• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

3 years ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

22 minutes ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

58 minutes ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

1 hour ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

3 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

4 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?

editor by editor
April 24, 2023
in চিনেমা, প্ৰযুক্তি, ভাৰত
0
ধন দিলেহে টুইটাৰ ব্লু টিক! টুইটাৰত ব্লু টিকৰ বাবে ধন দিলে অমিতাভ বচ্চনে, কিন্তু ধন নিদিয়াকৈ একাংশ চেলিব্ৰিটিয়ে উভতাই পালে ব্লু টিক তালিকাত কোন কোন?
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিছুদিন পূৰ্বে বিখ্যাত বলীউড অভিনেতা, ৰাজনীতিবিদ, ক্ৰীড়া তাৰকাৰ ব্লু টিক আঁতৰাই দিয়াক লৈ অব্যাহত আছে চৰ্চা৷ টুইটাৰ এলন মাস্কে লোৱাৰ পৰাই এটাৰ পিছত আনটো সালসলনি৷ ধন পৰিশোধ নকৰিলে ব্লু টিক আঁতৰাই দিয়াৰ সিদ্ধান্ত ল’লে এলন মাস্কে৷ ব্লু টিক আঁতৰাই দিয়াৰ তালিকাত আছে অমিতাভ বচ্চন, শ্বাহৰুখ খান, দীপিকা পাডুকন, আলিয়া ভাট্ট, বিৰাট কোহলী আৰু ৰাহুল গান্ধীকে ধৰি বহু জনপ্ৰিয় লোকো৷ বেছ কিছু সালসলনিয়েই ঘটিছে টুইটাৰত৷ ২০ এপ্ৰিলৰ পৰা ধন পৰিশোধ নকৰা সকলো ব্লু টিক উঠাই দিছে মাস্কে৷ এই ব্লু টিক উভতাই পাবৰ বাবে ধন পৰিশোধৰ কথাও কৈছে মাস্কে৷ কিন্তু কেইজনমান অভিনেতাৰ ক্ষেত্ৰত টুইটাৰে কৰিছে বিশেষ কিছু খেলিমেলিও৷ অমিতাভ বচ্চন, আলিয়া ভাট্টৰ দৰে কেইগৰাকীমান তাৰকাই ব্লু টিকৰ বাবে ছাবস্ক্ৰিপশ্ব্যন লোৱাৰ পাছতো ব্লু টিক আঁতৰাই দিয়া হৈছে৷ কিন্তু ভুলবশত টুইটাৰে এই ব্লু টিক আঁতৰাই পেলাইছিল যদিও পাছলৈ এই ব্লু টিক ওভতাই দিয়ে৷

ইপিনে ব্লু টিক পায়েই টুইটাৰৰ চিইঅ’ এলন মাস্ককল ধন্যবাদ জনাইছে বিগবী অমিতাভ বচ্চনে৷ টুইটাৰত ব্লু টিক পাবৰ বাবে এজন ব্যক্তিয়ে এতিয়াৰে পৰা পৰিশোধ কৰিব লাগিব মাহে ৯০০ কৈ টকা৷ এয়া কিন্তু মোবাইলত টুইটাৰ একাউণ্ট থকাসকলৰ বাবেহে৷ আনহাতে ডেস্কটপত টুইটাৰ ইউজাৰকাৰীসকলে প্ৰতিমাহে ৬৫০ টকাকৈ বছৰি ৬৮০০ টকা দিব লাগিব৷ মৃত চেলিব্ৰিটিসকলৰ টুইটাৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰাই দিয়া হৈছিল যদিও অৱশেষত তেওঁলোকৰ একাউণ্টৰ ব্লু টিক উভতাই দিছে মাস্কে৷ প্ৰকৃততে এটা ব্লু টিকো চেলিব্ৰিটিসকলৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ কিয়নো এজন চেলিব্ৰিটিৰ নামত বহুতেই ভুৱা একাউণ্টো খুলে৷ সেই ভুৱা একাউণ্টৰ পৰা যিকোনো পষ্টো শ্বেয়াৰ কৰে৷ তেনেক্ষেত্ৰত ব্লু টিকে প্ৰফাইলটো প্ৰকৃত হয়নে নকল সেয়া চিনাক্তকৰণত সহায় কৰে৷ হঠাতেই মাস্কে লোৱা এই সিদ্ধান্তই বহুসংখ্যক চেলিব্ৰিটি আৰু ৰাজনীতিবিদক বিপদত পেলোৱাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

September 10, 2026
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
Next Post
‘একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

'একেলগে থকাৰ সুযোগ পোৱা নাই’, ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ সঁচায়ে হৈছে? উত্তৰত কি কি ক’লে ছোৱেইবে?

কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে… বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে... বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.