• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস

জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস

4 years ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

20 minutes ago
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

31 minutes ago
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

50 minutes ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

1 hour ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

2 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

3 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

4 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

4 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

5 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

6 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস

editor by editor
September 20, 2022
in অসম, শিক্ষা
0
জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত টটে শিক্ষক ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হ’ল৷ এজন চৰকাৰী শিক্ষক হৈও এটা ব্যক্তিগত কোচিং চেণ্টাৰ চলাই থকাৰ অভিযোগ তুলি এদিন পূৰ্বে বিজেপিৰ বিধায়ক তথা প্ৰাক্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বনৰ দাবী উত্থাপন কৰিছিল৷

উল্লেখ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তিত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ বৰণ কৰিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পাছতে প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত ভিক্টৰ দাসক নিলম্বন কৰা হয়৷

ভিক্টৰ দাসে ২০২১ বৰ্ষত পূৱ পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলত এগৰাকী টেট উত্তীৰ্ণ শিক্ষক হিচাপে যোগদান কৰিছিল৷

ভিক্টৰ দাসে চৰকাৰী চাকৰি কৰাৰ উপৰিও ক’চিং চেণ্টাৰ এটা কোচিং চেণ্টাৰ চলাই আহিছিল।

see More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamVictor DasVictor Das suspended
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ
শিক্ষা

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

April 19, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
Next Post
আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.