• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নৱপ্ৰজন্মৰ যুৱকৰ বাবে পত্নী হৈ পৰিছে চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক’ এইদৰে কোনে ক’লে?

‘নৱপ্ৰজন্মৰ যুৱকৰ বাবে পত্নী হৈ পৰিছে চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক’ এইদৰে কোনে ক’লে?

4 years ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

14 minutes ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

37 minutes ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

57 minutes ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

1 hour ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

2 hours ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

3 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

4 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

5 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

6 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘নৱপ্ৰজন্মৰ যুৱকৰ বাবে পত্নী হৈ পৰিছে চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক’ এইদৰে কোনে ক’লে?

editor by editor
September 1, 2022
in জীৱনশৈলী, ভাৰত
0
‘নৱপ্ৰজন্মৰ যুৱকৰ বাবে পত্নী হৈ পৰিছে চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক’ এইদৰে কোনে ক’লে?
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান যুৱকসকলৰ বাবে পত্নী চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক হৈ পৰিছে৷ কেৰেলা উচ্চ ন্যায়ালয়ে এক বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰি এইদৰে মন্তব্য কৰিছে৷

কেৰালা উচ্চ ন্যায়ালয়ে লগতে কয় যে আনন্দময় আৰু মুক্ত জীৱন যাপন কটাবলৈ গৈ নতুন প্ৰজন্মই বিবাহক এক অমংগলীয়া তথা অশান্তিকৰ প্ৰথা বুলি বিশ্বাস কৰিবলৈ ধৰিছে৷ সেয়ে বৰ্তমান লিভ-ইন সম্পৰ্ক বৃদ্ধি পাবলৈ ধৰিছে যিটো সমাজৰ বাবে চিন্তা কাৰক হৈ পৰিছে৷

যোৱা ২৪ আগষ্টত ন্যায়াধীশ এ মহম্মদ মুস্তাক আৰু ছফী থমাছৰ এক খণ্ড বিচাৰপীঠে ৫১ বছৰীয়া এজন ব্যক্তিৰ বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰি পত্নীক উপভোগ্য সামগ্ৰীৰ দৰে গ্ৰহণ কৰা সংস্কৃতিক তীব্ৰ গৰিহণা দিয়ে৷

লগতে পঢ়ক আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

৫১ বছৰীয়া লোকজনৰ ২০১৭ চনৰ পৰাই এগৰাকী মহিলাৰ সৈতে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্ক আছে বুলি কৈ ৩৮ বছৰীয়া পত্নীৰে বিবাহ বিচ্ছেদৰ আবেদন কৰে৷ আনহাতে পত্নীয়ে তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তানৰ কথা ভাবি বিবাহ বিচ্ছেদৰ বাবে সন্মতি প্ৰদান কৰা নাই৷

প্ৰকাশ পোৱা মতে কেৰালাৰ আলাপ্পুজা জিলাৰ এই দম্পতীহালে একদশৰো অধিক সময় চৌদি আৰৱত বসতি স্থাপন কৰি ২০০৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল৷ ইয়াৰ পাছতে ২০১৭ চনত স্বামীগৰাকীয়ে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্কলৈ অহাৰ পাছতে ২০১৮ চনত বিবাহ বিচ্ছেদৰ বাবে পাৰিবাৰিক আদালতত আবেদন কৰে৷

কিন্তু স্বামীগৰাকীৰ মাতৃয়ে পুত্ৰৰ বিপৰীতে বোৱাৰীয়েকৰ পক্ষ লোৱাত পাৰিবাৰিক আদালতত এই আবেদন মীমাংসা কৰিব পৰা নগ’ল৷ ইয়াৰ পাছতে লোকজনে কেৰালা উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে৷ উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে খ্ৰীষ্টান বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য বিবাহ বিচ্ছেদ আইন ১৮৬৯ৰ অধীনত স্বামীগৰাকীয়ে পত্নীয়ে কোনো ধৰণৰ নিষ্ঠুৰ ব্যৱহাৰৰ তথ্য প্ৰমাণ দাখিল কৰিব পৰা নাই।

লগতে পঢ়ক আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছফী থমাছৰ বিচাৰপীঠৰ আদেশত গডছ অ’ন কান্ট্ৰী নামেৰে পৰিচিত কেৰালা এসময়ত নিজৰ সুসংগত পাৰিবাৰিক বন্ধনৰ বাবে বিখ্যাত আছিল বুলিও কোৱা হৈছে৷ ইয়াত লগতে কোৱা হৈছে যে পত্নীক উপভোগ্য গ্ৰাহক হিচাপে ব্যৱহাৰ কৰা সংস্কৃতিয়ে আমাৰ বৈবাহিক সম্পৰ্ককো প্ৰভাৱিত কৰা যেন লাগে। ইয়াৰ বাবেই লাইভ-ইন-ৰিলেচন বৃদ্ধি পাইছে৷

আদালতে কয় যে ‘আজিকালি নৱ প্ৰজন্মই বিবাহক এটা অশান্তিৰ বাহক বুলি ভাবে, দায়বদ্ধতা বা বাধ্যবাধকতামুক্ত জীৱন উপভোগ কৰিবলৈ ইয়াক এৰাই চলিব বিচাৰে। উচ্চ ন্যায়ালয়ে লগতে আদেশটোত কয় যে, ‘বিক্ষিপ্ত আৰু বিধ্বস্ত পৰিয়ালসমূহৰ এই আন্দোলনে সমগ্ৰ সমাজৰ বিবেকক জোকাৰি যাব।

ন্যায়াধীশ থমাছৰ আদেশত পুনৰ কোৱা হৈছে যে, ‘যেতিয়া যুদ্ধংদেহী দম্পতী, পৰিত্যক্ত শিশু আৰু হতাশগ্ৰস্ত বিবাহ বিচ্ছেদ হোৱা লোকে আমাৰ জনসংখ্যাৰ সৰহসংখ্যক লোকক দখল কৰে, তেতিয়া ই নিঃসন্দেহে আমাৰ সামাজিক জীৱনৰ শান্তিত বিৰূপ প্ৰভাৱ পেলাব, আৰু আমাৰ সমাজৰ উন্নয়নত বিৰূপ প্ৰভাৱ পেলাব।’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamkerala high court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?
জীৱনশৈলী

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

May 25, 2026
Next Post
তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?

তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?

ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.