• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য…

শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য…

4 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

22 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

3 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

4 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

23 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য…

editor by editor
November 14, 2022
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
শিশুবোৰ ভালে থাকক, খৰ্ব নহওক শিশুৰ অধিকাৰ, শিশু দিৱসৰ তাৎপৰ্য…
0
SHARES
746
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি শিশু দিৱস। ভাৰতবৰ্ষত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৱে খুব ভালপায়ছিল শিশুক, যাৰ বাবে তেওঁৰ ওপজা দিনটোক শিশুদিৱস হিচাপে পালন কৰা হয়।

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, অৰ্থাৎ প্ৰত্যেকটো শিশুৱেই একো একোটা মানৱ সম্পদ। এই শিশু সকলক সঠিক আৰু নিৰাপদ পৰিৱেশত ডাঙৰ-দীঘল কৰি ভৱিষ্যতলৈ একোজন কৰ্তব্য পৰায়ণ আৰু দ্বায়িত্বশীল নাগৰিকৰূপে গঢ় দিয়াৰ দায়িত্ব আমাৰ প্ৰত্যেকৰেই। শিশু সকলৰ বাবেই আজিৰ দিনটোক উদযাপন কৰা হয়।

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি। পণ্ডিতগৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা কিমান? আনহাতে, শিশুসকলৰ মাজত পণ্ডিত নেহৰু জনপ্ৰিয় আছিল ‘নেহৰু চাচা’ হিচাপে। এই বিশেষ দিনটোত সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো দেখা গৈছে আয়োজন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী। নেহৰুৱে তাহানিতেই কৈছিল, আজিৰ শিশুৱেই নতুন ভাৰত গঢ়িব, আমি শিশুসকলক যত্নৰে লালন-পালন কৰিব লাগে, তেতিয়া সুস্থ এটা প্ৰজন্ম গঢ়ি উঠিব, দেশ উন্নতিৰ পথত আগবাঢ়িব। সেয়ে শিশুৰ এই বিশেষ দিনটো পালন কৰি শিশু কল্যানৰ কথাবোৰ দেশৰ চুকে কোণে বিয়পায় দিব লাগে। প্ৰকৃততে শিশু দিৱসৰ মূল উদ্দেশ্যই হৈছে শিশুৰ চাহিদাসমূহক স্বীকৃতি দিয়া, তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা, তেওঁলোকৰ ওপৰত চলি থকা যিকোনো শোষণ ৰোধ কৰা এইসমূহৰ মাজেৰে এটি শিশুক সঠিকভাৱে প্ৰতিষ্ঠিত কৰোৱাই এই দিৱস পালনৰ মুখ্য উদ্দেশ্য।

উল্লেখ্য যে যদিও বছৰে বছৰে শিশু দিৱস পালন কৰা হয় তথাপিও সত্য এয়াই যে আমাৰ দেশত আজিও হাজাৰ হাজাৰ শিশু শ্ৰমিক আছে। তেওঁলোক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। শিশুশ্ৰমৰ সমস্যা দেশৰ প্ৰতিটো ৰাজ্যৰেই এটা প্ৰধান সমস্যা। এই শিশু দিৱসত সকলোৰে প্ৰতিজ্ঞা হওক, শিশু নিৰ্যাতন, শিশু শ্ৰমিক দেশৰ ভূমিত শেষ হওক, সকলো শিশুৱেই আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হওক, নেহৰুৱে তাহানিতে কোৱাৰ ধৰণেৰে, শিক্ষাৰ পোহৰেৰে উদ্ভাসিত এজাক শিশুৱে পোহৰাই তোলক দেশৰ ভৱিষ্যত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই...

শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

শক্তিবৰ্ধক ঔষধ সেৱন কৰি কিশোৰীক ধৰ্ষণ! অত্যাধিক পৰিমানে ৰক্তক্ষৰণ হৈ যুৱতীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.