নেমু আমি সকলোৱে কম বেছি পৰিমানে খাওঁ, আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে নেমুৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আহক জানো নেমু বা নামুৰ ৰসৰ ৫ টা উপকাৰিতা।
১. ওজন হ্ৰাস কৰাত সহায় কৰে নেমুৱে। ৰাতিপুৱা গৰম পানীৰ লগত নেমু ৰস মিহলাই খালে উপকাৰ পোৱা যায়।
২. গৰম পানীত নেমুৰ ৰস বা চাহৰ লগত মিহলাই খালে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়।
লগতে পঢ়ক ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!
৩. নেমু পানী সেৱন কৰিলে কিডনীত পাথৰ হ’ব পৰা যিকোনো সম্ভাৱনাৰ পৰা ৰক্ষা পোৱা যায়।
৪. নেমুত আছে ভিটামিন C আৰু পটেচিয়াম, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কৰ্ম ক্ষমতা বৃদ্ধি কৰাটো সহায় কৰে।
৫. সঘনাই মানুহৰ মুখত হৈ থকা ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নেমুৰ ৰসত আছে। কিয়নো নেমুৰ ৰসত থাকে বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ