• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

4 years ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

17 minutes ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

1 hour ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

2 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

2 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

3 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

15 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

16 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

16 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

16 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

17 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

17 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

editor by editor
July 5, 2022
in অপৰাধ, অসম
0
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক
0
SHARES
14.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ ৰাজ্য এইবাৰ বানত আক্ৰান্ত হৈছে৷ প্ৰথমটো বানে ডিমা হাছাও আৰু বৰাক জিলাত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছতে বছৰৰ দ্বিতীয়টো বানে নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাত ধ্বংসলীলা চলায়৷

এইবাৰ বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বৰাক উপত্যকা৷ বৰাক উপত্যকাৰ অন্য জিলাৰ লগতে শিচলৰত বানে সমুলঞ্চে ধ্বংসলীলা চলোৱা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ বানত এতিয়ালৈকে ৰাজ্যখনৰ ১৫ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে ১৬২ গৰাকী লোকৰ মৃত্যু ঘটিছে৷

ঠিক তেনে সময়তে বৰাক উপত্যকাত বৰাক নৈৰ মথাউৰি কাটিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগl আৰক্ষীয়ে ৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে৷ অভিযোগ অনুসৰি বৰাক নৈ মথাউৰি ছিগাৰ বাবেই শিলচৰ চহৰখন বানপানীত ডুব গ’ল৷ বৰাক উপত্যকাত বানপানী পৰিদৰ্শন কৰিবলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ইয়াক মানৱসৃষ্ট দুৰ্যোগ বুলি অভিহিত কৰি অভিযুক্ত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল৷

লগতে পঢ়ক পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

ইয়াৰ পিছতে আৰক্ষীয়ে বৰাক নৈৰ মথাউৰি কটা আৰু ষড়যন্ত্ৰ কৰাৰ অভিযোগত চাৰিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে৷ ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষী অধীক্ষক ৰমানদীপ কৌৰে গ্ৰেপ্তাৰ চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলেও অৱশ্যে ঘটনাটোত অভিযুক্তসকলৰ ভূমিকা সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। সংবাদ সংস্থা আইএএনএছৰ মতে, ধৃত লোককেইজন মিথু হুছেইন লস্কৰ, কাবুল খান, নাজিৰ হুছেইন আৰু ৰিপন খান বুলি চিনাক্ত কৰা হৈছে। যোৱা শনিবাৰে আৰক্ষীয়ে লস্কৰক আৰু শুকুৰবাৰে নিশা খানক গ্ৰেপ্তাৰ কৰে।

কাবুল খানে আৰক্ষীৰ জেৰাত বৰাক নৈৰ মথাউৰি কটাৰ পৰিকল্পনা কৰাৰ কথা সদৰীৰ কৰাৰ পিছতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে অন্য দুই অভিযুক্ত ক্ৰমে নাজিৰ হুছেইন আৰু ৰিপন খানক গ্ৰেপ্তাৰ কৰে৷ ইফালে এই ঘটনাত মুঠ ছগৰাকী লোক জড়িত থকা বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ তৎপৰতাৰ পিছতে ইতিমধ্যে গোচৰটো চিআইডিয়ে লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ চিআইডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে তদন্তৰ নেতৃত্ব দিয়াৰ লগতে এটা বিশেষ টাস্ক ফ’ৰ্চে তদন্তৰ তদাৰক কৰিছে।

উল্লেখ্য য়ে মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় ৰাইজক ভিডিঅ’টো দেখুৱাই ভিডিওটোত থকা কণ্ঠস্বৰ চিনাক্ত কৰিবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে উক্ত কণ্ঠস্বৰটো কাবুল খানৰ বুলি চিনাক্ত কৰা হয়।

প্ৰাপ্ত খবৰ অনুসৰি ২৪ মে’ত আৰক্ষীৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হৈছিল। উল্লেখ্য যে শিলচৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত থকা বেথুকান্দিত নিৰ্মাণ কৰা মথাউৰিটো একাংশ স্থানীয় লোকে ভঙা বুলি কোৱা হৈছিল।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam floodassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCachar Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
Next Post
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.