• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান…

আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান…

4 years ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

52 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

2 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

3 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

4 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

5 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

5 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

6 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান…

editor by editor
December 5, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান…
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বকাপৰ প্ৰথম মেচতেই ছাৰ্বিয়াৰ বিৰুদ্ধে হোৱা খেলখনতেই কান্দি কান্দি বিদায় লৈছিল নেইমাৰে। বিপক্ষৰ আক্ৰমণত গোৰোহাত আঘাত পোৱা নেইমাৰে হতাশ হৈ দিছিল বিশেষ পষ্ট। হয়তো আৰু বিশ্বকাপ খেলা নহ’ব। ২০২২ ৰ বিশ্বকাপেই নহয়, ২০২৬-ত হ’বলগীয়া বিশ্বকাপ খেলাটোও তেওঁৰ পক্ষে আৰু সম্ভৱ নহ’ব। নেইমাৰৰ এই পষ্ট দেখা মাত্ৰকেই হতাশ হৈ পৰিছিল নেইমাৰ অনুৰাগী। প্ৰশ্ন উত্থাপনো হৈছিল কেতিয়া আকৌ দেখা যাব নেইমাৰক? অৱশেষত অপেক্ষাৰ অন্ত পৰিল। গোৰোহাত পোৱা আঘাতৰ উপশম ঘটিছে। পুনৰ খেলিবলৈ আগবাঢ়িছে নেইমাৰ। নেইমাৰৰ চিকিৎসাৰ দায়িত্ব লৈছিল ছেলেকাও মেডিকেল টীমে। যাতে অচিৰেই নেইমাৰে সুস্থ হৈ আগন্তুক খেলত অংশ ল’ব পাৰে তাৰ বাবে বিশেষ টীমটোৱে অহোপুৰুষাৰ্থ কৰিছিল। ছেলেকাও মেডিকেল টীমে প্ৰকাশ কৰা মতে, ‘যদি সকলো ঠিকেঠাকে থাকে, তেন্তে খেলত নেইমাৰে ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী। তেওঁ ব্ৰাজিল টীমৰ এজন লেখত ল’বলগীয়া খেলুৱৈ, তেওঁৰ উপস্থিতিয়ে দলটোক শক্তিশালী কৰে, সেয়েহে আমিও তেওঁক সুস্থ কৰাৰ বাবে চেষ্টা চলাইছো, তেওঁৰ সম্পূৰ্ণ কষ্ট আমি নোহোৱা কৰিব নোৱাৰো যদিও পাৰ্যমানে তেখেতৰ মনটোক দৃঢ় কৰোৱাৰ বাবে চেষ্টা চলাইছিলো আৰু সেই চেষ্টাত আমি সফলো হৈছো।’

শেহতীয়াকৈ মেডিকেল টীমটোৰ প্ৰচেষ্টাতেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ বাবে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে হোৱা খেলত ভাগ ল’ব লাগিব ব্ৰাজিলে। ব্ৰাজিল দলটোত আকৌ দেখা যাব নেইমাৰৰ ভৰিৰ যাদু। সম্প্ৰতি ব্ৰাজিলৰ প্ৰশিক্ষক দলে এক সংবাদমেল যোগে নেইমাৰ উভতি অহাৰ কথা প্ৰকাশ কৰিছে। এই খবৰ ভাইৰেল হৈ পৰাৰ মাত্ৰকেই উৎফুল্লিত হৈ পৰিছে ব্ৰাজিল দলৰ সমৰ্থকসকল। নেইমাৰ উভতি অহাই যেন অক্সিজেনহে প্ৰদান কৰিলে ব্ৰাজিল দলটোক। কিয়নো ব্ৰাজিল দলত এইবাৰ এটাৰ পাছত আনটো অথন্তৰ ঘটিছে। নেইমাৰৰ সমান্তৰালকৈ আঘাতপ্ৰাপ্ত হৈছে দলটোৰ আন দুজন খেলুৱৈয়ো। ব্ৰাজিল দলৰ খেলুৱৈ গেব্ৰিয়েল জীছুচ আৰু এলেক্স টেলছে আগন্তুক খেলসমূহত খেলিব নোৱাৰে। কিয়নো দুয়োৱে গুৰুতৰভাৱে আঘাত পাইছে।

দেওবাৰে এখন সংবাদমেলযোগে ব্ৰাজিলৰ প্ৰশিক্ষকে জনাইছে, ‘নেইমাৰে অনুশীলনত ভাগ লৈছে। তেওঁ বৰ্তমান সুস্থ। তেওঁ পূৰ্বৰ দৰেই খেলত ভাগ ল’ব পাৰিব। আমিও নেইমাৰৰ অভাৱ অনুভৱ কৰি আছিলো। তেওঁ ব্ৰাজিল টীমটোত থাকক। তেওঁ আমাৰ টীমৰ এজন লেখত ল’বলগীয়া খেলুৱৈ। দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলত নেইমাৰে উৎকৃষ্টমানৰ প্ৰদৰ্শন দেখুওৱাব বুলি আমি আশাবাদী।’

বিশ্বকাপৰ গ্ৰুপখেল তিনিখনৰ ভিতৰত দুখনতেই জয়লাভ কৰিছে ব্ৰাজিলে। নেইমাৰ ঘূৰি অহাত ব্ৰাজিল টীম আশাবাদী। দক্ষিণ কোৰিয়া আৰু পৰ্তুগালক হৰুৱাই শেষ ১৬ ৰ টিকেট নিশ্চিত কৰিব ব্ৰাজিলে! পৰ্তুগাল আৰু দক্ষিণ কোৰিয়া দুয়ো দলৰ সন্মুখতেই ব্ৰাজিল এতিয়া ডাঙৰ চেলেঞ্জ। ২০০২ চনৰ পাছত ব্ৰাজিলে এখনো বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ ব্ৰাজিল দলটো কিছু আশাবাদী। ফুটবল সম্ৰাট পেলেৰো অৱস্থাও যিহেতু সংকটজনক তেনে অৱস্থাত বিশ্বকাপ জয়ৰ খবৰটো তেওঁ শুনা পালে নিশ্চয় আনন্দিত হ’ব। ইয়াৰোপৰি নেইমাৰৰ বাবেই এই বিশ্বকাপেই হয়তো শেষৰটো বিশ্বকাপ। যাৰ বাবে যিকোনো প্ৰকাৰেই এইবাৰ বিশ্বকাপ নিজৰ দেশলৈ লৈ যাব বিচাৰে টীম ইয়েল্লোয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
Next Post
নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই…

নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই...

অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.