• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

3 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

8 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

9 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

11 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

12 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

12 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

13 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

14 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

15 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

15 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

editor by editor
November 13, 2022
in ক্ৰীড়া, বিশ্ব
0
মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানী ক্ৰিকেটপ্ৰেমীয়ে সপোন দেখিছিল, বিশ্বকাপ এইবাৰ পাকিস্তানেই জয় কৰিব। আকৌ ১৯৯২ ৰ সেই স্মৃতি আনন্দমনেৰে ৰোমন্থন কৰিব। কিন্তু ইতিহাসৰ পুনৰাবৃত্তি নহ’ল। পাকিস্তানক ৫ উইকেটত হৰুৱাই ২০২২ৰ বিশ্বকাপ জয় কৰিলে বাটলাৰ বাহিনীয়ে। প্ৰথমে বেট ধৰি পাকিস্তানে বাটলাৰ বাহিনীক বান্ধি দিছিল ১৩৮ ৰানৰ লক্ষ্য। পাকিস্তানে বান্ধি দিয়া লক্ষ্যক ৬ বল বাকী থাকোতেই সম্পূৰ্ণ কৰে বাটলাৰ বাহিনীয়ে। ১৯৯২ৰ সেই পৰাজয়ৰ প্ৰতিশোধ ৩০ বছৰৰ অন্তত ল’লে ইংৰাজ বাহিনীয়ে।

প্ৰথম অভাৰতেই ছাহিন শ্বাহ আফ্ৰিদিয়ে আক্ৰমণাত্মক হৈ উঠিছিল যদিও দেশবাসীৰ হাতত বিশ্বকাপ তুলি দিব নোৱাৰিলে পাকিস্তানৰ দলটোৱে। ১২.৩ অভাৰত ব্ৰুকছৰ কেছ ধৰিবলৈ গৈ ভৰীত আঘাত লাগে আফ্ৰিদিৰ। আফ্ৰিদিৰ আঘাতেই কনফিডেন্স ভাঙিলে পাকিস্তানৰ দলটোৰ। এলেক্সক আউট কৰোৱাই খেল দেখুওৱাৰ সপোন দেখিছিল বাবৰ বাহিনীয়ে কিন্তু আফ্ৰিদিয়ে আঘাত পোৱাত সপোনত বাধা আহি পৰে। বাটলাৰৰ দুৰ্দান্ত বেটিঙেও পাকিস্তানৰ দলটোৰ কনফিডেন্স আৰু কমাই আনে।

৬ অভাৰত ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ হেৰিছ ৰ’ফে কৰা আক্ৰমণাত্মক বলিঙে বাটলাৰ বাহিনীক ধৰাশায়ী কৰিছিল। ৬ অভাৰত ইংলেণ্ডৰ অধিনায়ক উইকেট লয় পাকিস্তানে। ১৭ বলত ২৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় অধিনায়ক বাটলাৰ। বাটলাৰ গ’লেও দলটোক ধৰি ৰাখে বেন ষ্ট্ৰকচ আৰু হেৰি ব্ৰুকছে। দুয়োৱে যুটিয়াভাৱে সংগ্ৰহ কৰে ৩৯ ৰান। অৱশ্যে ১৩ অভাৰত এই যুটিও ভাঙি পেলাই পাকিস্তানৰ ছাবাদ খালে। ২৩ টা বলত ২০ ৰান কৰি আউট হয় হেৰি ব্ৰুকচ।

ব্ৰুকচ যোৱাৰ পিছত ইংলেণ্ডক জয়ৰ দিশে আগুৱাই নিয়ে বেন ষ্ট্ৰোকচ আৰু মইন আলীয়ে। ১৩টা বলত ১৯ ৰান কৰি আউট হয় মইন। কিন্তু শেষলৈ দলটোক টানি নিয়ে বেন ষ্ট্ৰোকচে। ৪৯ বলত অপৰাজিত ৫২ ৰান লয় ষ্ট্ৰোকছে। ১৯ অভাৰতেই জৰ লক্ষ্য সম্পূৰ্ণ হয় ইংলেণ্ডৰ। পাকিস্তান দলটোৰ হৈ আকৰ্ষণীয় বলিং কৰে ছাদাৰ খান আৰু হেৰিছৰউপে। ৪ অভাৰত মাত্ৰ ২০ ৰান কৰিয়েই ১ টা উইকেট ললে ছাদাৰে। ২৩ ৰানত দুটা উইকেট ল’লে ৰউফেও।

টছত হাৰি প্ৰথমে বেটিং কৰা পাকিস্তানে পঞ্চম অভাৰত বিপৰ্যয়ৰ সন্মুখীন হয়। ৫ অভাৰৰ দ্বিতীয়টো বলত মহম্মদ ৰিজোৱানক পেভিলিয়নলৈ উভতি যাবলৈ বাধ্য কৰোৱাই ছেম কৰণে। আৰম্ভনিৰে পৰাই ইংলেণ্ডৰ আটাইকেইজন বলাৰেই আক্ৰমণাত্মক হৈ উঠে। তাৰ বিপৰীতে আক্ৰমণাত্মক হোৱা দেখা নগ’ল পাকিস্তানৰ বেটাৰকেইজনক। ৮ অভাৰত আদিল ৰছিদো আউট হয়। বাটলাৰে লয় এই উইকেট। মহম্মদ হেৰিছকো পেভিলিয়নমুখী কৰাই বেন ষ্ট্ৰোকচে। পাকিস্তানৰ দলটোক শেষলৈ আগুৱাই নিয়ে বাবৰ আজম আৰু ছান মছুদে। পাকিস্তানক আকৌ অবাৰ ধৰাশায়ী কৰে আদিল ৰছিদে। ৰছিদৰ হাতত আউট হয় বাবৰ আজম। ২৮ টা বলত ৩২ ৰান কৰি পেভিলিয়নমুখী হয় বাবৰ।

বাবৰ আউট হোৱাৰ পাছতেই ইফতিকাৰ আহমেদো আউট। ৮৪ ৰানত ৪ উইকেট হেৰুৱাি দুৰ্বল হৈ পৰে বাবৰ বাহিনী। বিশ্বকাপ জিকাৰ সপোন তাতেই ভাঙিল বাবৰ বাহিনীৰ।
শেষপৰ্যন্ত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৩৭ ৰান কৰে বাবৰ বাহিনীয়ে। পাকিস্তানৰ লক্ষ্যক সহজেই জয় কৰি বাটলাৰ বাহিনীয়ে আজুৰি নিলে ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?
বিনোদন

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

April 28, 2026
Next Post
টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য…

শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.