অসম লাইভ২৪ঃ
সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ
শিক্ষামন্ত্ৰীয়ে ছাত্ৰীসকলৰ বাবে কৰিছে বৃহৎ ঘোষণা
সংখ্যালঘুৰ শৈক্ষিক উন্নয়নৰ বাবে বিশেষ আঁচনি চৰকাৰৰ
দশম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰীৰ বাবে ২ হাজাৰ টকা ঘোষণা
একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব ৪ হাজাৰ টকাকৈ
দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলেও লাভ কৰিব ৪ হাজাৰ টকা
বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰীয়ে পাব ১০ হাজাৰ টকাকৈ
পাঠ্যপুথি ক্ৰয়ৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ১,০৫০ টকাকৈ
প্ৰতিখন বিদ্যালয়ক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেট
শিক্ষকে আৰু নিজৰ ম’বাইল ব্যৱহাৰ কৰিব নালাগে
বিদ্যালয়ৰ তথ্য প্ৰদান কৰিব পাৰিব এই টেবলেটত
৩১ মাৰ্চত কলাক্ষেত্ৰত ছাত্ৰ দিৱসত শুভাৰম্ভ কৰা হ’ব এই আঁচনিৰ
প্ৰয়াত ছাত্ৰনেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন পালন কৰিব চৰকাৰে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ