• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?

ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?

4 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

3 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

6 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

7 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

7 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

8 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

8 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

8 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?

editor by editor
August 19, 2022
in অপৰাধ, ভাৰত
0
ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে পুৱা গাজিয়াবাদৰ ইন্দিৰাপুৰম থানা এলেকাৰ কানাৱনী পুলিয়াৰ সমীপত ‘বুন্সী গেং’ৰ সৈতে জড়িত এজন ব্যক্তি আৰু তেওঁৰ খুলশালীসহ পাঁচজন ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চুটি চাপৰ হোৱাৰ বাবে ডকাইত বুলি মানুহে সন্দেহ নকৰা গেংষ্টাৰ আছিফ ওৰফে বুন্সী ওৰফে ছলমান জিলাখনৰ ২৬ টাতকৈও অধিক অপৰাধমূলক ঘটনাত জড়িত হৈ যোৱা কেইবামাহ ধৰি পলাতক হৈ আছিল।

অভিযোগ অনুসৰি বুন্সীৰ এই চক্ৰটোৱে এতিয়ালৈকে দিল্লী-এনচিআৰত ১০০ ৰো অধিক ডকাইতি কাণ্ড সংঘটিত কৰিছে। আৰক্ষীয়ে তেওঁৰ পৰা ৩১৫ টা ব’ৰ পিষ্টল, তিনিখন ছুৰি, লুটপাত কৰা দুটা মোবাইল ফোন, নগদ ৭৫০০ টকা আৰু ঘটনাত ব্যৱহৃত বাইকখন উদ্ধাৰ কৰিছে।

ইন্দিৰাপুৰমৰ আৰক্ষী বিষয়া অভয় কুমাৰ মিশ্ৰই কয় যে গেং নেতা আছিফ ওৰফে বুন্সী অতি চতুৰ। দিল্লী সীমান্তৰ কলনীসমূহত দিনৰ পোহৰতে বিভিন্ন বাইক লৈ লুটপাত চলাইছিল তেওঁৰ গেংৰ সদস্যসকলে।

লগতে পঢ়ক মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে অভিযানকাৰী আৰক্ষী দলটোৱে ঘেৰাও কৰি গেঙৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰাত সফল হয়। জেৰাৰ সময়ত পোহৰলৈ আহিছিল যে ছলমান, আছিফ, নৰেশ আৰু মইনে একেলগে বাইকৰ পৰা মোবাইললৈকে লুট কৰিছিল। প্ৰায় ১৬ দিন পূৰ্বে কোলামৰ সৈতে বুন্সী জয়পুৰীয়া ছানৰাইজ গ্ৰীণৰ সমীপত এগৰাকী ছোৱালীৰ পৰা আইফোন লুট কৰিছিল।

দিনটোত চাৰি-পাঁচটা মোবাইল সংগ্ৰহ কৰাৰ পিছত নৰেশ ওৰফে ব’নে খুলশালী সীমা ওৰফে বাজীক ৮০০ৰ পৰা ৪ হাজাৰ টকাত বিক্ৰী কৰিছিল আৰু সীমাই বিভিন্ন বজাৰত সেই মোবাইলবোৰ বিক্ৰী কৰি বিপুল ধন লাভ কৰিছিল।

গেংটোৱে সীমাকো নিজৰ লগতে ৰাখিছিল৷ ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে গেংটোৰ নেতা বুন্সীৰ উচ্চতা মাত্ৰ চাৰে চাৰি ফুট হোৱাৰ বাবে মানুহে তেওঁক ডকাইত বুলি কেতিয়াও সন্দেহ কৰা নাছিল।

লগতে পঢ়ক বান্ধৱীৰ পিতৃক বিবাহ কৰাবলৈ অস্বীকাৰ কলেজীয়া ছাত্ৰী, যৌন উৎপীড়ন চলাই ভিডিঅ’ ভাইৰেল

ইন্দিৰাপুৰম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপাল সিং পুন্দিৰে জনোৱা মতে, চক্ৰটোৰ প্ৰতিজন সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইন্দিৰাপুৰম, দিল্লী, কৌশাম্বী, কবিনগৰ আৰু চাহিবাবাদ থানাত কিংপিন আছিফ ওৰফে বুন্সীৰ বিৰুদ্ধে ২৬ টা গোচৰ ৰুজু কৰা হৈছে।

আনহাতে ইন্দিৰাপুৰম থানাত ছলমান ওৰফে কোলামৰ বিৰুদ্ধে ৭ টা, নৰেশ ওৰফে ব’নৰ বিৰুদ্ধে ৪ টা, মইনৰ বিৰুদ্ধে ৬ টা আৰু সীমা ওৰফে বাজীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে।

সোধা-পোছাৰ সময়ত এই কথাও পোহৰলৈ আহে যে সীমাই পথচাৰীক ১৫০ৰ পৰা ১২০০ টকাত মোবাইল বিক্ৰী কৰিছিল আৰু সেই ধন পিছত সকলোৰে মাজত ভাগবতৰা কৰা হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
শিক্ষানুষ্ঠানৰ এন অ’ চি প্ৰদানত বিলম্ব! হতাশাগ্ৰস্ত কণিষ্ঠ চিকিৎসকৰ আত্মহত্যা

শিক্ষানুষ্ঠানৰ এন অ’ চি প্ৰদানত বিলম্ব! হতাশাগ্ৰস্ত কণিষ্ঠ চিকিৎসকৰ আত্মহত্যা

১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

১১ বছৰীয়া কিশোৰীক বন্দী কৰি তিনি যুৱকেৰে গণধৰ্ষণ কৰোৱালে যুৱতীয়ে, ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.