• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্তনৰ আকাৰ সৰু কৰিবলৈকে অস্ত্ৰোপছাৰ! অস্ত্ৰোপছাৰেৰে ১৫ হাজাৰ ভাৰতীয় মহিলাই সৰু কৰিছে স্তনৰ আকাৰ, কিন্তু কিয় এই প্ৰবণতা বাঢ়িছে ভাৰতীয় নাৰীৰ মাজত?

স্তনৰ আকাৰ সৰু কৰিবলৈকে অস্ত্ৰোপছাৰ! অস্ত্ৰোপছাৰেৰে ১৫ হাজাৰ ভাৰতীয় মহিলাই সৰু কৰিছে স্তনৰ আকাৰ, কিন্তু কিয় এই প্ৰবণতা বাঢ়িছে ভাৰতীয় নাৰীৰ মাজত?

3 years ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

10 minutes ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

27 minutes ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

1 hour ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

1 hour ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

2 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

3 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

3 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

11 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

14 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

14 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

15 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্তনৰ আকাৰ সৰু কৰিবলৈকে অস্ত্ৰোপছাৰ! অস্ত্ৰোপছাৰেৰে ১৫ হাজাৰ ভাৰতীয় মহিলাই সৰু কৰিছে স্তনৰ আকাৰ, কিন্তু কিয় এই প্ৰবণতা বাঢ়িছে ভাৰতীয় নাৰীৰ মাজত?

editor by editor
March 21, 2023
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
স্তনৰ আকাৰ সৰু কৰিবলৈকে অস্ত্ৰোপছাৰ! অস্ত্ৰোপছাৰেৰে ১৫ হাজাৰ ভাৰতীয় মহিলাই সৰু কৰিছে স্তনৰ আকাৰ, কিন্তু কিয় এই প্ৰবণতা বাঢ়িছে ভাৰতীয় নাৰীৰ মাজত?
0
SHARES
16.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰকৃতিয়ে শৰীৰক যেনেকৈ গঠন কৰিছে সেই গঠনত বহু মানুহেই সুখী নাথাকে৷ বিশেষকৈ মহিলাসকলে৷ প্ৰায়সকল মহিলাই এই বিষয়টোক লৈ অসন্তুষ্ঠ হৈ থাকে৷ নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ বিভিন্ন সময়ত বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে ভাৰতীয় নাৰীয়ে৷ বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত জড়িত থকা প্ৰায়সকলেই নিজকে আকৰ্ষণীয় কৰিবৰ বাবেই জটিল একোটা অস্ত্ৰোপছাৰ কৰাটো এতিয়া স্বাভাৱিক কথাই হৈ পৰিছে৷

এইসকলোবোৰৰ ভিতৰত এটা অস্ত্ৰোপছাৰ হৈছে স্তনৰ অস্ত্ৰোপছাৰ বা স্তন প্ৰতিৰোপন৷ চিকিৎসা বিজ্ঞানৰ বিশেষ পদ্ধতিৰ সহায়ত স্তনৰ আকাৰ নিজ ইচ্ছামতে সৰু-ডাঙৰ কৰিব পাৰি৷ ভাৰতীয় মহিলাসকলে প্ৰায়েই স্তন সংৰোপন কৰোৱাই৷ মূলত ভাৰতীয় মহিলাসকলক লৈ কৰা এক সমীক্ষাত পোহৰলৈ আহিছে যে ২০২১ বৰ্ষতেই প্ৰায় ৩১ হাজাৰ মহিলাই স্তন সংৰোপন কৰিছে৷ তাৰ মাজতেই ১৫ হাজাৰ মহিলাই এই অস্ত্ৰোপছাৰ কৰিছে স্তনৰ আকাৰ সৰু কৰাৰ বাবেই৷ কিন্তু বহুতেই ভাৱে যে শৰীৰক আৱেদনময়ী কৰি তুলিবলৈ স্তনৰ আকাৰ ডাঙৰ হোৱাটোৱে প্ৰয়োজন তাৰ সলনি কিয় এই অস্ত্ৰোপছাৰ কৰিছে ভাৰতীয় মহিলাই?

এই অস্ত্ৰোপছাৰৰ আঁৰত আছে বিশেষ কাৰণ৷ সমস্যাৰ পৰা মুক্তি পোৱাৰ এক উপায় এই অস্ত্ৰোপছাৰ৷ সমীক্ষাত প্ৰকাশ পোৱামতে অধিকাংশ মহিলাই ভাৱে যে তেওঁলোকৰ স্তনৰ আকাৰ ডাঙৰ৷ যাৰফলত বহুসময়ত বহুঠাইত হীনমন্যতাৰো সন্মুখীন হয়৷ অদ্ভুত আকাৰ লোৱাৰ পৰা ৰক্ষা পাবৰ বাবেই এই অস্ত্ৰোপছাৰ কৰি সৰু কৰি পেলাই বহু মহিলাই৷ বিষয়টোক লৈ বিখ্যাত এজন প্লাষ্টিক চাৰ্জনে কয়, ভাৰতীয় মহিলাৰ স্তনৰ আকাৰ বিশ্বৰ আন প্ৰান্তৰ মহিলাৰ তুলনাত ডাঙৰ৷ সেয়ে অস্ত্ৰোপছাৰৰ মাধ্যমেৰে বহুতেই এই সমস্যা সমাধান কৰিবলৈ আৰম্ভ কৰিছে৷ কেৱল আকৰ্ষণীয় শৰীৰ লাভৰ বাবেই নহয় শৰীৰৰ বাবেও এয়া প্ৰয়োজনীয়৷ কিন্তু এই অস্ত্ৰোপছাৰ যথেষ্ট ব্যয়বহুলো বুলি জনায় চিকিৎসকগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

September 16, 2026
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

September 16, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
Next Post
‘অসমবাসীৰ ইমান মৰম আশীৰ্বাদ পাইছো ইয়াতকৈ সুখ নালাগে’, কৰিশ্মালৈ কোনে পঠিয়াইছে বিশেষ চিঠি আৰু উপহাৰ?

‘অসমবাসীৰ ইমান মৰম আশীৰ্বাদ পাইছো ইয়াতকৈ সুখ নালাগে’, কৰিশ্মালৈ কোনে পঠিয়াইছে বিশেষ চিঠি আৰু উপহাৰ?

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ মেচ! কেইখন ৰাজ্যত আয়োজিত হ’ব খেল?

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ মেচ! কেইখন ৰাজ্যত আয়োজিত হ’ব খেল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.