• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

4 years ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

32 minutes ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

14 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

14 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

15 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

16 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

17 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

17 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

18 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

18 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

19 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

editor by editor
February 1, 2023
in বাণিজ্য, ভাৰত, ৰাজনীতি
0
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…
0
SHARES
560
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২০২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট। বাজেটত আছে দেশৰ জনতালৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ক’ত কিমান টকা ধ্যাৰ্য কৰা হৈছে বাজেটত?
পশুপালনৰ বাবে ২৯ লাখ কোটি টকা ধাৰ্য্য
২২-২৩ বৰ্ষত বিত্তীয় ঘাটি GDPৰ ৫.৯ শতাংশ
দাম কমিল কাপোৰ, মোবাইল ফোন, চাইকেল,
পুতলা, টিভি, ইলেকট্রনিক বাহন, কেমেৰা লেন্স
LED, জৈৱিক গেছৰ দাম কমিব
দাম বাঢ়িল চিগাৰেট, সোণ-ৰূপ, প্লেটেনিয়াম, ইলেকট্রিক চিমনি
নতুন সমবায় প্রতিষ্ঠানৰ ন্যূনতম কৰৰ হাৰ ১৫ শতাংশ হ’ব
আয়কৰ পৰিশোধ ব্যৱস্থা সৰল হ’ব
বছৰি ৭ লাখ টকা উপাৰ্জন পৰ্যন্ত দিব নালাগে আয়কৰ
ICMRৰ গৱেষণাগাৰৰ সংখ্যা বৃদ্ধি হ’ব
এবছৰৰ বাবে কৃষি ঋণ ৰেহাইৰ আঁচনিৰ ম্যাদ বৃদ্ধি
সৰল কৰা হ’ব KYC ব্যৱস্থা
প্ৰধানমন্ত্ৰী আবাস যোজনাত ৭৯ হাজাৰ কোটি টকা ধাৰ্য
বিকল্প সাৰ প্ৰস্তুতৰ বাবে প্ৰধানমন্ত্ৰী প্ৰণাম আঁচনি ঘোষণা
দেশৰ ৫০টা পৰ্যটনস্থলী বাছনি কৰা হ’ব
দেশী-বিদেশী পৰ্যটকৰ বাবে ৫০ স্থানৰ বিশেষ পেকেজ থাকিব
হীৰাৰ শুল্ক হ্ৰাস
কৃষিজাত সামগ্ৰীৰ মজুতকৰণ অধিক বিকেন্দ্ৰীকৰণ হ’ব
প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা 4.0 আৰম্ভ হ’ব
বাণিজ্যিক বিবাদ নিষ্পত্তিৰ বাবে নতুন ব্যৱস্থা
বিবাদ সে বিশ্বাস-২ মুকলি কৰা হ’ব
ঔষধৰ গৱেষণাত পুঁজি বৃদ্ধি
চৰকাৰী কাম-কাজত পানকাৰ্ড প্ৰাথমিক পৰিচয় নথি হ’ব
৯.৬ কোটি পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ
৩০টা নতুন দক্ষতা বিকাশ কেন্দ্ৰ হ’ব
এই কেন্দ্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ হ’ব
বৰ্তমানলৈকে ৪৭.৮ কোটি জনধন একাউণ্ট খোলা হ’ল
জৈৱিক কৃষিৰ বাবে প্ৰধানমন্ত্ৰী প্ৰণাম যোজনা
কঁপাহ খেতিত PPP আৰ্হি প্ৰযোজ্য হ’ব
ব্যৱসায়ীৰ সুচলতাৰ বাবে আইনী ব্যৱস্থাৰ সংশোধন হ’ব
NATIONAL DATA GOVERNANCE নীতি প্ৰণয়ন হ’ব
৫০টা নতুন বিমানবন্দৰ স্থাপন হ’ব
নগৰ-মহানগৰৰ জল নিষ্কাশনৰ বাবে ১০০ শতাংশ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ
গুৰুত্বপূৰ্ণ ১০০ পৰিবহণ আন্তঃগাঁথনি প্ৰকল্পৰ প্ৰস্তাৱ
MSMEৰ বাবে বিশেষ পেকেজ
ক’ভিডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীলৈ সকাহ
শিশু আৰু কিশোৰৰ বাবে ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী হ’ব
ৰে’লৰ বাবে ২.৪ লাখ কোটি টকাৰ বাজেট
৭৫ হাজাৰ কোটি টকা ব্যয়েৰে ৰে’লত নতুন আঁচনি
GDPৰ ৩৩ শতাংশ মূলধনী ব্যয় হ’ব
২০২০ চনৰ তুলনাত এই ব্যয় ৩ গুণ অধিক
ৰাজ্যসমূহৰ বাবে বিশেষ ঘোষণা
সুদবিহীন ঋণ ৫০ বছৰলৈকে ল’ব পাৰিব
পণ্যাগাৰ ব্যৱস্থা উন্নত কৰা হ’ব
কৃষিজাত সামগ্ৰী মজুতকৰণৰ সুব্যৱস্থা হ’ব
জনজাতীয় জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ পুঁজি গঠন
জনজাতীয় লোকৰ বাসস্থান নিৰ্মাণৰ বাবে ১৫ হাজাৰ কোটি টকা নিৰ্ধাৰণ
PM আজাদ যোজনাৰ পুঁজি ৬৬ শতাংশ বৃদ্ধি
মুঠ ৭৯ কোটি টকা বৃদ্ধি হ’ব
২২০ কোটি লোকক ক’ভিড প্ৰতিষেধক প্ৰদান
অহা ৩ বছৰত ৩৮,৮০০ শিক্ষকক নিযুক্তি দিয়া হ’ব
৭৪০ খন একল আদৰ্শ বিদ্যালয়ত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব
ষ্টাৰ্ট আপৰ জৰিয়তে মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ ব্যৱস্থা
জনমুৰি আয় ১.৯৭ কোটি লাখ টকালৈ বৃদ্ধি
কৃষিজাত সামগ্ৰী বিপণনৰ নতুন শৃংখলা হ’ব
খাদ্য সুৰক্ষাৰ বাবে চৰকাৰে ২ লাখ কোটি টকা ব্যয় কৰিব
কৃষি ঋণৰ পুঁজি ২০ লাখ কোটি টকালৈ বৃদ্ধি
বিদেশী পৰ্যটক আকৰ্ষণৰ বাবে বিশেষ পেকেজ
১৫৭ খন নতুন নাৰ্ছিং কলেজ স্থাপন হ’ব
অন্তৰ্ভুক্তিবাদী বিকাশ আমাৰ চৰকাৰৰ লক্ষ্য
সেউজ বিকাশত বিশেষ মনোনিৱেশ
সেউজ শক্তিয়ে আন্তঃগাঁথনিত উদগনি যোগাব
৭ কোটি পৰিয়ালৰ বাবে শৌচাগাৰ নিৰ্মাণ
কৃষকসকলক ডিজিটেল প্ৰশিক্ষণ দিয়া হ’ব
কৃষি ত্বৰান্বিতকৰণৰ বাবে নতুন পুঁজি
এই পুঁজিয়ে সহায় কৰিব যুৱ কৃষকক
মৎস্য ব্যৱসায়ীৰ বাবে বিশেষ পেকেজ
বিশ্বই ভাৰতীয় অৰ্থনীতিক স্বীকৃতি দিছে
আমাৰ অৰ্থনৈতিক বিকাশৰ হাৰৰ লক্ষ্য ৭ শতাংশ
পূৰ্বৰ বাজেটৰ বুনিয়াদে অৰ্থনীতিৰ ভেটি গঢ়িছে
ভাৰতীয় অৰ্থনীতি বৰ্তমান অধিক সংগঠিত ৰূপত
G20ৰ নেতৃত্ব লাভে ভাৰতীয় অৰ্থনীতিত অপূৰ্ব সুযোগ দিছে
ডিজিটেল আন্তঃগাঁথনিয়ে অৰ্থনৈতিক সুচলতা আনিছে
বিগত ৯ বছৰত ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশ হৈছে
সমষ্টিগত অৰ্থনীতিয়ে নতুন গতি লৈছে
আমাৰ ডিজিটেল আন্তঃগাঁথনি অতুলনীয়
পৰ্যটনৰ বিকাশত অধিক গুৰুত্ব দিয়া হ’ব
ধাৰণক্ষম উন্নয়নৰ লক্ষ্যত তাৎপৰ্যপূৰ্ণ সফলতা লাভ কৰিছো
বিশ্ব অৰ্থ ব্যৱস্থাত ভাৰতীয় অৰ্থনীতিৰ একক ভূমিকা আছে
অন্ত্যোদয়া হিতাধিকাৰীৰ বাবে বিনামূলীয়া খাদ্য-সামগ্ৰী
ক’ভিডৰ সময়তো কোনো ভোকত থাকিবলগীয়া নহ’ল
বিনামূলীয়া খাদ্য যোগান আঁচনি সফল হ’ল
ভাৰতীয় অৰ্থনীতি সঠিক পথত আছে
ভাৰতীয় অৰ্থনীতি উজ্জ্বল ভৱিষ্যতৰ দিশে ধাৱমান

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা
বাণিজ্য

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

August 23, 2026
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?
বাণিজ্য

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

August 23, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট
বাণিজ্য

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

August 22, 2026
Next Post
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ...

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.