• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী…

সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী…

3 years ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

14 minutes ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

33 minutes ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 hour ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

2 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

2 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

21 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

21 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

22 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

22 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী…

editor by editor
September 15, 2022
in বিবিধ, ভাৰত
0
সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী…
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত চলিছে সুৰাৰ বাম্পাৰ অফাৰ। এবটল যিকোনো ব্ৰেণ্ডৰ সুৰা ক্ৰয় কৰিলেই লগত পাব আন এবটল সুৰা। ইমান অফাৰ কিয় দিয়া হৈছে দিল্লীত? কিন্তু অফাৰ দিলেও ৰৈ গৈছে ৭০ লাখ সুৰাৰ বটল। এই বটলসমূহেই এতিয়া মূৰৰ কামূৰণি কৰিছে দিল্লীৰ আবকাৰী বিভাগক।

২০২১-২২ বৰ্ষত নতুন আবকাৰী নীতিয়েই আওল লগাইছে সকলো। এই নীতিৰ অধীনত বিক্ৰী নোহোৱা ৭০ লাখ বটল এতিয়া আবকাৰী বিভাগৰ বাবে মূৰৰ কামূৰণি হৈ পৰিছে। দিল্লীৰ বহুতো সুৰাৰ বিপনীত এই বটল শেষ কৰিবলৈকে এটা বটলৰ সৈতে বিনামূলীয়াকৈ আন এটা বটলো দিয়া হৈছিল। এনেকৈ আগবঢ়োৱাৰ পিছতো দিল্লীৰ আৱকাৰী বিভাগৰ হাতত এতিয়াও মজুত আছে ৭০ লাখ বটল।

লগতে পঢ়ক বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

আবকাৰী বিভাগৰ বিষয়াসকলে এই বাকী থকা সুৰাৰ বটল বিক্ৰীৰ বাবে উপায় বিচাৰিছে। বিভাগৰ বিষয়াসকলে কোৱা অনুসৰি এই ৰৈ যোৱা সুৰাৰ ভিতৰত ৱাইন আৰু বিয়েৰো আছে। ৰৈ যোৱা এই বটলবোৰ বৰ্তমান ৱেৰহাউচত ৰখা হৈছে। চলিত বৰ্ষৰ ৩১ আগষ্টত বিক্ৰীৰ সময়সীমা উকলি যোৱা এই সুৰাৰ বটলসমূহ নষ্ট কৰি পেলোৱা হ’ব নেকি সেই বিষয়ে মত প্ৰকাশ কৰিছে দিল্লীৰ আবকাৰী বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই। নতুন আবকাৰী নীতিত বিগত বৰ্ষত প্ৰায় সুৰাৰ বিভিন্ন ব্ৰেণ্ডৰ ৩৫ লাখতকৈ অধিক বটলৰ পঞ্জীয়ন হৈছে। আবকাৰী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰৈ যোৱা ৭০ লাখ বটল পঞ্জীয়ন কৰিব লাগিব, নহ’লে এই বটলসমূহ নষ্ট কৰিব লাগিব।

অৱশ্যে সুৰাৰ এই বিভিন্ন ব্ৰেণ্ডৰ বটলবোৰ ধ্বংস কৰাৰ পৰিৱৰ্তে বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ সম্ভাৱনা আছে। বিষয়াগৰাকীয়ে তেওঁৰ মন্তব্যত ২০১৯ চনৰ এটা উদাহৰণ দাঙি ধৰি এই কথা স্পষ্ট কৰিছে। ২০১৯-ত আবকাৰী বিভাগৰ অভিযানৰ সময়ত জব্দ কৰা সুৰাৰ বটলবোৰ ধ্বংস কৰাৰ পৰিৱৰ্তে সঠিক পৰীক্ষাৰ পিছত সেই সুৰা প্ৰকৃত মূল্যতকৈ ২৫ শতাংশ কম মূল্যত বিক্ৰী কৰিবলৈ অনুমতি দিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ

‘হাই গৰ্মী’ৰ শৰীৰত ইডিয়ে ঢালিব নেকি ঠাণ্ডা পানী…!

'হাই গৰ্মী’ৰ শৰীৰত ইডিয়ে ঢালিব নেকি ঠাণ্ডা পানী...!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.