• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰামিষভোজী ঘঁৰিয়াল ‘ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

নিৰামিষভোজী ঘঁৰিয়াল ‘ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

4 years ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

30 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

57 minutes ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

2 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

4 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

17 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

18 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

19 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

19 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিৰামিষভোজী ঘঁৰিয়াল ‘ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?

editor by editor
October 10, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
নিৰামিষভোজী ঘঁৰিয়াল ‘ববীয়া’ৰ মৃত্যু! কিয় নিৰামিষভোজী আছিল ববীয়া?
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এটা ঘঁৰিয়ালৰ মৃত্যুৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমত। ৭৫ বছৰীয়া এই ঘঁৰিয়ালটো কেৰালাৰ এটা মন্দিৰত প্ৰায় সাত দশক ধৰি বাস কৰি আহিছিল। বাবিয়া নামৰ ঘঁৰিয়ালটোৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰিছে কেৰালাৰ কাচাৰাগোডবাসীকো। কেৰালাৰ ‘অন্নথপুৰ লেক মন্দিৰ’ত বাবীয়াই ৭৫ বছৰে বাস কৰিছে সেয়াই ববীয়াৰ বৈশিষ্ট্য নহয়। ববীয়া সম্পূৰ্ণ নিৰামিষভোজী আছিল। মন্দিৰত বাস কৰাৰ বাবেই ববীয়া নিৰামিষভোজী হৈ পৰিছিল নে ববীয়াই জন্মৰ পৰাই মাংসৰ সোৱাদেই পোৱা নাছিল বাবেই সি নিৰামিষভোজী হৈ পৰিছিল সেই সম্পৰ্কে সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ববীয়াৰ চলন-ফুৰণ তথা জীৱনশৈলী অন্য ঘঁৰিয়ালতকৈ পৃথক আছিল বুলি মন্দিৰৰ কৰ্মকৰ্তাসকলে দাবী কৰে।

বিভিন্ন স্থানৰ পৰা মন্দিৰলৈ অহা ভক্তৰ মুখ্য আকৰ্ষণেই আছিল ববীয়া। মন্দিৰলৈ অহা প্ৰত্যেকগৰাকী ভক্তই পূজাৰ শেষত ববীয়াক প্ৰসাদ দিয়ে। ববীয়াইয়ো সেই প্ৰসাদ গ্ৰহণ কৰে। দেওবাৰে নিশা মৃত্যুৰ সাবটি লোৱা ববীয়াৰ শেষকৃত্য অনুষ্ঠানেও দৃষ্টি কাঢ়িছে সকলোৰে। ববীয়া সন্দৰ্ভত মন্দিৰৰ বিষয়ববীয়াসকলে কয় যে, ববীয়া থকা পুখুৰীটোত অন্যান্য মাছ, কাছকে ধৰি বহু জীৱ আছে। কিন্তু ববীয়াই কোনোদিনেই এই জীৱসমূহৰ অনিষ্ঠ কৰা নাছিল। এইসমূহক ভক্ষণ কৰাৰ পৰিবৰ্তে ববীয়াই কোনো ভক্তপ্ৰাণ ৰাইজে দি যোৱা প্ৰসাদহে গ্ৰহন কৰিছিল। ববীয়াৰ মৃত্যুত শোকস্তব্ধ মন্দিৰৰ বিষয়ববীয়াই সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে ববীয়াৰ শেষকৃত্য সম্পন্ন কৰাৰ ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Next Post
গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?

গোপন অভিসাৰৰ কথা প্ৰকাশ কৰিয়েই শেষ হৈছিল যি প্ৰেম! এভাৰগ্ৰীণ ৰেখাৰ জীৱনত এতিয়াও প্ৰেম আছেনে?

প্ৰতিদিনেই কম্পিউাৰত কাম কৰে? কোনকেইটা ব্যায়ামে চকুৰ দৃষ্টিশক্তি ঠিকে থকাত সহায় কৰিব?

প্ৰতিদিনেই কম্পিউাৰত কাম কৰে? কোনকেইটা ব্যায়ামে চকুৰ দৃষ্টিশক্তি ঠিকে থকাত সহায় কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.