• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

4 years ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

4 minutes ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

36 minutes ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

2 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

2 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

3 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

6 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

7 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

7 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

20 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

20 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক

editor by editor
September 28, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
সাৱধান! জান, সোণ বুলি WhatsApp-ত মেছেজ কৰাৰ আগতে এইকেইটা দিশলৈ নজৰ দিয়ক
0
SHARES
26k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘জান ভাত খালানে? কি কৰিছা, ক’ত আছা?’ এনেধৰণে মেছেজ কৰোতে এতিয়াৰে পৰা সাবধান হওক। প্ৰিয়জনৰ সৈতে যোগাযোগ কৰাৰ পৰা অফিচৰ গ্ৰুপলৈ সকলোতেই এতিয়া ৱাটছএপে এৰাব নোৱাৰা সংগী। পৃথিৱীৰ বেছিসংখ্যক লোকৰেই চাটিং এপ হিচাপে ৱাটচএপ প্ৰথম পছন্দ। কিন্তু এই ৱাটছএপে নিৰাপত্তাৰ ক্ষেত্ৰত ভৰষাৰ যোগ্য এপনে? সম্প্ৰতি ৱাটছএপৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। গ্ৰাহকৰ একাউণ্ট সুৰক্ষিত ৰখাত ৱাটচএপ ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

ৱাটচএপৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগৰ পিছতেই ৱাটচ এপে এই বিষয়ে বিবেচনা আৰম্ভ কৰা বুলি প্ৰকাশো কৰিছে। ইতিমধ্যে ৱাটচএপে পুৰণা ৱাটছএপসমূহ আপডেটৰ বাবে পৰামৰ্শ আগবঢ়াইছে। চেপ্টেম্বৰৰ আৰম্ভণিতে ৱাটছএপৰ এইসমূহ গাফিলতিৰ কথা পোহৰলৈ আহিছিল। হেকাৰে বিশেষ কোড ব্যৱহাৰ কৰি ৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন বা ভিডিঅ কল ৰিচিভ কৰিব পাৰে। ইণ্টিজাৰ অভাৰফ্ল পদ্ধতিৰে এই কাম কৰিব পাৰে হেকাৰে। এই বিবৃতি প্ৰকাশ হোৱাৰ পিছতেই WhatsApp-এ ইণ্টিজাৰ অভাৰফ্ল পদ্ধতি ব্যৱহাৰৰ কথা স্বীকাৰ কৰিছে। অৰ্থাৎ ইয়াৰ মাধ্যমেৰে বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা বিশেষ কোড ব্যৱহাৰ কৰি ৱাটছএপ নিয়ন্ত্ৰণ কৰিব পাৰিছিল হেকাৰে।

এপটোক লৈ এতিয়া আৰু চিন্তাৰ কাৰণ নাই। ৱাটছএপে প্ৰকাশ কৰা অনুসৰি অচিৰেই ব্যৱহাৰকাৰীসকলে নিজৰ একাউণ্টসমূহ আপডেট কৰিলেই সুৰক্ষাৰ দিশটোত আৰু কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ
বিশ্ব

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

July 4, 2026
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?
বিনোদন

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

July 4, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
Next Post
ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন…

ব্যস্ততাই চেপিছে! একেলগে সময় কটাবলৈ আলিয়া-ৰণবীৰৰ নতুন প্লেন...

শোৱাপাটিতেই পত্নীয়ে হত্যা কৰিলে নেকি বৰপথাৰৰ চম্পকক?

শোৱাপাটিতেই পত্নীয়ে হত্যা কৰিলে নেকি বৰপথাৰৰ চম্পকক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.