• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যক্ষ্মা’ ৰোগক লৈ এই ৫ টা ভুল ধাৰণা আপুনিও কঢ়িয়াই আছে, কেনেকৈ বিয়পে যক্ষ্মা, জানি লওক, সবিশেষ…

‘যক্ষ্মা’ ৰোগক লৈ এই ৫ টা ভুল ধাৰণা আপুনিও কঢ়িয়াই আছে, কেনেকৈ বিয়পে যক্ষ্মা, জানি লওক, সবিশেষ…

3 years ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

1 hour ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

2 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

2 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

3 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

3 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

3 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

4 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

4 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

4 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

5 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

6 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

‘যক্ষ্মা’ ৰোগক লৈ এই ৫ টা ভুল ধাৰণা আপুনিও কঢ়িয়াই আছে, কেনেকৈ বিয়পে যক্ষ্মা, জানি লওক, সবিশেষ…

editor by editor
March 24, 2023
in স্বাস্থ্য
0
‘যক্ষ্মা’ ৰোগক লৈ এই ৫ টা ভুল ধাৰণা আপুনিও কঢ়িয়াই আছে, কেনেকৈ বিয়পে যক্ষ্মা, জানি লওক, সবিশেষ…
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যক্ষ্মা এবিধ বেক্টেৰীয়া বাহিত ৰোগ। মাইক্ৰবেক্টেৰিয়াম টিউবাৰকিউলছিছ নামৰ এবিধ বেক্টেৰীয়াই শ্বাসযন্ত্ৰক সংক্ৰমিত কৰাটোকেই যক্ষ্মা বুলি কোৱা হয়। ক’ভিডৰ দৰে জীৱাণুৱে বতাহত ভাঁহি থাকে। এজনৰ হাঁচি বা কাঁহৰ পৰাই অন্য এজনৰ শৰীৰলৈ সহজেই এই জীৱানুৱে প্ৰৱেশ কৰে। কিন্তু যক্ষ্মাৰ ক্ষেত্ৰত তেনে নহয়। যক্ষ্মাক লৈ বহু মানুহেই ভুল ধাৰণা লৈ থাকে। যক্ষ্মা কেনেকৈ এজনৰ পৰা আন এজনৰ শৰীৰলৈ যায়?

যক্ষ্মা কেৱল হাওঁফাওঁতেই নহয়

যক্ষ্মাই কেৱল এজন ব্যক্তিৰ হাওঁফাওঁতেই হয় সেয়া মিছা। হাওঁফাওঁৰ উপৰিও শৰীৰৰ বিভিন্ন অংগ যেনে কিডনী, মস্তিষ্ক, হাড় আৰু মেৰুদণ্ডত যক্ষ্মা হ’ব পাৰে। সেয়ে প্ৰত্যেকজন যক্ষ্মা ৰোগীৰ লক্ষণ কেতিয়াও একে নহয়। চিকিৎসকৰ মতে হাওঁফাওঁৰ বাহিৰে অন্যস্থানত হোৱা যক্ষ্মাক এক্সট্ৰাপালমোনাৰি টিউবাৰকুলছিছ বুলি কোৱা হয়। শৰীৰৰ অন্যান্য অংগত যক্ষ্মাৰ সংক্ৰমণ হ’লে আক্ৰান্ত ব্যক্তিৰ পৰা অন্যৰ শৰীৰলৈ এই ৰোগ বিয়পি পৰাৰ সম্ভাৱনা নিচেই ক’ম। যক্ষ্মা মানেই সোঁচৰা ৰোগ এই ধাৰণা সঁচা নহয় বুলি চিকিৎসকেও দাবী কৰে। এয়া কেৱল এক ভ্ৰান্ত ধাৰণাহে।

বহুতৰে ধাৰণা, যক্ষ্মা এবিধ জিনবাহিত ৰোগ

বিশেষজ্ঞৰ মতে, যক্ষ্মা জিনবাহিত ৰোগ নহয়। এই বেক্টেৰীয়াই যেতিয়াই যাকে তাকে সংক্ৰমিত কৰিব পাৰে। পিতৃ-মাতৃৰ যক্ষ্মা হ’লে সন্তানৰো যক্ষ্মা হ’ব পাৰে বুলি কথা নাই।

যক্ষ্মাৰ চিকিৎসা আছেনে?

বহুতৰে ধাৰণা যে এই ৰোগৰ কোনো চিকিৎসা নাই। বিশেষজ্ঞই এই কথা মিছা বুলি প্ৰকাশ কৰিছে। প্ৰাথমিক পৰ্যায়ত এই ৰোগ ধৰা পৰিলে ঔষধৰ জৰিয়তে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। বেছিদিন ধৰি কাঁহ হৈ থাকিলে বা কাঁহৰ সৈতে তেজ ওলালে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

ধূমপানৰ পৰা যক্ষ্মা ৰোগ হয়নে?

বহুতৰেই ধাৰণা যে ধূমপান কৰিলেহে যক্ষ্মাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ধূমপানেই যক্ষ্মা হোৱাৰ একমাত্ৰ কাৰণ নহয়। এইছআইভি, ডায়বেটিছ, কিডনী ৰোগত আক্ৰান্ত ব্যক্তিৰো যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?
জীৱনশৈলী

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

April 18, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
Next Post
‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে…

‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে...

কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.