• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

4 years ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

24 minutes ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

1 hour ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

2 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

3 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

16 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

16 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

17 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

18 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

19 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

editor by editor
June 24, 2022
in বিবিধ, বিশ্ব
0
বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকান বিলিয়’নাৰ আৰু উদ্যোগপতিসকলৰ সংসাৰ বৰ ভালদৰে চলি থকা নাই। মাৰ্কিন বিলিয়’নাৰ তথা উদ্যোগপতিসকলৰ ইখনৰ পিছত সিখন বিবাহ বিচ্ছেদ ঘটি থকাৰ বাতৰি আহি আছে। বিবাহ বিচ্ছেদৰ তালিকাত এইবাৰ আন এহাল বিলিয়’নাৰ দম্পতীৰ নাম সংযোজন হ’বলৈ ওলাইছে।

অষ্ট্ৰেলিয়ান-আমেৰিকান উদ্যোগপতি আৰু মিডিয়া সম্ৰাট ৰূপে সমগ্ৰ বিশ্বতে বিখ্যাত ৰূপাৰ্ট মাৰ্ডকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

৯১ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহ বিচ্ছেদ কৰিবলৈ ওলাইছে ৰূপাৰ্ট মাৰ্ডকে। ৰূপাৰ্ট মাৰ্ডকে পাৰস্পৰিকভাৱে তেওঁৰ ছুপাৰ মডেল তথা হলিউদৰ অভিনেত্ৰী পত্নী জেৰী হলৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে৷ যিটো এতিয়ালৈকে হোৱা আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰূপাৰ্টৰ তিনিবাৰ বিবাহ বিচ্ছেদ হৈছে। বিশ্বৰ অন্যতম ধনী ব্যক্তি ৰূপাৰ্ট মাৰ্ডকে ২০১৬ চনত চতুৰ্থবাৰৰ বাবে জেৰী হলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও এতিয়া দুয়োৱে বিবাহৰ ৬ বছৰ পিছত বিচ্ছেদ কৰিবলৈ উলাইছে।

এই ৰূপাৰ্ট মাৰ্ডকৰ সম্পত্তিৰ মূল্য প্ৰায় ১৪ বিলিয়ন। এনে অৱস্থাত কোৱা হৈছে যে এয়াই হ’ব পৃথিৱীৰ এতিয়ালৈকে হোৱা আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ। দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি, শীঘ্ৰেই তেওঁ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিব।

ৰূপাৰ্ট মাৰ্ডকে এতিয়ালৈকে মুঠ ৪ বাৰ বিবাহ কৰিছে। তেওঁৰ কোনো এখন বিবাহেই বৰ বেছি দিন টিকা নাই। ১৯৫৬ চনত পেট্ৰিচিয়া বুকাৰৰ সৈতে তেওঁৰ প্ৰথম বিবাহ হয়। কিন্তু ১৯৬৭ চনত দুয়োজনেই পৃথক হৈ পৰে।

লগতে পঢ়ক অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ

ইয়াৰ পিছত ১৯৬৭ চনত মাৰ্ডকে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। এইবাৰ তেওঁৰ পত্নী আছিল আন্না মাৰিয়া টৰ্ভ। অৱশ্যে এই বিবাহ কিছু দীঘলীয়া আছিল আৰু প্ৰায় ৩২ বছৰ ধৰি চলা এই বিবাহো ১৯৯৯ চনত বিচ্ছেদ ঘটে।

ইয়াৰ পিছত ১৯৯৯ চনত তৃতীয়বাৰৰ বাবে ৰূপাৰ্ট মাৰ্ডকে বিবাহপাশত আবদ্ধ হয় আৰু ২০১৩ চনত সেই বিবাহ বিচ্ছেদ ঘটে।

ইয়াৰ পিছতে পিছত ২০১৬ চনত ৰূপাৰ্ট মাৰ্ডকে জেৰী হলৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিখন তেওঁৰ জীৱনৰ চতুৰ্থ বিবাহ৷ তেওঁৰ চতুৰ্থ পত্নী জেৰী হলে ‘বেটমেন’ আৰু ‘দ্য গ্ৰেজুৱেট’ৰ দৰে হলিউডৰ বিখ্যাত ছবিত কাম কৰি আহিছে। উল্লেখ্য যে ৰূপাৰ্ট মাৰ্ডকতকৈ জেৰী হল ৩০ বছৰ সৰু আছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJerry HallRupert Murdoch
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

June 14, 2026
Next Post
কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.