• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃত্ৰিম বুদ্ধিমত্তাই বিপদহে আনিব! AI-ৰ এগৰাকী জনক জিওফ্ৰে’ হিন্টনে পদত্যাগ কৰিলে Googleৰ‌ পৰা…

কৃত্ৰিম বুদ্ধিমত্তাই বিপদহে আনিব! AI-ৰ এগৰাকী জনক জিওফ্ৰে’ হিন্টনে পদত্যাগ কৰিলে Googleৰ‌ পৰা…

3 years ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

56 minutes ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

1 hour ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

2 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

3 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

3 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

4 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

22 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

22 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

22 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

23 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

কৃত্ৰিম বুদ্ধিমত্তাই বিপদহে আনিব! AI-ৰ এগৰাকী জনক জিওফ্ৰে’ হিন্টনে পদত্যাগ কৰিলে Googleৰ‌ পৰা…

editor by editor
May 3, 2023
in প্ৰযুক্তি, বিশ্ব
0
কৃত্ৰিম বুদ্ধিমত্তাই বিপদহে আনিব! AI-ৰ এগৰাকী জনক জিওফ্ৰে’ হিন্টনে পদত্যাগ কৰিলে Googleৰ‌ পৰা…
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৃত্ৰিম বুদ্ধিমত্তা(Artificial intelligence) চমুকৈ AI-ৰ প্ৰযুক্তিকৌশলৰ এগৰাকী জনক আৰু পিতৃপুৰুষ জিওফ্ৰে’ হিন্টনে(৭৫) অলপতে Googleৰ‌ পৰা পদত্যাগ কৰিছে। Googleৰ পৰা এজনৰ পাছত আনজনে পদত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে। কিন্তু জিওফ্ৰে’ হিন্টনৰ পদত্যাগৰ লগত মানৱ সভ্যতাৰ ভৱিষ্যতৰ গুৰুতৰ বিষয় এটা জড়িত হৈ থকা বাবেই এই পদত্যাগৰ খবৰে সকলোৰে দৃষ্টি কাঢ়িছে। জিওফ্ৰেৰ পদত্যাগৰ পাছতেই ‘কৃত্ৰিম বুদ্ধিমত্তা’ক লৈ সমগ্ৰ বিশ্বতে চলি অহা বিতৰ্কইয়ো লাভ কৰিছে এক নতুন মাত্ৰা। ‘নিউয়ৰ্ক টাইমছ’ এ পোনতে হিন্টনৰ পদত্যাগৰ খবৰ প্ৰকাশ কৰিছিল।

‘নিউয়ৰ্ক টাইমছ’ক দিয়া এটা সাক্ষাৎকাৰত হিণ্টনে ‘কৃত্ৰিম বুদ্ধিমত্তা’ই কঢ়িয়াই আনিব পৰা সম্ভাব্য বিপদ সম্পৰ্কে মুকলিকৈ বক্তব্য ৰখাৰ স্বাৰ্থতেই পদত্যাগ কৰিছে প্ৰকাশ কৰিছে। আৰ্টিফিচিয়েল প্ৰযুক্তিকৌশল উদ্ভাৱন প্ৰক্ৰিয়াত জড়িত হোৱা বাবে এতিয়া অনুতাপত দগ্ধ হৈছে। BBC ক দিয়া এটা সাক্ষাৎকাৰতো হিন্টনে কৈছে, ‘Right now, they’re (AI) not more intelligent than us, as far as I can tell. But I think they soon may be.’

উল্লেখ্য যে, এটা দশকৰ আগেয়ে ‘কৃত্ৰিম বুদ্ধিমত্তা’ প্ৰযুক্তিকৌশলৰ উন্নয়নৰ বাবে হিণ্টনক Googleএ নিযুক্তি দিছিল। হিণ্টনেই ChatGPTৰ দৰে systemৰ বিকাশতো অৰিহণা যোগাইছিল। ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ বিকাশে বিশ্বত বিশেষ আলোড়ন তুলিছে। চিকিৎসাকে ধৰি শিক্ষা, উদ্যোগ, প্ৰতিৰক্ষা প্ৰায় সকলোবোৰ খণ্ডতে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আৰম্ভ হৈছে। কিন্তু এই ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ সহায়েৰে কোনো অসৎ অভিপ্ৰায় থকা ব্যক্তিয়ে বিশ্বত যি কোনো প্ৰলয়ৰ সূচনাও কৰিব পাৰে বুলি বহুতেই সম্ভাৱনাও ব্যক্ত কৰিছে।

Mcafee নামৰ অনলাইন প্ৰতিষ্ঠানটোৱে ৭খন দেশৰ ৭,০৫৪ জন ব্যক্তিৰ মাজত এক সমীক্ষা চলাইছিল। কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি এক শ্ৰেণীৰ লোকে ৮৩ শতাংশ লোকৰ ধন আত্মসাৎ কৰিছে। ভাৰতৰো বহুলোক ইয়াৰ বলি হ’বলগীয়া হৈছে। ইতিমধ্যে Samsung Electronicsএ তেওঁলোকৰ কৰ্মচাৰীসকলক ChatGPT ৰ দৰে AI tools ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। IBMৰ মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ কৃষ্ণই Bloombergৰ এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছে, ‘Upto 30% of the company’s back-office roles could be replaced by AI and automation within 5 years.’

জিওফ্ৰে’ হিন্টনেও সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰত স্বীকাৰ কৰি কৈছে, ‘I’m worried about AI generated media such as images and texts fooling internet users might not be able to differentiate between genuine and false media anymore. The rise of AI technology could negatively impact the job market.’ ইয়াৰ পাছতেই সকলোৰে মনত প্ৰশ্ন হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা মানৱ সমাজৰ উপকাৰ সাধন হ’বনে সেয়া বহুতৰে মনত ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা
বিশ্ব

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

August 30, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস
প্ৰযুক্তি

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

August 29, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
Next Post
সাংবাদিকৰ কাৰাবন্দীত্ব আৰু হত্যা একেবাৰেই বন্ধ হওক! ৰাষ্ট্ৰসংঘই দিছে বিশেষ প্ৰতিবেদন

সাংবাদিকৰ কাৰাবন্দীত্ব আৰু হত্যা একেবাৰেই বন্ধ হওক! ৰাষ্ট্ৰসংঘই দিছে বিশেষ প্ৰতিবেদন

দৰাপক্ষই দিয়া গহনা দেখিয়েই বিবাহস্থলীৰ পৰা কইনাই বাহিৰ কৰিলে দৰাক! কি হৈছিল প্ৰকৃততে?

দৰাপক্ষই দিয়া গহনা দেখিয়েই বিবাহস্থলীৰ পৰা কইনাই বাহিৰ কৰিলে দৰাক! কি হৈছিল প্ৰকৃততে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.