• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

37 minutes ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

59 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

1 hour ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

2 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

3 hours ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

5 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

5 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

5 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

6 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

6 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

7 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?

editor by editor
September 7, 2022
in চিনেমা, বিবিধ, ভাৰত
0
‘মোক নহয়, প্ৰেমিকা, মা আৰু ভগ্নীক কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ক’ কিয় খঙত ফাটি পৰিল উৰ্ফি জাভেদ?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউদৰ নৱউদিত অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী অন্যতম অভিনেত্ৰী হ’ল উৰ্ফি জাভেদ৷ অভিনয়তকৈ নিজৰ বেশভূষাৰ বাবেহে সংবাদ আৰু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চাত থাকে উৰ্ফি জাভেদ৷

নিজৰ অদ্ভূত বেশভূষাৰ বাবে প্ৰায়ে সামাজিক মাধ্যমত ট্ৰলৰো সন্মুখীন হৈ আহিছে উৰ্ফি জাভেদ৷ এনে অদ্ভূত বেশভূষাৰ বাবে আনকি বিভিন্ন অনুষ্ঠানত উৰ্ফি জাভেদে সাংবাদিকৰ লগতে লগতে বিভিন্ন লোকৰ প্ৰশ্নৰো সন্মুখীন হৈ আহিছে৷ মাজে মাজে এনে প্ৰশ্নোত্তৰ দিবলৈ গৈ অভিনেত্ৰীগৰাকীয়ে খঙত ফাটি পৰাও দেখা যায়৷

এইবাৰো এক বিশেষ অনুষ্ঠানত উৰ্ফি জাভেদে নিজৰ পোছাক সম্পৰ্কে কোনো সাংবাদিকে কৰা এক মন্তব্যত জাঙুৰ খাই উঠা দেখা গ’ল৷ সাংবাদিকসকলক উদ্দেশ্যি কৰা এক অনুষ্ঠানত উৰ্ফিয়ে কয়, ‘‘ঘৰত থকা মা-ভগ্নী-প্ৰেয়সীক কাপোৰৰ বিষয়ে পৰামৰ্শ দিয়ক, মোক ক’বলৈ নাহিব।’’

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)

লগতে পঢ়ক জাতীয় দলৰ অধিনায়ক, আই পি এল ক্ৰিকেটাৰৰ বিৰুদ্ধে নাবালিকা ধৰ্ষণৰ অভিযোগ, তদন্ত আৰম্ভ

‘ঝলক দিখলা জা ১০’ৰ সংগীত মুকলি অনুষ্ঠানত উপস্থিত আছিল উৰ্ফি। সচৰাচৰৰ দৰে এইবাৰ উৰ্ফিয়ে পিন্ধিছিল ৰিভিলিং কাপোৰ। অলিভ ৰঙৰ চুটি হাতৰ পোছাকটোৰ শৰীৰৰ ওপৰৰ অংশলৈকে সীমিত আছিল। উৰ্ফিৰ পিঠিখন সম্পূৰ্ণ খোলা হৈ আছিল। সেই পোছাকজোৰ পিন্ধা উৰ্ফিক এজন ফটো সাংবাদিকে আন সাজ-পোছাকতকৈ ‘অলপ ভাল’ বুলি মন্তব্য কৰিছিল। সেই মন্তব্য শুনিয়েই উৰ্ফিয়ে নিজৰ নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি এইদৰে ক্ষোভ উজাৰে৷

মঞ্চত থিয় হৈ উৰ্ফিয়ে চিঞৰি উঠিল, ‘‘কাপোৰৰ কথা ক’বলগীয়া হ’লে ঘৰত থকা প্ৰেমিকা বা মা আৰু ভগ্নীক কওক। আজিৰ পৰা মোৰ কাপোৰৰ ওপৰত কোনেও এনে মন্তব্য নকৰিব।’’

মন কৰিবলগীয়া যে এসময়ত বিগ বছৰ প্ৰতিযোগী উৰ্ফিয়ে দুখন ছবিত অভিনয় কৰিছিল৷ কিন্তু অভিনয় দক্ষতাতকৈ উৰ্ফিয়ে এই অদ্ভূত বেশভূষাৰ বাবেই সততে চৰ্চাত থাকে, সদায় সংবাদ মাধ্যমৰ মনোযোগৰ কেন্দ্ৰবিন্দু হৈ থাকে৷

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambest portal of assamUrfi Javed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

August 21, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

August 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

August 21, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

August 21, 2026
Next Post
সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

মহানগৰীৰ বিলাসী বাহনৰ শ্ব’ৰূমত ভয়ংকৰ অগ্নিকাণ্ড, বাহনসহ ১০ কোটি টকাৰ সম্পত্তি ভস্মীভূত

মহানগৰীৰ বিলাসী বাহনৰ শ্ব’ৰূমত ভয়ংকৰ অগ্নিকাণ্ড, বাহনসহ ১০ কোটি টকাৰ সম্পত্তি ভস্মীভূত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.