সেয়া আদালতৰ ওপৰতহে নিৰ্ভৰ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actor mp anubhav mohantyactress barsha priyadarshiniasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDivorce
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

May 9, 2026
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

May 9, 2026
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিশ্ব

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

May 9, 2026
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু
ভাৰত

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

May 9, 2026
Next Post
বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

‘বিবাহ পূৰ্ব যৌনতা প্ৰকৃত প্ৰেম নহয়, অত্যধিক যৌনতাই সম্পৰ্ক ধ্বংস কৰে!’ এই বিতৰ্কিত মন্তব্য কাৰ?

‘বিবাহ পূৰ্ব যৌনতা প্ৰকৃত প্ৰেম নহয়, অত্যধিক যৌনতাই সম্পৰ্ক ধ্বংস কৰে!’ এই বিতৰ্কিত মন্তব্য কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.