• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

3 years ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

26 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

46 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 hour ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

2 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

2 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

14 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

14 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

editor by editor
October 21, 2022
in অসম, জীৱনশৈলী, ভাৰত, লেখা, সংগীত
0
জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ আজি ওপজা দিন। খেয়ালী জুবিনৰ সৈতে একেলগে ২০ টা ফাগুন গৰকা গৰিমা শইকীয়াৰ ওপজা দিনত সামাজিক মাধ্যমযোগে বহুতেই জনাইছে শুভেচ্ছা। বহুতেই ওপজা দিনত গৰিমা গাৰ্গক শুভেচ্ছা জনাই লিখিছে, ‘মৰমৰ জুবিন দাক সামৰি ৰখা বৌ জনী সদায়ে কুশলে থাকক।’

গুগলত যদিও গৰিমা গাৰ্গৰ পৰিচয় জুবিন গাৰ্গৰ পত্নী বুলি আছে কিন্তু গৰিমা গাৰ্গৰো আছে নিজা পৰিচয়। অসমৰ প্ৰতিষ্ঠিত মহাবিদ্যালয় তথা বৰ্তমানৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় কটনৰ পৰা স্নাতক গৰিমা শইকীয়াই মুম্বাইৰ ছফিয়া কলেজৰ পৰা ফেশ্বন ডিজাইনাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। ফেশ্বন ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠিত গৰিমা শইকীয়াই ২০০২ চনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰে পৰাই গৰিমা শইকীয়া গাৰ্গ হিচাপে প্ৰতিগৰাকী অসমীয়াৰ আপোন বৌ হৈ পৰিচিত হৈ পৰে গৰিমা শইকীয়া।

জুবিন গাৰ্গেও গৰিমা সন্দৰ্ভত দিয়া এক মন্তব্যত পূ্ৰ্বেও গৰিমা গাৰ্গৰ অস্তিত্ব তেওঁৰ জীৱনত কিমান সেই কথা স্বীকাৰ কৰিছে। জুবিনে গৰিমা সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত কৈছিল,’গৰিমা মোৰ দুখৰ দিনৰ লখিমী।’ বিভিন্ন বাধা অতিক্ৰমি প্ৰতিক্ষণে জুবিন গাৰ্গক সামৰি ৰখা গৰিমা গাৰ্গৰ ওপজা দিনটোক বিশেষ কৰি তুলিছে স্বামী জুবিনৰ লগতে তেওঁৰ বন্ধুবৰ্গই। সামাজিক মাধ্যমতো গৰিমা গাৰ্গৰ বন্ধুমহলৰ লগতে জুবিন গাৰ্গৰ উপস্থিতিত উদযাপন কৰা কেক কটাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamgarima saikia garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 20, 2026
Next Post
NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?

NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?

পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?

পৰম্পৰা, সংস্কৃতিতকৈ উৰ্ধত ধৰ্ম! মাজুলীত এইবাৰ আগ্ৰাসন ঘটিছে নেকি হিন্দুত্ববাদৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.