• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

4 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

2 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

2 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

2 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

3 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

4 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

7 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

7 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

10 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

editor by editor
June 24, 2022
in অপৰাধ, ভাৰত
0
অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঢ়া-শুনাৰ সময়ত শিক্ষাৰ্থীয়ে সাধাৰণ ধেমালি তথা অমনোযোগ দিয়াটো তেনেই স্বাভাৱিক। কিন্তু বহু সময়ত ছাত্ৰ-ছাত্ৰীয়ে দুষ্টামিৰ নামত অপৰাধোমূলক কাৰ্যও সংঘটিত কৰে৷

এতিয়া এনে এক কাণ্ড পোহৰলৈ আহিছে৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে অনলাইন ক্লাছৰ সময়ত দুই শিক্ষাৰ্থীয়ে জুমবম্বিঙেৰে এখন পৰ্ণ ফিল্ম প্ৰদৰ্শন কৰি আৰু তাৰ পিছত নিজৰ গুপ্তাংগ দেখুৱাবলৈ আৰম্ভ কৰিছিল। ঘটনাটো মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্ত শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে৷

ঘটনাৰ বিৱৰণীৰ মতে এপ ভিত্তিক কোচিঙৰ শিক্ষাৰ্থীসকল অনলাইন ক্লাছত ব্যস্ত আছিল। হঠাতে ক্লাছৰ মাজতে এখন পৰ্ণ চিনেমা চলিবলৈ ধৰিলে। এই কথা দেখি শিক্ষয়িত্ৰী আৰু সকলো শিক্ষাৰ্থী স্তম্ভিত হৈ পৰে। কোনোৱে একো বুজি পোৱাৰ আগতেই অভিযুক্ত শিক্ষাৰ্থী দুজনে নিজৰ নিজৰ যৌনাংগ দেখুৱাবলৈ ধৰিলে।

লগতে পঢ়ক গৃহ নিৰ্মাণত সূৰ্যৰ ৰশ্মিৰ সু আৰু কুপ্ৰভাৱ! জানিবলৈ চাওক…

ইয়াৰ পিছতে কোচিং অপাৰেটৰৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে দুয়োগৰাকী অভিযুক্ত শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত শিক্ষাৰ্থী দুজন ক্ৰমে বিবিএৰ ছাত্ৰ অনিকেত সিং ৰাজপুত আৰু নীটৰ বাবে প্ৰস্তুতি চলাই থকা আদিত্য সিং বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

ইফালে অভিযুক্ত দুই শিক্ষাৰ্থী এই অনলাইন ক্লাছৰ পঞ্জীয়নভুক্ত ছাত্ৰ নহয় বুলি দাবী কৰা হৈছে৷ বৰঞ্চ জুমবম্বিঙৰ জৰিয়তে এই ঘটনা সংঘটিত কৰিছিল।

জুমবম্বিঙে জুম বা ভিডিঅ’ কনফাৰেন্সিং কলত অচিনাকি লোকৰ অবৈধ অনুপ্ৰৱেশক বুজায়। এনে লোকৰ উদ্দেশ্য হ’ল কোনো ভিডিঅ’ কল বা অনলাইন মিটিংত প্ৰৱেশ কৰি অশ্লীল ভিডিঅ’ বা কোলাহলৰ দ্বাৰা অশান্তি সৃষ্টি কৰা।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamzoombombing
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.