• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

4 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

3 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

4 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

5 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

6 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

6 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

7 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

8 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

9 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

9 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

editor by editor
June 24, 2022
in অসম
0
বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান
0
SHARES
652
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা এটা পষেক ধৰি অসমত বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। নামনি আৰু মধ্য অসমত বানে জনজীৱন স্তব্ধ কৰি পেলাইছে। দৰং, নগাও, মৰিগাও, কামৰূপ আৰু নলবাৰীত এইবাৰে ধাৰণ কৰিছে কালৰূপ। হাজাৰ হাজাৰ হেক্টৰ মাটিৰ খেতি ধ্বংস হোৱাৰ লগতে লাখ লাখ মানুহে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।

খাদ্য আৰু পানীৰ অভাৱত কলমলাইছে বানাক্ৰান্ত মানুহে। বিশেষকৈ নলবাৰী জিলাৰ বৰভাগত নোনা আৰু পাগ্লাদিয়া নদী ভঙাৰ ফলত মানুহৰ দুৰ্যোগ কল্পনা কৰিব নোৱাৰা বিধৰ। দুৰ্ভিক্ষ পীড়িত শ্ৰীলংকাৰ দৰে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিছে জনতাই। এনে দুৰ্যোগৰ মাজতে এইবাৰ সকলোৰে দৃষ্টি কাঢ়িছে এটা বিশেষ যুৱকৰ দলে।

বানপানী আৰম্ভ হোৱাৰে পৰা দিন ৰাতি বানাক্ৰান্ত শিবিৰত খাদ্য ব্যৱস্থা কৰাৰ লগতে ২৪০০ ঘৰ পৰিয়ালক যোগান ধৰিছে খাদ্যৰ টোপোলা আৰু শিশুৰ খাদ্য। অৰাজনৈতিক স্বেচ্চাসেবী চিফুং দ্য আৰ্টিষ্ট, পূব নলবাৰী যুৱ সমাজ আৰু টীম পাগলাদিয়াৰ দলটোত আছে ১৫ বছৰীয়া ১০ জন চেমনীয়াৰ লগতে ৭২ বছৰীয়া বয়োজেষ্ঠ্য ব্যক্তি।

লগতে পঢ়ক অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ পৰিকল্পনা আৰু নেতৃত্বত গঢ় লৈ উঠা এই দলটো তদাৰক কৰিছে যোগেন কলিতা, ভাস্কৰ তালুকদাৰ, ভবেশ কলিতা,পংকজ ভাইটী, চুনু সঞ্জয়, অনুপ বৰ্মন, উৎপল বৈশ্য, দশৰথ বৰ্মন, শৈলেন সাধু, হিতেশ বৰ্মন আৰু শ্বাহ আলমে। কামত সহায় কৰিছে ৰাজ, বিকি, চিন্তু, চম্পক, চিন্ময়ৰ দৰে চেমনীয়াসকলে।

চৰকাৰ প্ৰশাসনতকৈ বানাক্ৰান্তৰ বাবে এই দলটো হৈ পৰিছে অধিক ভৰষাৰ স্থল। ইতিমধ্যে এই দলটোৰ ওচৰত সহায়ৰ বাবে থিয় হৈছে ৰাজ্য খনৰ লগতে বিদেশৰো কেবাজনো ব্যক্তিয়ে। বহু লোকে স্বেচ্ছাই বানাক্ৰান্তৰ সহায়ৰ বাবে দলটোক যোগান ধৰিছে বিভিন্ন সামগ্ৰী। ইতিমধ্যে দলটোৱে বৰভাগৰ লগতে সন্ধা,চেংনৈ, দোকোহা, কেন্দুকুছি, বৰ্মন চুবুৰী, পিপলীয়া, পাইকাৰকুছি, খাৰবান্ধা, কটকীয়া, ঘগ্ৰাপাৰ, সস্তাৰকে ধৰি বৃহত্তৰ অঞ্চলত খাদ্যৰ যোগান ধৰিছে৷ ইফালে পূব নলবাৰী কলেজ, বোধিদ্ৰুম, ৰাজকদমতল, পাইকাৰকুছিৰ 8 টা শিবিৰত ৰন্ধা খাদ্য যোগান ধৰিছে।

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ নেতৃত্বত গঢ়ি উঠা দলটোৰ কাম কাজ এতিয়া সমগ্ৰ অসমতে চৰ্চিত হৈ পৰিছে। অৱশ্যে বৰভাগত গ্ৰামীণ বিকাশ মঞ্চ আৰু সন্ধান নামৰ অনুস্থান দুটিয়েও যুদ্ধংদেহীভাবে বানাক্ৰান্ত সকলৰ বাবে কাম কৰি গৈছে। কালাগতো কেবাঘৰো দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰাৰ লগতে চিফুং দ্য আৰ্টিষ্টক অঞ্জনা ভট্টাচাৰ্য আৰু চিন্ময় শৰ্মাই আগবঢ়োৱা ধন ৰাশি কৰ্ম হেৰুওৱা ৬০ টা পৰিয়ালক ভগাই দিয়ে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChifung the Artistflood relief
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
Next Post
বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.