• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

editor by editor
June 24, 2022
in বিবিধ, বিশ্ব
0
৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?
0
SHARES
46.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায়বোৰ মানুহেই ধন উপাৰ্জন কৰি পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হোৱাৰ সপোন দেখে৷ কিন্তু কিছুমান মানুহ আছে যি শাসন কৰিবলৈ জন্ম লৈ ৰাজভোগৰ নামত বিলাসী ৰাজপ্ৰসাদ আৰু বাহন ক্ৰয় কৰি জীৱন উপভোগ কৰে৷ অৱশ্যে এনে মানুহ খুব কমেই থাকে আৰু তাৰে এজন হ’ল হাছানাল বলকিয়া।

এই হাছানাল বলকিয়া হৈছে এছিয়াৰ এখন দেশৰ চুলতান তথা শাসক৷ এছিয়াৰ ব্ৰুনাই নামৰ ইছলামিক দেশখনৰ ৰাজতন্ত্ৰৰ অন্ত পৰিল যদিও এতিয়াও ইয়াৰ চুলচান তথা শাসনৰ ক্ষমতাত আছে এই হাছানাল বলকিয়া।

১৯৪৬ চনৰ ১৫ জুলাইত তৃতীয় চুলতান ওমৰ আলী ছাইফুদ্দিনৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল ব্ৰুনাইৰ ৭৫ বছৰীয়া চুলতান হাছানাল বলকিয়াৰ। চুলতান ওমৰ আলী ছাইফুদ্দিনৰ ১০টা সন্তান, ছয়জনী কন্যা আৰু চাৰিজন পুত্ৰৰ সৈতে কেইবাগৰাকীও পত্নী আছিল যদিও কম বয়সতে তেওঁ বলকিয়াক উত্তৰাধিকাৰী হিচাপে বাছি লৈছিল।

লগতে পঢ়ক বেংক একাউণ্টত বেলেঞ্চ শূণ্য নেকি! তথাপিও ১০ হাজাৰ টকা উলিয়াব পাৰিব! কিন্তু কেনেকৈ? 

হাছানাল বলকিয়াই মালয়েছিয়াৰ কুৱালালামপুৰৰ ভিক্টোৰিয়া ইনষ্টিটিউচন আৰু ইংলেণ্ডৰ ছেণ্ডহাৰ্ষ্টৰ ৰয়েল মিলিটাৰী একাডেমীত অধ্যয়ন কৰিছিল। হাছানাল বলকিয়াৰ তিনিগৰাকী পত্নীৰ পাঁচজন পুত্ৰ আৰু ৭ গৰাকী কন্যা আছে।

১৯৬৭ চনৰ ৪ অক্টোবৰত পিতৃৰ অৱসৰৰ পিছত ৰাজকুমাৰ হাছানালে বলকিয়া চুলতানৰ সিংহাসনত আৰোহণ কৰে। ১৯৬৮ চনৰ ১ আগষ্টত তেওঁৰ অভিষেক ঘটে। হাছানাল বলকিয়াক বিশ্বৰ আটাইতকৈ ধনী চুলতানসকলৰ ভিতৰত গণ্য কৰা হয়। ১৯৮০ চনলৈকে তেওঁ আছিল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি।

বিজনেছ ইনছাইডাৰৰ এক প্ৰতিবেদন অনুসৰি হাছানাল বলকিয়াৰ সম্পত্তিৰ মূল্য ১৪,৭০০ কোটিতকৈ অধিক আৰু তেওঁৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস হৈছে খাৰুৱা তেলৰ মজুত আৰু প্ৰাকৃতিক গেছ।

লগতে পঢ়ক শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী

চেলিব্ৰিটি নেট ৱৰ্থৰ মতে, হাছানাল বলকিয়া বিশ্বৰ অন্যতম ধনী ৰয়েল, যাৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ৩০ বিলিয়ন ডলাৰ। ইণ্ডোনেছিয়া, মালয়েছিয়া, ভিয়েটনাম আৰু থাইলেণ্ডৰ পিছতে ব্ৰুনাই হৈছে দক্ষিণ-পূব এছিয়াৰ পঞ্চমখন প্ৰধান তেল উৎপাদনকাৰী দেশ। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ৰপ্তানিৰ ফলত চুলতান হাছানাল বলকিয়াক বিশ্বৰ অন্যতম ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ১৯৮৮ চনত ফ’ৰ্বছ-এ চুলতান বলকিয়াক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্থান দিছিল।

বলকিয়াৰ গাড়ীৰো ভাল সংগ্ৰহ আছে। ব্ৰুনাইৰ চুলতানজনৰৰ হাতত আছে এখন সোণৰ প্লেটেড ৰ’লছ ৰয়েচকে ধৰি বিশ্বৰ সৰ্বাধিক বিৰল গাড়ী। হটকাৰছৰ এক প্ৰতিবেদন অনুসৰি বলকিয়াৰ হাতত আছে প্ৰায় ৭ হাজাৰ গাড়ী, যাৰ মূল্য ৫ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক হ’ব৷ তেওঁৰ হাতত আছে ৫০০ খন ৰ’লছ ৰয়েছ আৰু ৩০০ খন ফেৰাৰী।

Bornrich.com ৰ এক প্ৰতিবেদন অনুসৰি ব্ৰুনাইৰ চুলতানৰ হাতত আছে বিলাসী সুবিধাৰে সজ্জিত বহুতো ব্যক্তিগত জেট বিমান। তেওঁৰ আছে বয়িং ৭৪৭-৪০০, বয়িং ৭৬৭-২০০ আৰু এয়াৰবাছ এ৩৪০-২০০ জেট বিমান। প্ৰতিবেদন অনুসৰি বয়িং ৭৪৭-৪০০ জেট বিমানখন সোণৰ ৰং কৰা হৈছে আৰু ইয়াত ড্ৰয়িং ৰূম আৰু বেডৰুমকে ধৰি আন বহুতো সুবিধা আছে।

লগতে পঢ়ক ১ লাখ বিনিয়োগেৰে ৫০ লাখ টকা উপাৰ্জন! কেনেকৈ সম্ভৱ হ’ল এয়া?

তেওঁ যিটো প্ৰসাদত বাস কৰে সেই ৰাজপ্ৰসাদৰ মূল্য জানিও আচৰিত হ’ব। বলকিয়াৰ ইস্তানা নুৰুল ইমান পেলেচৰ মূল্য ২৫৫০ কোটিতকৈও অধিক। এই প্ৰাসাদটোত ১৭০০ ৰো অধিক কোঠা, ২৫৭ টা বাথৰুম আৰু পাঁচটা চুইমিং পুল আছে। ১১০ টা গেৰেজৰ উপৰিও ২০০ টা ঘোঁৰাৰ বাবে শীততাপ নিয়ন্ত্ৰিত আস্তাৱল আছে।

ব্ৰুনাইত কেৱল আৰু কেৱল বলকিয়াৰ শাসন চলি আছে। তেওঁ কেৱল ব্ৰুনাইৰ ৰজা নহয়, দেশৰ প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰী, আৰক্ষী অধীক্ষক, প্ৰতিৰক্ষা মন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীৰ অধিনায়ক।

টাইমছৰ এক বাতৰি অনুসৰি চুলি কটাৰ বাবে বলকিয়াই ১৩ লাখ টকা ব্যয় কৰে। বলকিয়াই মেফেয়াৰৰ ডৰচেষ্টাৰ হোটেলত কাম কৰা লণ্ডনৰ পৰা তেওঁৰ প্ৰিয় নাপিতক মাতি চুলি কাটে!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBruneiHassanal BolkiahSultan Of Brunei Hassanal Bolkiah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!

এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীলৈ বিশেষ উপহাৰ টাটাৰ, অফাৰ শুনিলে চকু কপালত উঠিব আপোনাৰ!

গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…

গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.