অসম লাইভ২৪ঃ
মেষঃ নিজৰ ভুলৰ কাৰণে বহু সুযোগ হাতৰ পৰা গুচি যাব৷ শনি মঙলৰ কাৰণে দাম্পত্য জীৱনত অশান্তি হ’ব পাৰে৷ শিল্প জগতৰ লোকৰ ভাল৷ স্বাস্থ্য মজলীয়া৷ অশ্বিনী নক্ষত্ৰৰ জাতকে কেতুক উদ্দেশ্যি ক’লা তিল দান দিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
বৃষঃ ব্যৱসায়ত নতুন যোগ৷ আৰ্থিক লেন-দেনত সতৰ্ক হওক৷ বিদ্যাত ভাল৷ প্ৰতিযোগিতামূলক পৰীক্ষাত বৰ ভাল দেখা নাযাব৷ দিনটোত মনৰ কোনো ইচ্ছা পূৰ্ণ হোৱাৰ আশা আছে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
মিথুনঃ স্বাস্থ্য ভাল৷ ভাগ্য উন্নতিৰ কাৰণে সুযোগ পালেও আন্তৰিক প্ৰচেষ্টাও লাগিব৷ দাম্পত্যত শুভ৷ আৰ্থিকত শুভ৷ পিতৃ-মাতৃৰ স্বাস্থ্য বৰ ভাল নাযাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
কৰ্কটঃ উচ্চশিক্ষাত ভাল৷ ব্যৱসায় বাণিজ্যত ভাল৷ নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হ’ব৷ বন্ধুৰ সৈতে সম্পৰ্কৰ অৱনতি৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
সিংহঃ ৰাজনীতিত অশুভ৷ ভ্ৰমণৰ যোগ৷ ধাৰলৈ দিয়া ধন ঘূৰাই পাব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷ চাকৰিয়ালৰ কিছু লেঠা থাকিব৷ প্ৰেমত শুভ৷ বিয়াবাৰুৰ চিন্তা-ভাৱনা কৰিব পাৰে৷ দাম্পত্যত অশুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
কন্যাঃ ঘৰুৱাত ভাল দেখা নাযায়৷ গুৰুজনৰ লগত তৰ্ক বিবাদত লিপ্ত হৈ পৰিব পাৰে৷ কৰ্মপ্ৰাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ সমাজকৰ্মীৰ দক্ষতা বৃদ্ধি৷ আৰ্থিকত মজলীয়া৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
তুলাঃ যাত্ৰাত শুভ৷ শিল্পীসকলে সুযোগ লাভ কৰিব পাৰে৷ আৰ্থিক দিশত উন্নতি৷ দৈহিক দিশত নজৰ ৰাখক৷ দাম্পত্যত মধ্যম৷ সন্তানৰ সাফল্যৰ যোগ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃশ্চিকঃ কৰ্মত অশুভ৷ স্বাস্থ্যৰ অৱনতি৷ ধন আৰু প্ৰেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
ধনুঃ আৰ্থিকত মোটামোটি ভালেই দেখা যায়৷ ব্যৱসায়ত মন দিয়াৰ লগতে আৰ্থিক দিশতো নজৰ ৰাখক৷ ঘৰুৱা সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা-ভাৱনা কৰিব৷ ভ্ৰমণত অশুভ৷ শুভ সংখ্যা ১৷ শুভ ৰং নীলা৷
মকৰঃ ধনত ভাল৷ যান-বাহন ক্ৰয় কৰাৰ যোগ৷ দাম্পত্যত ভাল দেখা নাযায়৷ বন্ধু বৰ্গৰ আন্তৰিকতা বৃদ্ধি৷ স্বাস্থ্যৰ উন্নতি৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
কুম্ভঃ সন্তানৰ শুভ৷ কৰ্মব্যস্ততা বৃদ্ধি৷ ঘৰুৱাত ভাল৷ চাকৰিয়ালৰ মধ্যমীয়া৷ ব্যৱসায়ত ভাল৷ প্ৰেমত প্ৰতাৰিত হ’ব পাৰে৷ শৰীৰ ভালে নাযাব৷ বিদ্যাত ভাল দেখা নাযায়৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
মীনঃ বাৱসায় বাণিজ্যত ভালেই দেখা যায়৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷ ধনত মজলীয়া আৰু খৰচৰ মাত্ৰাও বৃদ্ধি পাব৷ সন্তানক লৈ চিন্তা বৃদ্ধি৷ ভ্ৰমণত অশুভ৷ বিদ্যাৰ্থীৰ যত্নৰ দৰকাৰ৷ প্ৰেমত ভালেই ক’ব পাৰি৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৬৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ