• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ…

অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ…

3 years ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

3 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

3 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

4 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

4 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

5 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

5 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

6 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

7 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

8 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

9 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

10 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ…

editor by editor
December 2, 2022
in বিশ্ব, ভাৰত
0
অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ…
0
SHARES
59.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফিফা বিশ্বকাপত ন’ৰা ফাতেহীৰ অনুষ্ঠান চাবৰ বাবেই আগ্ৰহী হৈ আছিল ভাৰতীয় ফুটবলপ্ৰেমী। ভাৰতীয় দল ফিফাত নাথাকিলেও অন্তত ভাৰতীয় শিল্পীৰ অনুষ্ঠান দেখিব। আশা কৰামতেই সকলো হৈছিল। প্ৰথমগৰাকী বলীউড তাৰকা হিচাপে ন’ৰাই বিশ্বকাপত অনুষ্ঠান কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে ফিফাত অনুষ্ঠান পৰিবেশন কৰাকলৈ ভাৰতীয়ৰ বুকু গৰ্বত ফুলি উঠাৰ বিপৰীতে সামাজিক মাধ্যমত এতিয়া কেৱল ন’ৰাৰেই সমালোচনা।

অহংকাৰ গৈ হ’লগৈ লজ্জাৰহে কাৰণ। কাৰণ নাচৰ অন্তত দেশপ্ৰেমত বিভোৰ ন’ৰাই ভাৰতীয় জাতীয় পতাকা হাতত তুলি লৈছিল। অথন্তৰ তাতেই লাগিল। ন’ৰাই ওলোটাকৈ দাঙি ধৰিলে ভাৰতীয় জাতীয় পতাকা। ১ ডিচেম্বৰত নেট দুনীয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

হীৰাখচিত পোছাক পিন্ধি মঞ্চত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ন’ৰাই। নাচ-গান সামৰি বৃহৎ এখন পতাকা তেওঁ দাঙি ধৰিলে। প্ৰথমে গেৰুৱা ৰং পতাকাৰ তলত হোৱাত পুনৰ ঠিক কৰি আকৌ দাঙি ধৰিলে পতাকা। সেইবাৰো কিন্তু গেৰুৱা ৰঙটো তলতেই থাকিল। ভিডিঅ’টো দেখা মাত্ৰকেই নেটিজেনৰ আপত্তি, ‘লাজ পাব লাগে, ক্ষমা খোজক।’ এনেধৰণৰ বহু মন্তব্য এতিয়া ভাইৰেল। তাৰ মাজতেই এটা বিশেষ মন্তব্যই দৃষ্টি কাঢ়িছে বহুসংখ্যকৰে। এগৰাকী ইউজাৰে ন’ৰাক উদ্দেশ্যি লিখিছে, ন’ৰা মই তোমাৰ ভক্ত কিন্তু এই দৃশ্য দেখি বৰ কষ্ঠ পাইছো, শেষত ত্ৰিৰংগাকেই অপমান কৰিলে।’ আকৌ এজনে নৰম সুৰেৰে কৈছে,’বুজিছো তেওঁ ইচ্ছা কৰি কৰা নাই, তেওঁক ক্ষমা কৰি দিয়ক। জয় হিন্দ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা
বিশ্ব

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
Next Post
১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

‘আৱেগ বুজিবলৈ সিদ্ধাৰ্থ নাই’, সিদ্ধাৰ্থ শুক্লাক সুঁৱৰি আকৌ উচুপি উঠিল শ্বেহনাজ গীল…

'আৱেগ বুজিবলৈ সিদ্ধাৰ্থ নাই’, সিদ্ধাৰ্থ শুক্লাক সুঁৱৰি আকৌ উচুপি উঠিল শ্বেহনাজ গীল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.