• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিঞ্জাৰ হোটেল উচ্ছেদ হ’বই, স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী অশোক সিংঘালে…

জিঞ্জাৰ হোটেল উচ্ছেদ হ’বই, স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী অশোক সিংঘালে…

3 years ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

26 minutes ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

44 minutes ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

1 hour ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

2 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

2 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

3 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

4 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

12 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

12 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

13 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

14 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জিঞ্জাৰ হোটেল উচ্ছেদ হ’বই, স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী অশোক সিংঘালে…

editor by editor
March 11, 2023
in অসম, গুৱাহাটী
0
জিঞ্জাৰ হোটেল উচ্ছেদ হ’বই, স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী অশোক সিংঘালে…
0
SHARES
824
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিলসাঁকো বিলৰ উচ্ছেদিত এলেকাৰ আবন্টিত ভূমিত থকা ১৭টাকৈ প্ৰতিষ্ঠান, সংগঠনৰ কাৰ্যালয়ৰ হ’ব উচ্ছেদ৷ উচ্ছেদিত এলেকাটোৰ মুঠ ১৭৯বিঘা ১৭ লেচা মাটি অসম চৰকাৰে অধিগ্ৰহণ কৰিব। এই ১৭ টা প্ৰতিষ্ঠানৰ ভিতৰত জিঞ্জাৰ হোটেলৰো ভূমি অধিগ্ৰহণ কৰা হ’ব। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মন্ত্ৰী মন্ত্ৰী অশোক সিংঘালে।

চৰকাৰে অধিগ্ৰহণ কৰা ভূমিত থকা সাহিত্য সভা, টেনিচ সংস্থা, সমবায় কাৰ্যালয়ৰ লগতে তিতাবৰ ভৱন, কোচ ৰাজবংশী সন্মিলনী, OKD প্ৰতিষ্ঠান, সদৌ অসম মৈত্ৰী কোঃঅডিচনেচনেল পৰিষদৰ কাৰ্যালয়, হাইস্কুল, চাহ শ্ৰমিক কল্যাণ পৰিষদ, জুনিয়ৰ কলেজ NITT, মাধ্যমিক শিক্ষক সংস্থা, সচিবালয়ৰ বিষয়াৰ আৱাস টেপুৰাম টেৰণ হাইস্কুল, টি ডি চেণ্টাৰ, পশু চিকিৎসালয়ৰ উচ্ছেদ কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
Next Post
মহাৰাষ্ট্ৰৰ বিধায়কে মিছাকৈ কোৱা নাই, অসমীয়া বহুলোকেই কুকুৰ খাই, ক’লে মন্ত্ৰী অতুল বৰাই

মহাৰাষ্ট্ৰৰ বিধায়কে মিছাকৈ কোৱা নাই, অসমীয়া বহুলোকেই কুকুৰ খাই, ক’লে মন্ত্ৰী অতুল বৰাই

গাহৰি প্ৰেমীলৈ দুঃখবৰ! অসমত নিষিদ্ধ হ’ল বহিঃৰাজ্যৰ গাহৰি আৰু ব্ৰইলাৰ

গাহৰি প্ৰেমীলৈ দুঃখবৰ! অসমত নিষিদ্ধ হ’ল বহিঃৰাজ্যৰ গাহৰি আৰু ব্ৰইলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.