• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

4 years ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

7 minutes ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

17 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

18 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

18 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

19 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

20 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

20 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

21 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

22 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

23 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

23 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

editor by editor
August 3, 2022
in অপৰাধ, ভাৰত
0
পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত
0
SHARES
72.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক চাঞ্চল্যকৰ খবৰে সংবাদ মাধ্যমৰ শিৰোমান দখল কৰিছে৷ এগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত স্বামীয়ে ১০ বছৰৰ কাৰাবাসৰ ৰায় প্ৰদান কৰাৰ পাছতে মহিলাগৰাকী জীৱন্ত অৱস্থাত উদ্ধাৰ হৈছে৷ ইয়াৰ পিছতে স্তম্ভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে আৰক্ষী প্ৰশাসনো৷

ঘটনাটো উত্তৰ প্ৰদেশৰ বহৰইশৰ জামাপুৰৰ৷ ঘটনাৰ বিৱৰণীৰ মতে জামাপুৰৰ নিৱাসী কান্ধাইৰ নামৰ লোকজনৰ সৈতে ৰামৱতী নামৰ মহিলাগৰাকীৰ বিবাহ সম্পন্ন হৈছিল৷ বিয়াৰ পাছত সংসাৰ ঠিকে চলি থাকিলেও ২০০৯ চনত হঠাতে পত্নী ৰামৱতী ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়৷

ৰামৱতীয়ে নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ লোকে পত্নীৰ নিৰুদ্দেশৰ বাবে স্বামী কান্ধাইৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অপহৰণৰ গোচৰ ৰুজু কৰে৷ উক্ত গোচৰটো আদালতত বিচাৰ চলে আৰু আদালতে কান্ধাইয়ে পত্নীক হত্যা কৰা বুলি ৰায় দি ২০১৭ চনত ১০ বছৰৰ কাৰাদণ্ড বিহে৷

লগতে পঢ়ক ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

নিম্ন আদালতৰ শাস্তি ৰায় প্ৰদানৰ পিছতে কান্ধাইক জে’ললৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ পিছতে নিম্ন আদালতৰ উক্ত ৰায়ৰ বিৰুদ্ধে কান্ধাইয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি প্ৰায় ৬ মাহৰ পাছতে জামিন লাভ কৰে৷

ইফালে যোৱা শনিবাৰে হঠাতে কান্ধাইৰ পত্নী ৰামৱতীক সুশৰীৰেৰে প্ৰত্যক্ষ কৰাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে কান্ধাইৰ এজন আত্মীয়ই ৰামৱতীক ভগ্নীৰ ঘৰত প্ৰত্যক্ষ কৰে৷ লোকজনে ৰামৱতীক প্ৰত্যক্ষ কৰাৰ লগে লগে কান্ধাইক এই বিষয়ে অৱগত কৰে৷

লগতে পঢ়ক মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

ইয়াৰ পাছতে কান্ধাইয়ে ততাতৈয়াকৈ আত্মীয়ৰ সৈতে আৰক্ষীক এই বিষয়ে অৱগত কৰে আৰু পিছত ৰামগাঁৱৰ SHO সঞ্জয় সিঙৰ নেতৃত্বত মহিলা আৰক্ষীসহ এটা আৰক্ষী দলে ৰামৱতীক প্ৰত্যক্ষ কৰা স্থানত উপস্থিত হয়৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ৰামৱতীক ৱান ষ্টপ চেণ্টাৰত ৰখা হৈছে য’ত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মহিলাসকলক আশ্ৰয় দিয়া হয়। আৰক্ষীয়ে ৰামৱতীক আদালতত হাজিৰ কৰোৱায়৷

এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে দেশত বহু নিৰপৰাধী লোকে ভুৱা গোচৰত অভিযুক্ত হৈ ন্যায়ৰ নামত অন্যায়ৰহে বলি হৈছে৷ অৰ্থাৎ নিৰপৰাধী লোকে ভুৱা গোচৰত শাস্তি ভুগি অহাটোকে যেন প্ৰমাণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom lived 24 digitalBahraich Newsbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
Next Post
কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

আজি ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস, আপুনিও জনাওক শুভকামনা

আজি ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস, আপুনিও জনাওক শুভকামনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.