• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

4 years ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

6 minutes ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

6 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক

আপোনাৰ বাবে শিতানৰ শুভ দিশ কোনটো ? কোনটো দিশত মূৰথৈ শুব?

editor by editor
July 7, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুদক্ষিণা ভূঞাঃ আপোনাৰ বাবে শিতানৰ শুভ দিশ কোনটো ? কোনটো দিশত মূৰথৈ শুব?

পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱৰ বাবেই দক্ষিণ দিশত মূৰ থৈ শোৱাতো শুভ বুলি মানি অহা হৈছে। কাৰণ এই চুম্বকীয় শক্তি অথবা তৰংগ পৃথিৱীৰ উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ গতি কৰে। অৰ্থাৎ প্ৰসাৰিত হয়।

সেইদৰে মানৱ শৰীৰত এই চুম্বকীয় ঢৌ অথবা তৰংগ মূৰৰ পৰা ভৰিলৈ বিকিৰণ অথবা নিৰ্গমন হয়। এই কাৰণেই মানৱ দেহৰ শিৰৰ অংশক উত্তৰায়ণ আৰু ভৰিৰ অংশক দক্ষিণায়ণ বুলি কোৱা হয়।

যদিহে উত্তৰত মূৰথৈ শোৱা কামটো কৰা হয়, এনে ক্ষেত্ৰত এই দিশত চুম্বকীয় বলৰ প্ৰভাৱ নাথাকিব আৰু পৃথিৱীৰ উত্তৰ মেৰুৰ চুম্বকীয় বলে ব্যক্তিজনৰ শিৰৰ চুম্বকীয় বলক প্ৰত্যাখান কৰি আঁতৰাই পঠিয়াব।

লগতে পঢ়ক এটা সৰু ভুলৰ বাবে বৰ্খাস্ত শিক্ষয়িত্ৰীক, কি ভুলৰ পৰিণাম ভুগিলে ছাৰাই?

ফলস্বৰূপে ব্যক্তিজনৰ শৰীৰত অত্যাৱশ্যকীয় তথা অনুকুল তেজৰ সঞ্চালন হোৱাত সমস্যাৰ সৃষ্টি হ’ব। এটা শান্তিপূৰ্ণ ও গভীৰ নিদ্ৰা পাবলৈ অসমৰ্থ হ’ব। উত্তৰ দিশত মূৰ থৈ শোৱা ব্যক্তিজনৰ স্নায়বিক উত্তেজনাৰ সৃষ্টি হ’ব, সকলো কাৰ্যতে মনোযোগ হ্ৰাস পাব, স্মৃতি শক্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব।

চুম্বকীয় প্ৰবাহৰ পথ তেতিয়া সম্পূৰ্ণ হয় যেতিয়া এজন ব্যক্তিয়ে দক্ষিণ দিশত মূৰ থৈ আৰু উত্তৰত ভৰি থৈ শোৱা কাৰ্যটো সমাপন কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
Next Post
শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

শাহুৱেকেৰে জোঁৱায়েকৰ গভীৰ প্ৰেম! জোঁৱায়েকৰ সৈতে পলায়ন ৪০ বছৰীয়া শাহুৱেকক

পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

পৰীক্ষা কৰক নিজৰ SBI একাউণ্ট, বেংকে বন্ধ কৰিছে বহু একাউণ্ট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.