• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু এনেকৈয়ো আহে! একে স্থানতেই দুটাকৈ দুৰ্ঘটনা, প্ৰথম দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ প্ৰাণ কাঢ়িলে দ্বিতীয়টো দুৰ্ঘটনাই

মৃত্যু এনেকৈয়ো আহে! একে স্থানতেই দুটাকৈ দুৰ্ঘটনা, প্ৰথম দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ প্ৰাণ কাঢ়িলে দ্বিতীয়টো দুৰ্ঘটনাই

3 years ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

17 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

1 hour ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

2 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

2 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

4 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

4 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

6 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

6 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

7 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

8 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মৃত্যু এনেকৈয়ো আহে! একে স্থানতেই দুটাকৈ দুৰ্ঘটনা, প্ৰথম দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ প্ৰাণ কাঢ়িলে দ্বিতীয়টো দুৰ্ঘটনাই

editor by editor
October 5, 2022
in বিবিধ, ভাৰত
0
মৃত্যু এনেকৈয়ো আহে! একে স্থানতেই দুটাকৈ দুৰ্ঘটনা, প্ৰথম দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ প্ৰাণ কাঢ়িলে দ্বিতীয়টো দুৰ্ঘটনাই
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰ্মান্তিক! একেস্থানতে মাত্ৰ কিছু সময়ৰ ব্যৱধানত দুটাকৈ দুৰ্ঘটনা। বুধবাৰে বান্দ্ৰাৰ পৰা ওৰলি যোৱাৰ পথত দ্বিতীয়টো দুৰ্ঘটনাত মুঠ ৫গৰাকী ব্যক্তিৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ১৩ জন।

দুৰ্ভাগ্যজনকভাৱে সেই স্থানতেই এই দুৰ্ঘটনাৰ মাত্ৰ অলপ সময়ৰ ব্যৱধানত আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল। প্ৰথমটো দুৰ্ঘটনাত পতিতসকলক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ আহি ৰৈছিলহে মাত্ৰ তেনেতেই আনটো দুৰ্ঘটনা। হঠাতেই দ্ৰুতগতিত অহা এখন বাহনে এম্বুলেঞ্চকে ধৰি বহুকেইখন গাড়ীত খুন্দা মাৰে।

পূৰ্বৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলৰ উদ্ধাৰৰ বাবে অহা বহুকেইগৰাকী ব্যক্তিয়েই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীতেই এগৰাকী মহিলাসহ উদ্ধাৰকাৰী দলৰ ৫ সদস্যাৰ মৃত্যু। আনহাতে আহত হৈছে ১৩ জন লোক। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আহতসকলৰো ৬ জনৰ অৱস্থা অতি সংকটজনক।

উল্লেখ্য যে মুম্বাইৰ এই দু্ৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়েও টুইটযোগে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে চিকিৎসাধীন হৈ থকাসকলকো উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত লিখিছে, ‘যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ দ্ৰুত আৰোগ্য কামনা কৰিছো।’ এই দুৰ্ঘটনাৰ পিছতেই বান্দ্ৰা-ওৰেলিৰ এই পথ বন্ধ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
Next Post
‘কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

'কৰ’না এতিয়া অতীত!’ পূজাস্থলীতে জয়া বচ্চনৰ মাস্কক লৈ কাজলে কি ক’লে?

এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

এতিয়াও সন্ধানহীন দীপশিখা! উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.