• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যত ধুমুহা! কেইবাখনো দেশত দেখা গৈছে বিশেষ পোহৰ, নাছাৰ ঘোষণা, ব্যাহত হ’ব পাৰে জিপিএছ সেৱা

সূৰ্যত ধুমুহা! কেইবাখনো দেশত দেখা গৈছে বিশেষ পোহৰ, নাছাৰ ঘোষণা, ব্যাহত হ’ব পাৰে জিপিএছ সেৱা

3 years ago
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

14 minutes ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

1 hour ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

2 hours ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

3 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

4 hours ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

4 hours ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

6 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

17 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

17 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

18 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সূৰ্যত ধুমুহা! কেইবাখনো দেশত দেখা গৈছে বিশেষ পোহৰ, নাছাৰ ঘোষণা, ব্যাহত হ’ব পাৰে জিপিএছ সেৱা

editor by editor
April 24, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব
0
সূৰ্যত ধুমুহা! কেইবাখনো দেশত দেখা গৈছে বিশেষ পোহৰ, নাছাৰ ঘোষণা, ব্যাহত হ’ব পাৰে জিপিএছ সেৱা
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কিছুদিন ধৰি সূৰ্যক কেন্দ্ৰ কৰি এটাৰ পাছত আনটো সতৰ্কবাণী দিছে নাছাই। আমেৰিকাৰ মহাকাশ গৱেষক সংস্থাই এই সতৰ্কবাণী সত্য প্ৰমাণিত হৈ পৃথিৱীৰ গাত ধাক্কা মাৰিছে সৌৰধুমুহাই। সৌৰধুমুহাৰ ফলত সূৰ্যৰ জ্বলন্ত পদাৰ্থ চৌদিশে ছিটিকি পৰিছে। সূৰ্যৰ পৰা ছিটিকি অহা বিচ্ছুৰিত সৌৰপদাৰ্থই খুন্দা মাৰিছে পৃথিৱীৰ চুম্বকীয় তৰংগত। যাৰ ফলত কিছু ক্ষয়ক্ষতিও হৈছে বুলি জনাইছে বিজ্ঞানীয়ে।

আমেৰিকাৰ নেশ্ব্যনেল ওছেনিক এণ্ড এটমোস্ফিক এডমিনিষ্ট্ৰেছন চমুকৈ নোৱাৰ তৰফৰ পৰা জনোৱা অনুসৰি সৌৰজগতৰ বিচ্ছুৰিত পদাৰ্থই খুন্দা মৰাৰ ফলত পৃথিৱীৰ চুম্বকীয় তৰংগত কম্পনৰ সৃষ্টি হৈছে। দেওবাৰে নিশাৰ পৰা ভূ-চুম্বকীয় ধুমুহা আৰম্ভ হৈছে। সোমবাৰে অৰ্থাৎ আজিও এই সৌৰধুমুহা অব্যাহত আছে। ইয়াৰ ফলত একাধিক দেশত দেখা গৈছে অভিনৱ মেৰুজ্যোতি। ইউৰূপৰ বিভিন্ন দেশত দেওবাৰে নিশাৰ আকাশত দেখা গৈছে মেৰুজ্যোতি। মহাজাগতিক আলোক দেখা গৈছে আকাশত। দক্ষিণ ইউৰূপ, ফ্ৰান্সতো এই মেৰুজ্যোতি দেখা গৈছে। চীনৰ আকাশতো উজ্জ্বল ৰঙা ৰঙৰ পোহৰ দেখিবলৈ পোৱা গৈছে। বাৰ্লিনৰ আকাশত দেখা গৈছে ডাঠ সেউজীয়া ৰঙৰ পোহৰ। এনে দৃশ্য পূৰ্বে কেতিয়াও দেখা পোৱা নাছিল বুলি দাবী কৰিছে স্থানীয় বাসিন্দাসকলে। এই দৃশ্যৰ সাক্ষী হৈছে পোলেণ্ডৰ বাসিন্দাও।

সূৰ্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চৌম্বকীয় তৰংগৰ বিস্ফোৰণৰ ফলতেই এই বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ ফলত কোটি কোটি সৌৰপদাৰ্থৰ কণা চাৰিওফালে চিটিকি পৰে। এই বিস্ফোৰিত সৌৰপদাৰ্থ কণাসমূহ মহাকাশত ঘণ্টাক ৩০লাখ কিঃমিঃ বেগত পৰিবাহিত হয়। সেই পদাৰ্থসমূহ পৃথিৱীৰ ফালে আগুৱাই আহিলে বিপদৰ সম্ভাৱনা বাঢ়ি যায়। এই আকাংক্ষাতেই সতৰ্কতা জাৰি কৰিছে নাছাই। সৌৰ ধুমুহাৰ ফলত পৃথিৱীৰ কি কি ক্ষতি হ’ব পাৰে সেই কথাও প্ৰকাশ কৰিছে বিজ্ঞানীয়ে।

নাছাৰ বিজ্ঞানী আৰু গৱেষকসকলে জনোৱা অনুসৰি ইয়াৰ ফলত পৃথিৱীত বৈদ্যুতিন আৰু চৌম্বকীয় ক্ষেত্ৰত নানান ধৰণৰ ব্যাঘাত জন্মিব পাৰে। নাছাৰ বিজ্ঞানীসকলৰ মতে, সৌৰধুমুহাৰ ফলত পৃথিৱীত চৌম্বকীয় ক্ষেত্ৰত ফাঁট মেলিব পাৰে। যাৰ প্ৰভাৱত জিপিএছ সাময়িকভাৱে বিচ্ছিন্ন হৈ পৰিব পাৰে। সৌৰধুমুহা কেইবাদিনলৈ অব্যাহত থাকিলে এই প্রভাৱ দীৰ্ঘস্থায়ীও হ’ব পাৰে।

বিজ্ঞানীয়ে লগতে কয়, এই সৌৰধুমুহাৰ ফলত পৃথিৱীত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হ’ব পাৰে। মোবাইলত নেটৱাৰ্কো দূৰ্বল হৈ পৰিব পাৰে। কোনো কোনো স্থানত নেটৱৰ্কো বিচ্ছিন্ন হ’ব পাৰে। ভূ-চুম্বকীয় ধুমুহাৰ ফলত পৃথিৱীত বিদ্যুৎ বিভ্ৰাটৰ সম্ভাৱনাও আছে বুলি জনাইছে বিজ্ঞানীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ
জীৱনশৈলী

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

June 29, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
Next Post
ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

'একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.