• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…

গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…

4 years ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

59 minutes ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

1 hour ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

2 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

2 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

2 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

3 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

4 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

5 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

6 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

6 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…

editor by editor
June 24, 2022
in জীৱনশৈলী, বিবিধ
0
গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুদক্ষিণা ভূঞাঃ গছ-লতা, জীৱ-জন্তু আৰু এই সমস্ত জীৱ জগত সূৰ্যৰ ৰশ্মিৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যই হৈছে মূল চালিকা শক্তি। বিশ্বজগতৰ কাৰণে সূৰ্যই হৈছে মূল সঞ্জীৱনী বা প্ৰাণদায়িনী শক্তি। সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ গতি কৰা প্ৰক্ৰিয়াটোৰ লগত জীৱ জগতৰ ওতপ্ৰোত সম্বন্ধ আছে। কাৰণ এই গোটেই সময়ছোৱাত সৃ্ৰ্যৰ ৰশ্মিৰ প্ৰভাৱ জীৱজগতৰ ওপৰত ভিন্ন। তদুপৰি সূৰ্য চন্দ্ৰ আৰু বতাহৰ শক্তিয়ে গৃহ নিৰ্মাণৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।

ঘৰবোৰ যদি প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি সজা হয়, এই প্ৰাকৃতিক শক্তিসমূহৰ কু-প্ৰভাৱ দূৰ কৰাৰ লগতে সু-প্ৰভাৱসমূহৰ উপকাৰী গুণ সংগ্ৰহ কৰিব পৰা যায়।

ৰাতিপুৱাৰ সূৰ্যৰ ৰশ্মিয়ে ঘৰৰ ভিতৰৰ প্ৰতিটো চুক-কোণ যাতে পোহৰাই তোলে, এই কথাটো নিশ্চিত কৰিব লাগে। কিয়নো ৰাতিপুৱাৰ সূৰ্যৰ ৰশ্মি ভিটামিন ‘ডি’ৰে পৰিপূৰ্ণ। আৰু ভিটামিন ‘ডি’ আমাৰ স্বাস্থ্যৰ বাবে অতিকে প্ৰয়োজনীয়। তাৎপৰ্যপূৰ্ণভাৱে ভিটামিন ‘ডি’ প্ৰকৃতিত প্ৰায় দুৰ্লভ। মানৱ শৰীৰে সূৰ্যৰ পৰাই এই মূল্যবান ভিটামিনবিধ প্ৰত্যক্ষভাবে আহৰণ কৰিব পাৰে। ইয়াৰ বিপৰীতে পিছবেলাৰ সূৰ্যৰ ৰশ্মিত তেজষ্ক্ৰিয় প্ৰক্ৰিয়াৰ সৃষ্টি হয় আৰু মানৱ শৰীৰকে ধৰি জীৱ জগতৰ প্ৰায়বোৰ সদস্যৰ বাবে এই ৰশ্মি অপকাৰী আৰু কু-প্ৰভাৱদায়ক।

লগতে পঢ়ক ৭ হাজাৰ বিলাসী বাহন, ২৫৫০ কোটিৰ ৰাজপ্ৰসাদ, কে’বাখনো জেট বিমানৰ মালিক, এওঁ কোন?

সেয়েহে ঘৰ এটা নিৰ্মাণ কৰোতে পিছবেলাৰ সূৰ্যৰ ৰশ্মিৰ পৰিমাণ যাতে হ্ৰাস কৰিব পাৰি, সেই কথাটোত গুৰত্ব আৰোপ কৰিব লাগে।

যেতিয়া এটা ঘৰ দক্ষিণ বা পশ্চিম দিশত নিৰ্মাণ কৰা হয়, পূৱ আৰু উত্তৰ দিশৰ ভেটি দুটা সুষমভাৱে চাপৰ হ’ব লাগে, যাতে ঘৰটোৰ ভিতৰৰ পশ্চিম দিশৰ কোঠাবোৰলৈও বাধাহীনভাৱে ৰাতিপুৱাৰ সূৰ্যৰ ৰশ্মি বিয়পি পৰে। কিয়নো পুৱাৰ সূৰ্যৰ ৰশ্মিত প্ৰচুৰ পৰিমাণে থকা ভিটামিন ‘ডি’ ‘এফ’ আৰু ‘এ’— এই উপাদানসমূহ শৰীৰৰ প্ৰয়োজন সাপেক্ষে তেজৰ কোষৰ দ্বাৰা সূৰ্যৰ ৰশ্মিৰ পৰাই আহৰণ কৰি লয়।

ঘৰৰ পূৱ দিশৰ ভেটিটো, পশ্চিম দিশৰ ভেটিটোতকৈ চাপৰ হোৱাৰ লগতে পূৱ দিশটো আহল বহল হ’ব লাগে, যথেষ্ট পৰিমাণে দুৱাৰ-খিৰিকী থাকিব লাগে আৰু যিমান পৰা যায় এই দুৱাৰ- খিৰিকীবোৰ আহল-বহল হ’ব লাগে। যাতে ওপৰত উল্লিখিত প্ৰতিটো মূল্যৱান, আৰোগ্যকাৰী, ঔষধিযুক্ত উপাদানসমূহ আহৰণ কৰি উপকৃত হ’ব পৰা যায়।

লগতে পঢ়ক ‘বিবাহ পূৰ্ব যৌনতা প্ৰকৃত প্ৰেম নহয়, অত্যধিক যৌনতাই সম্পৰ্ক ধ্বংস কৰে!’ এই বিতৰ্কিত মন্তব্য কাৰ?

আনহাতে ঘৰৰ পশ্চিম দিশটোৰ খিৰিকীবোৰ সৰু আকাৰৰ হ’ব লাগে। কিন্তু পূৱ দিশৰ দৰেই মুকলি, বাধাহীন হ’ব লাগে। এই দিশত থকা কোঠাবোৰৰ ভিতৰৰ দুৱাৰবোৰ পূৱৰ দৰেই আহল বহল হ’ব লাগে; যাতে বাধাহীনভাৱে সূৰ্যৰ ৰশ্মি আৰু বতাহ প্ৰৱেশ কৰিব পাৰে। কিয়নো এনেক্ষেত্ৰত উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰা ‘চুম্বকীয় ঢৌ’ বতাহৰ লগত ওলাই যাব পাৰে। ইয়াৰ দ্বাৰা ঘৰটোৰ ভিতৰত পুঞ্জীভূত আৱদ্ধ দুষিত বিষাক্ত বতাহ নিবাৰণ হয় বা হ্ৰাস হয়।

পশ্চিম দিশৰ ভেটিটো ওখ হোৱা, বেৰবোৰ ডাঠ হোৱা, খটখটি নিৰ্মাণ কৰা, গধূৰ মেচিনেৰী সামগ্ৰী আৰু আন গধূৰ সামগ্ৰী প্ৰতিষ্ঠা কৰা, ভঁৰাল প্ৰতিষ্ঠা কৰা ইত্যাদি কাৰ্যৰ অন্তৰালৰ কাৰণ হ’ল ঘৰৰ ভিতৰৰ পশ্চিম দিশটোত সূৰ্যৰ উত্তাপৰ উচিত সমতা স্থাপন কৰা আৰু সূ্ৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা ঘৰৰ ভিতৰৰ দক্ষিণ, পশ্চিম দিশ দুটা সুৰক্ষিত কৰা।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.