• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

4 years ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 minutes ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

24 minutes ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

1 hour ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

2 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

2 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

2 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

3 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

3 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

4 hours ago
সাজঘৰ

সাজঘৰ

5 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

16 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

editor by editor
September 17, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ব্যক্তিয়ে জীৱনত কিমানবাৰ বিবাহপাশত আৱদ্ধ হ’ব পাৰে! এবাৰ, দুবাৰ, তিনিবাৰ বা চাৰিবাৰ…! কিমানবাৰ বিবাহপাশত আৱদ্ধ হ’ব পাৰে! আপুনি কল্পনা কৰিব পাৰিবনে? আপুনি জানি আচৰিত হ’ব যে এজন লোকে ৬৩ বছৰত ৫৩ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে৷

এই অভিলেখ সৃষ্টিকাৰী লোকজন হৈছে চৌদি আৰৱৰ বাসিন্দা আবু আব্দুল্লাহ৷ তেওঁক এই শতিকাৰ সৰ্বাধিক বহুবিবাহী বুলি অভিহিত কৰিলেও ভুল কোৱা নহ’ব। আচলতে আব্দুল্লাহে ৪৩ বছৰতেই ৫৩ বাৰকৈ বিবাহ কৰিছে। প্ৰকাশিত খবৰৰ মতে লোকজনে কাষত পত্নীৰ অভাৱ নিবিচাৰে বাবেই বিদেশ ভ্ৰমণৰ সময়ত যি দেশলৈকে যায় তাতেই একোগৰাকী মহিলাৰে বিবাহপাশত আৱদ্ধ হয়৷

অৱশ্যে এইদৰে বিবাহপাশত আৱদ্ধ হৈ আহিলেও আব্দুল্লাই দাবী কৰে যে তেওঁ নিজৰ কোনো পত্নীৰ লগত অন্যায় কৰা নাই, সকলোকে সমান ব্যৱহাৰ আৰু সমান অধিকাৰ দিছে।

লগতে পঢ়ক বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ;

আব্দুলাই প্ৰথম বিবাহ কৰাইছিল ২০ বছৰ বয়সত৷ তেতিয়া তেওঁ নিজেও ইমানবোৰ বিবাহ কৰিব বুলি ভবাই নাছিল৷ আবু আব্দুল্লাই কয় যেতিয়া প্ৰথম বিবাহ হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ বিশ বছৰ।

ল’ৰা-ছোৱালীৰে প্ৰথমা পত্নীৰ সৈতে তেওঁ শান্তিত থাকিলেও তিনিবছৰ পাৰ হোৱাৰ পাছত এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ’ল যে তেওঁ পুনৰ বিয়া কৰাৰ সিদ্ধান্ত ল’লে। তাৰ পিছত ২৩ বছৰ বয়সত দ্বিতীয় বিবাহ কৰালে৷

আবু আব্দুল্লাৰ ৫৩ গৰাকী পত্নীৰ মাজৰ অধিকসংখ্যকেই চৌদি মহিলা। অৱশ্যে কে’বাগৰাকী বিদেশী মহিলাকো তেওঁ বিয়া কৰাইছে। তেওঁ কয় যে তেওঁ তিনি-চাৰি মাহ ব্যৱসায়িক সংক্ৰান্ত বিদেশ ভ্ৰমণত থাকিবলগীয়া হয় আৰু তেতিয়াই তেওঁ বিদেশী মহিলাৰে বিবাহপাশত আৱদ্ধ হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of AssamPolygamist of the century
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা
বিনোদন

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
Next Post
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…

মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.