• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ…

বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ…

4 years ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

17 minutes ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

1 hour ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

4 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

18 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

19 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

19 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

19 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

20 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ…

editor by editor
December 11, 2022
in ক্ৰীড়া, চিনেমা, জীৱনশৈলী, ভাৰত
0
বিবাহ বাৰ্ষিকীত ৰোমাণ্টিক মুডত বিৰাট! ফটো শ্বেয়াৰ কৰি কেপশ্ব্যনত অনুষ্কাক দিলে পুনৰ ভালপোৱাৰ প্ৰস্তাৱ…
0
SHARES
613
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুখে-দুখে একেলগে ৫টা বছৰ অতিক্ৰম কৰিলে বিৰাট-অনুষ্কাই৷ ৫ বছৰীয়া বিবাহ বাৰ্ষিকীত পত্নী অনুষ্কাক শুভেচ্ছা জনাই বিৰাটে শ্বেয়াৰ কৰিছে ৰোমাণ্টিক ফটো৷ এটা বিজ্ঞাপনৰ শ্বুটিঙৰ পৰা আৰম্ভ হৈছিল বিৰাট অনুষ্কাৰ বন্ধুত্ব৷ তাৰ পাছত ধীৰে ধীৰে প্ৰেম৷ প্ৰেমক নতুন চিনাকি দিবৰ বাবেই সকলোৰে জল্পনা কল্পনাৰ অন্ত পেলাই বিৰাট-অনুষ্কাই ইটালীত বিবাহৰ ৰীতি-নীতি সম্পন্ন কৰে৷ ২০১৭ চনৰ ১১ ডিচেম্বৰ তাৰিখে সাত জীৱনলৈ একেলগে বাট বুলাৰ প্ৰতিশ্ৰুতি দিয়ে এজনে আনজনক৷

নেটিজেনে দুয়োৰে এই বান্ধোনক নাম দিলে বিৰুষ্কা৷ বিবাহবাৰ্ষিকীত ৰোমাণ্টিক মুডৰ এখন ফটো শ্বেয়াৰ কৰিছে বিৰাটে৷ ফটোখনৰ কেপশ্ব্যনত বিৰাটে লিখিছে, ‘একেলগে ৫ বছৰ৷ মই ভাগ্যৱান, তোমাৰ দৰে এগৰাকী জীৱনসংগী পাইছো৷ মোৰ হদয় কেৱল তোমাৰ৷ ভালপাওঁ তোমাক৷’

আনহাতে অনুষ্কাইয়ো বিবাহ বাৰ্ষিকীত বিৰাটক শুভেচ্ছা জনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ ফটো৷ অনুষ্কাই শ্বেয়াৰ কৰা ফটোখন কিছু পৃথক৷ ফটোখন বিৰাট-অনুষ্কাৰ কন্যাৰ জন্মৰ সময়ৰ৷ হাস্পতালৰ ভৰ্তি থকাৰ সময়তেই তোলা ফটোখন শ্বেয়াৰ কৰিছে অনুষ্কাই৷ কেপশ্ব্যনত অনুষ্কাই লিখিছে, ‘some random fellow’৷ আনহাতে আনখন ফটো হৈছে এটা কফি মগৰ৷ অনুষ্কাই শ্বেয়াৰ কৰা ছবিকেইখন ৰোমাণ্টিক মুডৰ নহ’লেও বিশেষ সাৰমৰ্ম আছে৷ অনুষ্কাই শেহতীয়াকৈ শ্বেয়াৰ কৰা পষ্টৰ কেপশ্ব্যনত লিখিছে ‘চিয়েৰ্ছ টু আছ, মাই লাভ টুমৰো এণ্ড ফৰএভাৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
Next Post
সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত…

সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত...

অনিমেষক পাহৰিছে নেকি? কণ্ঠশিল্পী দীপলিনা ডেকাই অনিমেষৰ পৰিয়ালটোৰ বাবেই চৰকাৰ, দল সংগঠনলৈ জনাইছে বিশেষ আহ্বান…

অনিমেষক পাহৰিছে নেকি? কণ্ঠশিল্পী দীপলিনা ডেকাই অনিমেষৰ পৰিয়ালটোৰ বাবেই চৰকাৰ, দল সংগঠনলৈ জনাইছে বিশেষ আহ্বান...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.