• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

4 years ago
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

17 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ কৃপা, ভাগ্যৰ সহায় পাব এই ৫ৰাশিয়ে

49 minutes ago
সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

সিজাই থাকোতেই কণী ফাটি যায়? কণী সিজোৱা পানীত মিহলাই দিয়ক মাত্ৰ এচামুছ এইবিধ সামগ্ৰী, নাফাটে কণী, বাকলি এৰুওৱাও সহজ হৈ পৰে

1 hour ago
অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

2 hours ago
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

3 hours ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 hours ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

4 hours ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

5 hours ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

5 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

6 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

6 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ

editor by editor
August 18, 2022
in অপৰাধ, অসম
0
অতি মৰ্মান্তিক! দুই কণমানি পুত্ৰ, পতী এৰি পৰপুৰুষলৈ পলাল পত্নী, ২ পুত্ৰক বিহপান কৰোৱাই আত্মহনন পিতৃৰ
0
SHARES
21.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে এটা অতি মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷ এই কৰুণ ঘটনাটো সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগত৷

ঘটনাৰ বিৱৰণীৰ মতে জিলাখনৰ বৰভাগৰ দোকোহাৰৰ এগৰাকী পিতৃয়ে দুই কণমানি সন্তানক বিহপান কৰোৱাই নিজেও বিহপান আত্মহত্যা কৰিছে৷

জানিব পৰা মতে দ্বিপুল শইকীয়া নামৰ লোকজনৰ পত্নীয়ে দুই কণমানি পুত্ৰসহ স্বামীক এৰি পৰ পুৰুষলৈকে পলায় যায়৷ কোনোমতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দ্বিপুল শইকীয়াই সন্তানসহ পত্নীয়ে তেওঁক এৰি পৰপুৰুষলৈ পলাই যোৱাৰ দুখ সহন কৰিব নোৱাৰিয়ে এই পদক্ষেপ গ্ৰহণ কৰে৷

লগতে পঢ়ক কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

পত্নীয়ে পলায়ন কৰাৰ পিছে দ্বিপুল শইকীয়া ঘটনা সন্দৰ্ভত বুধবাৰে কুমাৰকুছি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ আৰক্ষীৰ এই অৱহেলাৰ বাবেও দ্বিপুল শইকীয়া হতাশাগ্ৰস্ত হৈ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে৷

দ্বিপুল শইকীয়াই ইয়াৰ পিছতে দুই পুত্ৰ ক্ৰমে মানৱজ্যোতি (১৩) আৰু ভাৰ্গৱজ্যোতি (৭)ক বিহপান কৰোৱাই নিজেও বিহপান কৰি আত্মহত্যা কৰে৷

লগতে পঢ়ক বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…

অৱশ্যে দ্বিপুল শইকীয়াৰ দুই পুত্ৰৰ কোনোমতে প্ৰাণৰক্ষা পৰিছে৷ সম্প্ৰতি দুই পুত্ৰ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

ইফালে ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ বিপৰীতে ২ পুত্ৰক নিথৰুৱা কৰি থৈ পিতৃয়ে ইহসংসাৰ ত্যাগ কৰাৰ ঘটনাই অঞ্চজুৰি শোকৰ ছাঁও পেলাইছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamExtramarital AffairGuwahati Medical College Hospitalsuicide case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক
অপৰাধ

মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

May 16, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

May 13, 2026 - Updated on May 15, 2026
Next Post
বিফল প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমত ব্যৰ্থ হৈ চলন্ত ৰে’লত জঁপিয়াই আত্মহত্যা প্ৰেমিকৰ, প্ৰেমিকক বচাবলৈ গৈ বন্ধুৰো মৃত্যু

বিফল প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমত ব্যৰ্থ হৈ চলন্ত ৰে’লত জঁপিয়াই আত্মহত্যা প্ৰেমিকৰ, প্ৰেমিকক বচাবলৈ গৈ বন্ধুৰো মৃত্যু

বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.