• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কান্দোনত ভাঙি পৰিল ৰোনাল্ডোও… শেষ বিশ্বকাপত এই পৰাজয় ৰোনাল্ডোৱে কল্পনা কৰা নাছিল!

কান্দোনত ভাঙি পৰিল ৰোনাল্ডোও… শেষ বিশ্বকাপত এই পৰাজয় ৰোনাল্ডোৱে কল্পনা কৰা নাছিল!

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কান্দোনত ভাঙি পৰিল ৰোনাল্ডোও… শেষ বিশ্বকাপত এই পৰাজয় ৰোনাল্ডোৱে কল্পনা কৰা নাছিল!

editor by editor
December 11, 2022
in ক্ৰীড়া, বিশ্ব
0
কান্দোনত ভাঙি পৰিল ৰোনাল্ডোও… শেষ বিশ্বকাপত এই পৰাজয় ৰোনাল্ডোৱে কল্পনা কৰা নাছিল!
0
SHARES
607
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নেইমাৰৰ দৰেই কান্দি কান্দি কাটাৰ বিশ্বকাপৰ পৰা বিদায় ল’লে ৰোনাল্ডোয়েও। প্ৰত্যেকবাৰৰ দৰে এই বিশ্বকাপৰ সৈতে জড়িত হৈ আছে বিশ্ববাসীৰ আৱেগ, অশ্ৰু আৰু স্বস্তিৰ নিশ্বাস। এই বিশ্বকাপ বহুকেইজন তাৰকা খেলুৱৈৰ বাবে শেষ বিশ্বকাপ। বিদায়ী খেলুৱৈৰ তালিকা দীঘলীয়া। শেহতীয়াকৈ এই তালিকাত নাম সন্নিৱিষ্ট হৈছে পৰ্টুগালৰ তাৰকা খেলুৱৈ ৰোনাল্ডোৰ নাম। শেষ নিশা মৰক্কোৰ হাতত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লোৱা পৰ্টুগালৰ খেলুৱৈ ৰোনাল্ডোৰ কান্দোনে অনুৰাগীৰ মহলৰো চকু সেমেকাই তুলিছে। কিয়নো ৩৭ বছৰীয়া ৰোনাল্ডোৰ এইয়া শেষ বিশ্বকাপ।

কেৱল ৰোনাল্ডোই নহয় বৰং ব্ৰাজিলৰ খেলুৱৈ নেইমাৰ আৰু ডানি আলভেজ, উৰুগুৱেৰ ছুৱাৰেজ, পোলেণ্ডৰ লিৱান’দস্কী, জাৰ্মানীৰ মেনুৱেল নেইৱাৰ, থমাছ মুলাৰ তথা সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ অন্যতম বুলি গণ্য কৰা আৰ্জেন্টিনাৰ মেছিৰো এইখন শেষ বিশ্বকাপ।

মেছিৰ বাহিৰে আন সকলো খেলুৱৈয়ে ইতিমধ্যে পৰাস্ত হৈ বিদায় মাগিলে ২০২২ ৰ বিশ্বকাপৰ পৰা। আৰ্জেন্টিনাৰ দলটো এতিয়াও টিকি আছে। ছেমি-ফাইনেলত মেছিৰ দলে মুখামুখি হ’ব ক্ৰৱেছিয়াৰ সৈতে। এতিয়া সকলোৰে দৃষ্টি নিমগ্ন মেছিৰ ওপৰত। ফুটবলৰ প্ৰায় সকলো অভিলেখ স্পৰ্শ কৰা মেছিৰ শিৰত নাই কেৱল বিশ্বকাপৰ খিতাপ। এইবাৰ বিশ্বকাপৰ খিতাপ মেছিয়ে কাঢ়িবলৈ সক্ষম হ’বনে, বিশেষ খেলখন চাবলৈ এতিয়া উদগ্ৰীৱ হৈ আছে ফুটবল অনুৰাগীসকল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
Next Post
ফুটবলৰ সৈতে যৌনতাক কি সম্পৰ্ক? প্ৰত্যেকবাৰেই কিয় বিশ্বকাপৰ গেলাৰীত দেখা যায় নগ্নতাৰ পয়োভৰ, সবিশেষ…

ফুটবলৰ সৈতে যৌনতাক কি সম্পৰ্ক? প্ৰত্যেকবাৰেই কিয় বিশ্বকাপৰ গেলাৰীত দেখা যায় নগ্নতাৰ পয়োভৰ, সবিশেষ...

বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ…

বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.