• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

4 years ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

56 minutes ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

2 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

3 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

4 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

4 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

5 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

6 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

7 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

8 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

9 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

editor by editor
June 29, 2022
in অপৰাধ, বিশ্ব
0
সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা শনিবাৰ অৰ্থাৎ ২৫ জুনত নৰৱেৰ এখন সমকামী বাৰত সংঘটিত এক গুলীচালনাত দুগৰাকী সমকামী লোক নিহত হোৱাৰ লগতে ২১ গৰাকী আহত হৈছিল৷ বাৰ্ষিক প্ৰাইড পেৰেডত অংশগ্ৰহণ কৰাৰ সময়তে ইছলামিক সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকা এগৰাকী ইছলাম যুৱকে এই গুলীচালনা সংঘটিত কৰা বুলি প্ৰকাশ পাইছে৷

ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি সন্দহযুক্ত ইছলামিক মৌলবাদীজন হৈছে ইৰাণত জন্ম গ্ৰহণ কৰা জানিয়া মাটাপুৰ আৰু তেওঁ এজন মানসিক ৰোগত আক্ৰান্ত লোক৷ অভিযুক্ত এই মাটাপুৰৰ ইছলামিক মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে বুলি নৰৱেৰ চৰকাৰী চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে৷

লগতে পঢ়ক নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

চোৰাংচোৱা সংস্থাসমূহে প্ৰকাশ কৰা অনুসৰি মাটাপুৰে ইয়াৰ পূৰ্বে হত্যাকাণ্ড সংঘটিত কৰা আৰু অনেক হত্যাকাণ্ডৰ সংঘটিত কৰিবলৈ চেষ্টা কৰাৰ  ইতিহাস আছে৷ ২০১৫ চনৰ পৰাই মাতাপুৰৰ ইছলামিক সন্ত্ৰাসবাদৰ সদস্যৰ সৈতে সম্পৰ্ক আছিল৷

এখন সংবাদমেলত পি এছ টিৰ মুৰব্বী ৰ’জাৰ বাৰ্গে কয় যে ‘‘২০১৫ চনৰ পৰা সংস্থাটোৱে তেওঁৰ উগ্ৰবাদ আৰু ইছলামিক উগ্ৰপন্থী নেটৱৰ্কৰ সদস্যপদৰ বিষয়ে উদ্বেগেৰে নিৰীক্ষণ কৰি আহিছে। যোৱা মাহত চোৰাংচোৱা সেৱাইও সন্দেহযুক্ত লোকজনক জেৰা কৰিছিল৷’’

লগতে পঢ়ক প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

ইফালে অভিযুক্ত মাটাপুৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি আদালতত ক্ষীপ্ৰ গতিত বিচাৰ চলাই থকা হৈছে আৰু তেওঁৰ প্ৰাৰম্ভিক কাৰাদণ্ডৰ বিষয়ে জিলা আদালতে সিদ্ধান্ত ল’ব বুলিও কোৱা হৈছে৷ অৱশ্যে বিচাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে জানিয়া মাটাপুৰৰ মানসিক অৱস্থাও মূল্যায়ন কৰা হ’ব বুলি কোৱা হৈছে।

উল্লেখ্য যে যোৱা ২৫ জুনত প্ৰাইড মাহ উপলক্ষ্যে নৰৱেৰ এখন সমকামী বাৰত প্ৰাইড পেৰেডৰ আয়োজন কৰা হৈছিল আৰু সেই পেৰেডতে জানিয়া মাটাপুৰে গুলীচালনা কৰি দুগৰাকী লোকক হত্যা কৰাৰ লগতে ২১ গৰাকীক আহত কৰা বুলি নৰৱেৰ চৰকাৰী চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGay BarNorway Shooting SuspectOSLOPride parade
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ
অপৰাধ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

July 24, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.