• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

4 years ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

18 minutes ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

2 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

3 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

3 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

4 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

4 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

4 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

5 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

6 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

7 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

9 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি

editor by editor
August 23, 2022
in জীৱনশৈলী, বিবিধ
0
বিয়াৰ মণ্ডপত কইনাৰ জুই! ভাইৰেল ভিডিঅ’, লক্ষ লক্ষ লোকৰ হৃদয়ত তুলিল খলকনি
0
SHARES
17.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত বিয়া-বাৰুত গীত-নৃত্য এক এৰাব নোৱাৰা অংশ৷ বৰযাত্ৰীৰ সৈতে নাচ-গান কৰি এদল লোক যোৱাটো এক পৰম্পৰাই৷ আনহাতে উত্তৰ ভাৰতৰ ফালে বৰযাত্ৰীৰ সৈতে নৃত্য-গীত কৰিবলৈ বেণ্ড পাৰ্টিও যায়৷ অৱশ্যে এই প্ৰথা এতিয়া সমগ্ৰ দেশতে বিয়পি পৰিছে৷

বিবাহ অনুষ্ঠানত কইনা বা দৰাৰ আত্মীয়সকলেও নৃত্য কৰি আনন্দত আত্মহাৰা হৈ পৰে। কইনাঘৰ আৰু দৰাঘৰ লোকে এই ক্ষেত্ৰত অঘোষিত প্ৰতিদ্বন্দ্বিতাত নমা দেখা যায়৷

আজিকালি এনে অনুষ্ঠানৰ ভিডিঅ’ প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে৷ মাজে মাজে কিছুমান বৰাতীৰ অদ্ভুত নৃত্যৰ আৰু কিছুমান দৰা-কইনাৰ জোৰদাৰ নৃত্যও ভাইৰেল হয়। কিন্তু এইবাৰ এগৰাকী কইনাৰ এক ভিডিঅ’ৱে চ’ছিয়েল মিডিয়াত জুই লগাইছে৷

লগতে পঢ়ক প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?

এই ভিডিঅ’টোত ব্ৰাইডাল লুকত অপূৰ্ব সুন্দৰী দেখা কইনাগৰাকীয়ে বিবাহ মণ্ডত নৃত্য কৰিবলৈ আৰম্ভ কৰে৷ কইনাগৰাকীয়ে এটা ৰোমান্টিক গানত কৰা এই নৃত্যই প্ৰথমে বিবাগহ মণ্ডপ আৰু বিবাহস্থলীত জুই লগাই দিয়ে বুলি ক’লে অত্যুক্তি কৰা নহ’ব৷

ভিডিঅ’টোত কইনাগৰাকীয়ে অতি আত্মবিশ্বাসেৰে নৃত্য কৰা দেখা গৈছে। ইমানেই সুন্দৰ আৰু নিখুত নৃত্য কৰিছে যে বিয়ালৈ অহা সকলো অতিথিও নৃত্য দেখি আচম্বিত হৈ পৰে।

ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰা এই ভিডিঅ’টো লাখ লাখ লোকে দৰ্শন কৰিছে। কেৱল এয়াই নহয়, ভিডিঅ’টোও অসংখ্য লোকে লাইক কৰিছে। কমেণ্ট ছেকচনত গৈও মানুহে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছে। কোনোৱে কইনাৰ নৃত্যৰ প্ৰশংসা কৰিলে আৰু কোনোৱে কইনাক ধুনীয়া বুলি অভিহিত কৰিলে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBridal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

September 26, 2026
Next Post
পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

এই দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰে এই আচৰিত কাম! কি এই কাম?

এই দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰে এই আচৰিত কাম! কি এই কাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.