• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সকলোতকৈ দামী পানী, তিনি লাখটকীয়া কাপত পুৱাৰ চাহ, স্কুলৰ শিক্ষয়ীত্ৰীৰ পৰা বিশ্বৰ ধনী ব্যক্তিৰ পত্নীলৈ কেনেকৈ উত্থান হ’ল নীতাৰ?

বিশ্বৰ সকলোতকৈ দামী পানী, তিনি লাখটকীয়া কাপত পুৱাৰ চাহ, স্কুলৰ শিক্ষয়ীত্ৰীৰ পৰা বিশ্বৰ ধনী ব্যক্তিৰ পত্নীলৈ কেনেকৈ উত্থান হ’ল নীতাৰ?

3 years ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

4 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

5 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

6 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

7 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

7 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

9 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

9 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

10 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

11 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

11 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ সকলোতকৈ দামী পানী, তিনি লাখটকীয়া কাপত পুৱাৰ চাহ, স্কুলৰ শিক্ষয়ীত্ৰীৰ পৰা বিশ্বৰ ধনী ব্যক্তিৰ পত্নীলৈ কেনেকৈ উত্থান হ’ল নীতাৰ?

editor by editor
April 24, 2023
in ক্ৰীড়া, চিনেমা, জীৱনশৈলী, বাণিজ্য, বিনোদন, বিশ্ব, ভাৰত, সংগীত
0
বিশ্বৰ সকলোতকৈ দামী পানী, তিনি লাখটকীয়া কাপত পুৱাৰ চাহ, স্কুলৰ শিক্ষয়ীত্ৰীৰ পৰা বিশ্বৰ ধনী ব্যক্তিৰ পত্নীলৈ কেনেকৈ উত্থান হ’ল নীতাৰ?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নীতা আম্বানী। মুকেশ আম্বানীৰ পত্নীক চিনি নোপোৱা মানুহ হয়তো বিশ্বত কমেই ওলাব। বলীউডৰ পৰা ক্ৰিকেটৰ জগতলৈ সকলোতে আছে নীতাৰ আধিপত্য। মুম্বাই ইণ্ডিয়ানছৰ জাৰ্ছীত আইপিএলত প্ৰায়েই উপস্থিত থাকে নীতা আম্বানী। মুকেশ আম্বানী বৰ্তমান এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি। স্বামীৰ বিলাসবহুলতাৰ অংশীদাৰ পত্নী নীতাও। সেয়ে নীতাই পুৱা উঠাৰ পৰা নিশা শুৱালৈকে বিলাসবহুল এক জীৱন। বহুকেইটা সংস্থাই দাবী কৰা মতে, নীতাৰ পুৱা আৰম্ভ হয় কেইবালাখ টকীয়া একাপ চাহেৰে। যি কাপত চাহ খাই সেই কাপৰ দাম ৩ লাখ টকা। বিশেষ কাপটো অনা হৈছে জাপানৰ পৰা।

জাপানৰ এক ঐতিহাসিক বাচন নিৰ্মাণ কৰা কাৰখানাত নিৰ্মাণ কৰা হৈছে নীতাই ব্যৱহাৰ কৰা কাপটো। কাপৰ বিশেষ এটা চেট তাৰপৰাই অনাইছিল নীতাই। সেই চেটটোৰ দাম হৈছে প্ৰায় ডেৰ কোটি টকা। বিশেষ কাপৰ চেটটো নিৰ্মাণ কৰা হৈছে ২২ কেৰেট সোন আৰু প্লেটিনামেৰে। ইপিনে নীতা আম্বানীয়ে ব্যৱহাৰ কৰা হেণ্ডবেগেও লাভ কৰিছিল বিশেষ চৰ্চা। ঘৰিয়ালৰ ছালেৰে তৈয়াৰী বিশেষ বেগটোৰ দাম প্ৰায় ২ কোটি ৬ লাখ। ২০১৭ চনতেই সেই বেগটো ব্ৰিটেইনত নিলামত উঠিছিল।

হাতঘড়ীৰ পৰা আৰম্ভ কৰি জোতা, পোছাক সকলোতেই নীতাৰ আছে বিশেষ পছন্দ। দামি দামি সামগ্ৰীৰে ভৰি আছে এণ্টিলিয়া। নীতাই এযোৰ জোতা দ্বিতীয়বাৰ কাহানিও নিপিন্ধে। পোছাকৰ ক্ষেত্ৰতো একেই নিয়ম মানি চলে নীতা আম্বানীয়ে। মুম্বাইৰ আৰৱ সাগৰৰ পাৰত অৱস্থিত ৰাজপ্ৰসাদ এণ্টিলিয়াত নীতাৰ আছে এই সমূহ সংগ্ৰহ। এণ্টিলিয়া বিশ্বৰ বিলাসবহুল প্ৰাসাদসমূহৰ ভিতৰত এটা। নীতাই খোৱা পানীও এলাপেছা নহয়। নীতাই পিয়াহ দূৰ কৰিবৰ বাবে খোৱা পানীখিনি বিশ্বৰ সকলোতকৈ দামী পানী বুলি তেওঁৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰে। নীতাই খোৱা পানী আহে সুদূৰ ফ্ৰান্সৰ পৰা। সেই পানীৰ এবটলৰ দাম ভাৰতীয় মুদ্ৰাত ৪৪ লাখ টকা। নীতাৰ বাবে অহা পানীত সোনৰ ছাই মিহলোৱা থাকে। ৫ গ্ৰাম স্বৰ্ণভস্ম এই পানী অতি স্বাস্থ্যকৰ। সেয়ে এই পানীৰ দাম বেছি।

নীতাই এই বিলাসী জীৱন বিবাহসূত্ৰেই লাভ কৰিছে। মুকেশ আম্বানীৰ সৈতে বিবাহ কৰোৱাৰ পূৰ্বে নীতা আছিল অইন ১০গৰাকী মধ্যবিত্ত নাৰীৰ দৰেই সাধাৰণ। ১৯৮৫ চনত ২২ বছৰ বয়সত ধীৰুভাই আম্বানীৰ সন্তান মুকেশ আম্বানীৰ সৈতে বিবাহ কৰোৱাই নীতাই। নীতাই সাধাৰণ এক গুজৰাটি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। বিবাহৰ পূৰ্বে নীতাৰ সম্পূৰ্ণ নাম আছিল নীতা দালাল। তেওঁৰ পিতৃ ৰবীন্দ্ৰভাই দালাল আদিত্য বিৰালা গোষ্ঠীত কৰ্মৰত এজন কৰ্মচাৰী আছিল। নীতাৰ মাতৃ পূৰ্ণিমা দালাল আছিল সাধাৰণ গৃহবধূ। বিবাহৰ পূৰ্বে নীতাই এখন স্কুলত শিক্ষকতা আছিল।

মুকেশ আম্বানীৰ সৈতে বিবাহৰ পাছতো নীতাই নিজৰ পেছা এৰি দিয়া নাছিল। নীতাৰ আৰু এটা বিশেষ প্ৰতিভা হৈছে তেওঁ নৃত্য কৰিব পাৰে। ভাৰতনাট্যমত ডিগ্ৰীধাৰী নীতাই নৃত্য শিকিছিল ৬ বছৰ বয়সৰ পৰাই। পাছলৈ তেওঁ এগৰাকী পেছাদাৰী নৃত্যশিল্পী হিচাপেও অনুষ্ঠান পৰিবেশন কৰিছিল। মুকেশ আম্বানীৰ একাধিক ব্যৱসায়ত নীতাৰ শ্বেয়াৰ আছে। নিজস্ব ভাৱেও নীতাই একাধিক সংস্থা আৰম্ভ কৰিছে। ৰিলায়েন্স ফাউণ্ডেচনৰ পৰা আৰম্ভ কৰি ধীৰুভাই আম্বানী আন্তৰ্জাতিক স্কুলৰ দায়িত্বও নীতাৰ হাততেই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট
বাণিজ্য

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

August 22, 2026
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
Next Post
সূৰ্যত ধুমুহা! কেইবাখনো দেশত দেখা গৈছে বিশেষ পোহৰ, নাছাৰ ঘোষণা, ব্যাহত হ’ব পাৰে জিপিএছ সেৱা

সূৰ্যত ধুমুহা! কেইবাখনো দেশত দেখা গৈছে বিশেষ পোহৰ, নাছাৰ ঘোষণা, ব্যাহত হ’ব পাৰে জিপিএছ সেৱা

ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.