• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ, বাহিৰলৈ ওলোৱাৰ সকলো পথ বন্ধ কৰি গ্ৰেপ্তাৰ কৰাৰ আঁৰত কি কাৰণ?

শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ, বাহিৰলৈ ওলোৱাৰ সকলো পথ বন্ধ কৰি গ্ৰেপ্তাৰ কৰাৰ আঁৰত কি কাৰণ?

3 years ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

15 minutes ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

44 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

1 hour ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

3 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

3 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

21 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

21 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

21 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

22 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ, বাহিৰলৈ ওলোৱাৰ সকলো পথ বন্ধ কৰি গ্ৰেপ্তাৰ কৰাৰ আঁৰত কি কাৰণ?

editor by editor
May 3, 2023
in অপৰাধ, অসম, জীৱনশৈলী, বিবিধ
0
শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ, বাহিৰলৈ ওলোৱাৰ সকলো পথ বন্ধ কৰি গ্ৰেপ্তাৰ কৰাৰ আঁৰত কি কাৰণ?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰাগাৰতেই থাকিব লাগিব শৃংখল চলিহা। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক কালি আটক কৰাৰ পাছত পুনৰ জামিন পাইছিল যদিও আজি পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তেই পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক। জিলা দণ্ডাধীশৰ নিৰ্দেশত নেশ্ব্যনেল ছিকিউৰিটি এক্টৰ অধীনত (National security act) পুনৰ গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক।

ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কিয় গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা?

নেশ্ব্যনেল ছিকিউৰিটি এক্ট অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত, যদি এজন ব্যক্তিয়ে দেশৰ ভাবুকিস্বৰূপ হৈ পৰে তেন্তে তেওঁক এই আইনৰ অধীনত আটক কৰিব পাৰি। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰক অধিক ক্ষমতা দিয়াৰ লক্ষ্যৰে ১৯৮০ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অনা হৈছিল। যদি কোনো ব্যক্তিয়ে ৰাজহুৱা শৃংখলা ব্যাহত কৰে তেন্তে সেই ব্যক্তিজনক এই আইনৰ অধীনত আটক কৰিব পাৰি। ইয়াৰোপৰি যদি এজন ব্যক্তিয়ে আন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ প্ৰতি ভাবুকি সৃষ্টি কৰে, তেন্তে তেওঁকো এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰি। এই আইনৰ দ্বাৰা সন্দেহযুক্ত বিদেশীক জামিনবিহীন ধাৰাত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰো অধিকাৰ প্ৰদান কৰে। National security actৰ অধীনত দোষী সাব্যস্ত হোৱা ব্যক্তিক ১২ মাহলৈ জামিনবিহীনভাৱে কাৰাগাৰত ৰাখিব পাৰি। এই সময়ছোৱাত, বন্দীজনৰ বিৰুদ্ধে কোনো মোকৰ্দমা কৰা নহয়। কিন্তু ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ৰ ওচৰত আপীল কৰিব পাৰিব যদিও বিচাৰৰ বাবে কোনো অধিবক্তা নিয়োগ কৰিব নোৱাৰিব।

National security act কোনে পাছ কৰাইছিল?
ইন্দিৰা গান্ধীৰ চৰকাৰে ১৯৮০ চনৰ ২৩ ছেপ্টেম্বৰত সংসদত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আনিছিল। ১৮১৮ চনত ব্ৰিটিছে বেংগল ৰেগুলেশ্যন ৩ আইন প্ৰণয়ন কৰিছিল। এই আইনৰ অধীনত ব্ৰিটিছে কোনো লোকে তেওঁলোকৰ কাৰ্যৰ বিৰুদ্ধাচৰণ কৰিলেই গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত ১৯১৯ চনত ৰ’লাট আইনে ব্ৰিটিছ চৰকাৰক বিচাৰ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাৰো অধিকাৰ প্ৰদান কৰিছিল।

উল্লেখ্য যে খালিস্তানী নেতা অমৃতপাল সিঙকো কিছুদিন পূৰ্বে National security actৰ অধীনত গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অনা হৈছে। শেহতীয়াভাৱে আজিৰ দিনটোত শৃংখল চলিহাকো এই একেই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পাছতেই একাংশ সচেতন লোকে প্ৰশ্নও কৰিছে যে, এই আইন কি কাৰণত শৃংখল চলিহাৰ ওপৰত লাঘু কৰা হ’ল?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

August 30, 2026
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!
বাণিজ্য

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

August 30, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

August 30, 2026
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা
বিশ্ব

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

August 30, 2026
Next Post
কৃত্ৰিম বুদ্ধিমত্তাই বিপদহে আনিব! AI-ৰ এগৰাকী জনক জিওফ্ৰে’ হিন্টনে পদত্যাগ কৰিলে Googleৰ‌ পৰা…

কৃত্ৰিম বুদ্ধিমত্তাই বিপদহে আনিব! AI-ৰ এগৰাকী জনক জিওফ্ৰে' হিন্টনে পদত্যাগ কৰিলে Googleৰ‌ পৰা...

সাংবাদিকৰ কাৰাবন্দীত্ব আৰু হত্যা একেবাৰেই বন্ধ হওক! ৰাষ্ট্ৰসংঘই দিছে বিশেষ প্ৰতিবেদন

সাংবাদিকৰ কাৰাবন্দীত্ব আৰু হত্যা একেবাৰেই বন্ধ হওক! ৰাষ্ট্ৰসংঘই দিছে বিশেষ প্ৰতিবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.