• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

4 years ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

5 minutes ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

39 minutes ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 hour ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

2 hours ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

17 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

18 hours ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

18 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

19 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

19 hours ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

editor by editor
November 14, 2022
in চিনেমা, জীৱনশৈলী
0
ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ’না মহামাৰীৰ পিছতেই বলীউডত খহনীয়া। বিগত কিছু বছৰ ধৰি বিগ বাজেটৰ ছবি দৰ্শকে আদৰি লোৱা নাই। বক্স অফিছত কালেকচন বেয়া হোৱাৰ বাবেই বহুতেই এতিয়া অটিটি প্লেটফৰ্মতেই মুক্তি দিছে ছবিসমূহ। কিন্তু অক্ষয় কুমাৰে এইক্ষেত্ৰত আগবাঢ়ি অহা নাছিল। তেওঁ অটিটি প্লেটফৰ্মতকৈ প্ৰেক্ষাগৃহতহে মুক্তি দিয়াৰ পক্ষপাতী আছিল। ব্যৱসায়িক ছবিৰ সংখ্যা যেনেকৈ বাঢ়িছে পাৰিশ্ৰমিকৰ পৰিমানো বাঢ়িছে অভিনেতাসকলৰ।

মায়ানগৰীৰ ছবিৰ ব্যৱসায় বেয়া হোৱাৰ বাবে পাৰিশ্ৰমিক বেছি দিবলৈ আগ্ৰহী নহয় পৰিচালকো। সম্প্ৰতি দেশৰ আগশাৰীৰ এক সংবাদমাধ্যমত অক্ষয় কুমাৰে দিয়া এটা সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বলীউড খিলাড়ী অক্ষয়ে সাক্ষাৎকাৰত কৈছে, চিনেমাৰ চোৱাৰ ধৰণ সলনি হৈছে। দৰ্শকে নতুনত্ব বিচৰা হৈছে। প্ৰেক্ষাগৃহত আজিকালি দৰ্শক নাহে। তাৰ বাবে দায়ী আমি নিজেই। পুৰণা কথাবোৰ এৰি নতুনকৈ সকলো পৰিকল্পনা ল’ব লাগিব। প্ৰযোজকৰ পৰা অভিনেতালৈ সকলোৱে এই সালসলনিৰ বিষয়টোক পৰ্যালোচনা কৰাৰ সময় আহিছে। চিনেমা চাই পইছা খৰচ কৰিবলৈ সাধাৰণ জনতাৰ হাতত টকা বিশেষ নাই। প্ৰয়োজন হ’লে আমি আমাৰ পাৰিশ্ৰমিকৰ পৰা ৩০-৪০ শতাংশ পূৰ্বতকৈ কমকৈ ল’ব লাগিব। আমাৰ পাৰিশ্ৰমিকেই নহয়, ছবি নিৰ্মাণৰ খৰছো কমাব লাগিব। এই সকলোবোৰৰ আঁৰত মুল লক্ষ্য হ’ব লাগে দৰ্শকক আকৰ্ষণ কৰা।’

উল্লেখ্য যে, বলীউডত অক্ষয় কুমাৰৰ পাৰিশ্ৰমিক যথেষ্ট বেছি। দেশৰ ধনী অভিনেতাসকলৰ ভিতৰত এজন হৈছে অক্ষয়। চলিত বছৰতো অক্ষয় অভিনিত ৫খনকৈ ছবি মুক্তিলাভ কৰিছে। কিন্তু সূৰ্যবংশীৰ বাদে অন্যান্য ছবি কেইখনে বক্স অফিচত বেছি ব্যৱসায় কৰিব নোৱাৰিলে। এই বিষয়সমূহক লৈ নেট দুনীয়াত বহুতেই অক্ষয় কটাক্ষও কৰিছে। একাংশ নেটিজেনে আকৌ কৈছে, ছবিৰ গুণগত মানদণ্ডক গুৰুত্ব দিয়ক অক্ষয়ে। অৱশ্যে অক্ষয়ে চিনেমাৰ স্বাৰ্থত নিজৰ পাৰিশ্ৰমিক কমাবলৈ মান্তি হোৱা কথাটোক লৈ অক্ষয় অনুৰাগী সুখী হোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ
জীৱনশৈলী

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

June 4, 2026
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?
ক্ৰীড়া

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

June 4, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
স্বাস্থ্য

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

June 4, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

June 4, 2026
Next Post
অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

অস্কাৰৰ বাবে মনোনিত পাক ছবি 'জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া...ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.