• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…

হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…

4 years ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

2 minutes ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

26 minutes ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

1 hour ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

2 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

2 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

3 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

4 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

4 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

5 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

6 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

7 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…

editor by editor
September 17, 2022
in বাণিজ্য, বিবিধ
0
হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…
0
SHARES
15.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে ফোনত এটা মেছেজ আহিল৷ তেওঁ মেচেজটো দেখি থতমত খাইছিল। ইমান টকা ক’ৰ পৰা আহিল? কিন্তু হঠাৎ কোটিপতি হোৱাৰ আনন্দত গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা ৰমেশ সাগৰ আনন্দত আত্মাহাৰা হৈ পৰিল।

ঘটনাটো আছিল যোৱা ২৬ জুলাইৰ। অৱশ্যে ঘটনাটো কিছু শেহতীয়াকৈ পোহৰলৈ আহিছে। ২৬ জুলাইৰ পুৱা ৰমেশ সাগৰে দেখিলে যে তেওঁৰ একাউণ্টত ১১ কোটি ৭৬ লাখ টকা জমা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সাগৰে বিগত ৬ বছৰ ধৰি নিয়মীয়াকৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি আহিছে। ফোনত মেছেজটো পাই সাগৰে বিশ্বাস কৰিব পৰা নাছিল। সঁচা হয় নে তাৰ পৰীক্ষা কৰি দেখিলে একাউণ্টটোত সঁচাকৈ ১১ কোটি ৭৬ লাখ টকা জমা হৈছে৷

লগতে পঢ়ক ২৬ ছেপ্টেম্বৰত স্বব্ধ হ’ব অসম! ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ৬ জনগোষ্ঠীয় ঐক্য মঞ্চৰ

সাগৰে যিহেতু নিয়মিতভাৱে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে, সেয়ে ভাবিলে যে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ ফলতে তেওঁৰ এই ধনৰাশি একাউণ্টচ সোমাইছে৷ আৰু লগে লগে তেওঁ তাৰপৰাই ২ কোটি টকা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে৷ উক্ত ২ কোটি টকা বিনিয়োগ কৰি তেওঁ ৫ লাখ টকা উপাৰ্জনো কৰে৷

ইয়াৰ পাছতে হঠাতে সাগৰৰ এই সুখ দীৰ্ঘস্থায়ী নহ’ল৷ যিদৰে হঠাতে তেওঁৰ একাউণ্টত ১১ কোটি টকা সোমাইছিল ঠিক তেনেদৰে হঠাতে তেওঁৰ একাউণ্টৰ পৰা ধনৰাশি উলিয়াই নিয়া হ’ল৷

এইবাৰ বেংকৰ পৰা মেচেজ আহিল যে কাৰিকৰী বিসংগতি বাবে তেওঁৰ একাউণ্টত উক্ত ধনৰাশি সোমাইছিল৷ সেই কাৰিকৰী বিংসগতিৰ বাবে বেংক কৰ্তৃপক্ষই সাগৰলৈ দুখ প্ৰকাশ কৰিও এটা মেচেজো কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
Next Post
বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ…

বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ...

বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.