অসম লাইভ২৪ঃ মিছন বসুন্ধৰা-২ত কেৱল খিলঞ্জীয়াকহে মাটি দিয়া হ’ব
খিলঞ্জীয়াৰ নামত আন লোকক যাতে কোনোকাৰণতে মাটি দিয়া নহয়
মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰি প্ৰতিগৰাকী বিষয়াক
দেশৰ ক্ষতি হোৱা তথা সন্দেহজনক লোকক কোনোকাৰণতে মাটি নিদিব
এনআৰচিৰ দৰে কাম কৰিলে বিপদত পৰিব বিষয়াসকল
ৰায়তী মাটিত থকা লোকক দিয়া হ’ব ভূমি পট্টা
১০ শতাংশ খাজনা দিলে এইসকল লোকে পাব ভূমি পট্টা
খিলঞ্জীয়া লোকক চাহ, কবি আৰু ৰবৰৰ খেতিৰ বাবে দিয়া হ’ব ভূমি পট্টা
কিন্তু ৰাজহ ভূমিতহে এইসকল লোকে ভূমি পট্টা পাব
খিলঞ্জীয়াৰ নামত আন লোকক ভূমি দিলে বিপদ বাঢ়িব বিষয়াৰ
চাৰ্কোল অফিচাৰসকলক অভাৰ স্মাৰ্ট নহ’বলৈ মুখ্যমন্ত্ৰীৰ সঁকীয়নি
বংশানুক্ৰমিকভাৱে ২০ বছৰতকৈ অধিক সময় চৰকাৰী মাটিত থকা লোকে লাভ কৰিব ভূমি পট্টা
কিন্তু বেদখল কৰা লোকক কোনো কাৰণতে ভূমি পট্টা দিয়া নহয়
তিনি চাৰি পুৰুষ ধৰি বসবাস কৰা লোকেহে পাব ভূমি পট্টা
১ এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ই-খাজনা
জ’ন ভিত্তিত পৃথক পৃথক হ’ব খাজনা
দুৰ্নীতি কৰা লাট মণ্ডল আৰু চক্ৰ বিষয়াকো সঁকীয়াই দিলে মুখ্যমন্ত্ৰী শৰ্মাই
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ