• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

4 years ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

41 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

55 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

1 hour ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

3 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

5 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

7 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

editor by editor
August 5, 2022
in অসম, বিবিধ
0
ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিনৰ পৰা সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ফেচবুকত এখন ফ’টো ভাইৰেল হৈ আছে৷ ফ’টোখনত দেখা যায় এজন কণমানি শিশুৱে খোজকাঢ়ি গৈ আছে৷ চৌফলীয়া ৰ’দত শিশুটিৰ হাতত ধৰি পিছে পিছে গৈ আছে দৃষ্টিহীন পিতৃ৷ কণমানিটিৰ পিতৃৰ হাতত ধৰি গৈ আছে তেওঁৰ দৃষ্টিহীন পত্নী৷

অৰ্থাৎ কণমানি শিশুটিৰ ভৰসাত খোজকাঢ়ি যোৱা দম্পতীহাল হৈছে দৃষ্টিহীন৷ তেওঁলোকে কণমানি পুত্ৰ ভৰসাতেই পৃথিৱীত বিচৰণ কৰাৰ লগতে জীৱন নিৰ্বাহ কৰিছে৷ অৰ্থাৎ কেৱল হাতৰে নহয় তেওঁলোকৰ জীৱনৰ লাখুটি হৈছে এই পাঁচবছৰীয়া শিশুটি৷ যি তেওঁলোকৰ পুত্ৰ সন্তান৷

এই ফ’টোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন লোকে শ্বেয়াৰ কৰাৰ লগতে মন্তব্য কৰা দেখা গৈছে৷ বহুতৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে এই দৰিদ্ৰ পৰিয়ালটোৰ ক’ৰ আৰু তেওঁলোকৰ পৰিচয় কি?

লগতে পঢ়ক মাদ্ৰাছা শিক্ষকৰ কামনাৰ বলি ১০ নাবালক শিক্ষাৰ্থী, অপকৰ্মৰ পিছত হত্যাৰ ভাবুকি

এই দৃষ্টিহীন দম্পতীৰ ঠিকনা হৈছে নগাঁও জিলাৰ ৰহাৰ৷ ৰহাৰ দীঘলদৰিত তেওঁলোকৰ ঘৰ৷ দৃষ্টিহীন দম্পতীহালৰ নাম হৈছে ক্ৰমে স্বামী ভগেন হীৰা আৰু পত্নী কেতেকী বণিয়া৷ দৃষ্টিহীন এই দম্পতীহাল তিনি সন্তানৰ পিতৃ-মাতৃ৷

তেওঁলোকক হাত ধৰি বিভিন্ন ঠাইলৈ লৈ যোৱা কণমানি শিশুটো হৈছে তেওঁলোকৰ পাঁচবছৰীয়া সন্তান ৰাহুল হীৰা৷

অতি দৰিদ্ৰ এই পৰিয়ালটোক পাঁচবছৰীয়া পুত্ৰ সন্তান ৰাহুলৰ ভৰসাতে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে৷ ৰাহুলৰ হাতত ধৰিয়েই দৃষ্টিহীন পিতৃ-মাতৃয়ে ৰে’ল ষ্টেচনৰ লগতে অন্যান্য ৰাজহুৱা স্থানলৈ বাটকুৰি বাই যায়৷ য’ত তেওঁলোকে সামৰ্থ্যৱান লোকৰ পৰা সহায় বিচাৰে৷

কেৱল নগাঁও বা ৰহাতেই নহয়, দৃষ্টিহীন পিতৃ-মাতৃহালে ৰাহুলৰ হাতত ধৰিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলাফুৰা কৰিছে৷

লগতে পঢ়ক ‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষ্যে চৰকাৰৰ জনতালৈ উপহাৰ! কি কি আছে এই উপহাৰত?

দৃষ্টিহীন এই দৰিদ্ৰ পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিবলৈ চৰকাৰৰ লগতে সামৰ্থ্যৱান লোকৰ সহায় সহযোগিতাও বিচাৰিছে৷ ভগেন হীৰাৰ লগতে স্থানীয় লোকেও চৰকাৰ লগতে ৰাইজলৈ এই আবেদন জনাইছে।

যদি কোনো হৃদয়ৱান লোকে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ বিচাৰে তেনে তেওঁলোকৰ ঠিকনা নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দীঘলদৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং ৱাৰ্ড, যোগাযোগ নম্বৰ ৭৫৭৮৯৬০১৩৬ত যোগাযোগ কৰিব পাৰিব। অথবা তলত উল্লেখ কৰা বেংকৰ একাউণ্টত সহায় কৰিব পাৰিব৷

বেংক একাউণ্ট নম্বৰ–  BANK NAME – BANK OF INDIA
ACCOUNT HOLDER NAME – BHOGEN HIRA
ACCOUNT NUMBER – 505218210001988
IFSC- BKID0005052।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBlind CoupleBlind Parents in Nagaon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
Next Post
জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

জঘন্য চিকিৎসক মাতৃ! ৪ৰ্থ মহলাৰ বাৰান্দাৰ পৰা ৪ বছৰীয়া কন্যাক পেলাই হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.