• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

‘লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

4 years ago
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

15 minutes ago
পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

32 minutes ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

2 hours ago
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

2 hours ago
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

3 hours ago
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

3 hours ago
পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

4 hours ago
৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

5 hours ago
মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

5 hours ago
ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

6 hours ago
Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

6 hours ago
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কেতিয়াৰ পৰা হ’ব আৰম্ভ?

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কেতিয়াৰ পৰা হ’ব আৰম্ভ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

editor by editor
May 17, 2023
in অসম, জীৱনশৈলী
0
‘লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমণি বহু প্ৰতিভাসম্পন্ন এগৰাকী যুৱতী আছিল। ৰঙালীৰ আনন্দত বিহু গাই নৃত্য কৰা জোনমণি অকালতে হেৰাই যাব বুলি কোনোৱে হয়তো কল্পনা কৰা নাছিল। জোনমণিৰ মৃত্যুৰ পাছতেই গৰিমা শইকীয়া গাৰ্গে শ্বেয়াৰ কৰিছে এটা বিশেষ ফেচবুক পোষ্ট। গৰিমা গাৰ্গে জোনমণিৰ বহু প্ৰতিভাৰ কথা শ্বেয়াৰ কৰি কয় যে জুবিনৰ সৈতে জোনমণিয়ে একেখন মঞ্চত গীত পৰিবেশন কৰিবলৈ বৰ হেঁপাহ কৰিছিল।

এইসমূহ বিষয় শ্বেয়াৰ কৰি গৰিমা গাৰ্গে লিখিছে, ‘একেবাৰে অবিশ্বাস্য! সৌ সিদিনা ১৩ মে’ তাৰিখে নগাঁওৰ নেহেৰুবালিত গোটেই নিশাটো তেওঁ আমাৰ লগতে আছিল আৰু আজি হঠাৎ শুনিবলৈ পালো, তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গুচি গʼল। মাত্ৰ দুটা দিন আগতে এই মৰম লগা ছোৱালীজনীক, ইমান সাহসী আৰক্ষী বিষয়াগৰাকীক তেওঁৰ ডিউটিৰ মাজতে বৰ ওচৰৰ পৰা লগ পাইছিলোঁ। জুবিনৰ অনুষ্ঠানত গৈ নগাঁওত উপস্থিত হোৱাৰ পৰা প্ৰায় পুৱতি নিশা ভাত খাই উভটি অহাৰ সময়লৈকে তেওঁক অতি নিষ্ঠাৰে কৰ্তব্যৰত হৈ থকাই দেখিলোঁ। মৰমলগা সৰু ছোৱালীজনীক কিন্তু সকলোৱে “লেডী সিংহম” বুলিয়েই জানিছিল আৰু কৈছিল। এই সুদক্ষ আৰক্ষী বিষয়াগৰাকীৰ সতে ৪/৫ ঘণ্টা সময়ত সেইদিনা বহু কথাই পাতিছিলো। তেওঁ গান গাই, নাচি ভাল পায় বুলি জনাইছিল। কথা প্ৰসংগত তেওঁ সন্দিকৈ কলেজত পঢ়ি থকা সময়ত নিয়মীয়াকৈ নাচ আৰু গানৰ অনুষ্ঠানো কৰিছিল বুলি জনাইছিল। ধেমালি কৰি জুবিনৰ লগত কোনোবা এদিন মঞ্চত গান এটা গাব বুলিও কৈছিল। কিন্তু সেই গীতটো আৰু কেতিয়াও গোৱা নহʼব। #JunmoniRabha আৰু নাই। ৰাতিপুৱাৰ এই খবৰটোৱে আমাক সকলোকে জোকাৰি গʼল। মৃত্যু কেনেকৈ ইমান আকস্মিক আৰু অবিশ্বাস্য হৈ আহে! তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, জোনমনি নেদেখা সেই অজান পৃথিৱীখনো পোহৰাই ৰাখাগৈ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!
জীৱনশৈলী

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

November 19, 2026
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি
অসম

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

November 19, 2026
৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?
অসম

৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

November 19, 2026
মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক
জীৱনশৈলী

মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

November 19, 2026
Next Post
সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

সুদীৰ্ঘ ৯ বছৰৰ অন্তত দোষমুক্ত হ’ল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ দীপমণি শইকীয়া

কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.