• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

3 years ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

1 hour ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

2 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

2 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

3 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

3 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

editor by editor
April 26, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় টেনিছ খেলুৱৈ তথা পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকৰ পত্নী ছানীয়া মিৰ্জাই বিগত কেইবামাহ ধৰি দখল কৰিছে দেশ বিদেশৰ সংবাদ শিৰোনাম। ছানিয়া আৰু ছোৱেইবৰ ডিভোৰ্ছ হ’বই নেকি, এই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা। ছোৱেইব মালিকে সম্পৰ্কটোক লৈ মুখ খোলা নাছিল যদিও শেহতীয়াকৈ পাকিস্তানৰ সংবাদ মাধ্যমত এক সাক্ষাৎকাৰ দিছে ছোৱেইবে। পাক সংবাদমাধ্যমত ছোৱেইবক ভাৰত-পাক ক্ৰিকেটৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰা হৈছিল। ইয়াৰোপৰি ছোৱেইবক ছানিয়াক লৈয়ো প্ৰশ্ন কৰা হৈছিল।

এইকেইটা প্ৰশ্নৰ উত্তৰত ছোৱেইবে কয়, ‘আমি একেলগে থাকিবলৈ সময় পোৱা নাই।’ ইয়াৰোপৰি ছোৱেইবে ভাৰত-পাক ক্ৰিকেটৰ সম্পৰ্কৰ ওপৰত কয়, ‘ক্ৰিকেটেহে ভাৰত পাকিস্তানৰ মাজত সম্পৰ্ক ভাল কৰিব।সুযোগ পালেই আমি এখন দেশে আনখন দেশৰ বিৰুদ্ধে খেলা খেলিব লাগে। এনেকৈ ক্ৰীড়াৰ মাধ্যমেৰেই সম্পৰ্ক ভাল হৈ উঠিব।’

উল্লেখ্য যে ছানিয়া-ছোৱেইবৰ সম্পৰ্ক এতিয়া কেনে সেই সম্পৰ্কে স্পষ্ট উত্তৰ দুয়োৱেই দিয়া নাই। বিগত কেইবামাহ ধৰি দুয়োৱে পৃথকেই আছে। ছানিয়াৰ জন্মদিনটো ছোৱেইবক দেখা যোৱা নাছিল। কিছুদিন পূৰ্বে ছানিয়াই দিয়া ইফতাৰ পাৰ্টীটো ছোৱেইব নাছিল। এইসমূহৰ মাজতেই পাক অভিনেত্ৰী ছানা জাভেদৰ সৈতে ছোৱেইবৰ সম্পৰ্ক থকা বুলি বহুতেই দাবীও কৰি আহিছে। ছানিয়া-ছোৱেইবৰ সম্পৰ্ক ভঙাৰ আঁৰত ছানা বুলিও বহুতে ক’ব খোজে। কিন্তু এই সম্পৰ্কে ছানা বা ছোৱেইব কোনোৱেই একো নকলেও পত্নীৰ ওপজা দিনত উপস্থিত নথকা ছোৱেইবে কিন্তু ছানাৰ জন্মদিন ধুমধামেৰে পালন কৰা দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
Next Post
কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে… বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে... বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.