• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় ভাতৃ দিৱস?

কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় ভাতৃ দিৱস?

3 years ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

17 minutes ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

40 minutes ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

1 hour ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

9 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

9 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

10 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

10 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

11 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

12 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

13 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

14 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় ভাতৃ দিৱস?

editor by editor
May 24, 2023
in জীৱনশৈলী, ভাৰত
0
কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় ভাতৃ দিৱস?
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাতৃ-ভগ্নীৰ সম্পৰ্ক সকলোৰে বাবে এক আশীৰ্ব্বাদ স্বৰূপ। তেওঁলোক হৈছে আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। জীৱনৰ আটাইতকৈ ডাঙৰ সমৰ্থন হৈছে আমাৰ ভাই-ভনী। ইয়াৰ লগতে নিজ ভাই-ভনীক এনেদৰে বুজি পায় যেনেদৰে আন কোনেও কেতিয়াও বুজিব নোৱাৰে। এজন ডাঙৰ বা সৰু ভায়েকৰ উপস্থিতি কেতিয়াবা কিছু অশান্তিকৰ আৰু একাকীত্বৰ সময়ত আটাইতকৈ ডাঙৰ সকাহ হ’ব পাৰে।

আপুনি নিজ ভাতৃৰ সৈতে দিন, মাহ বা বছৰলৈ সংযোগত নাথাকিব পাৰে, কিন্তু মনৰ পৰা সদায় ওচৰতে থাকে। আপোনাৰ বয়স ৮ বা ৮০ য়ে হওঁক, আপোনাৰ ভাতৃ ওচৰত থাকিলে আপুনি কিছু সময়ৰ বাবে আপোনাৰ সকলো চিন্তা পাহৰি থাকে। আনকি আপুনি আপোনাৰ ভাতৃৰ সৈতে নাথাকিলেও, আপুনি কেতিয়াও তেওঁলোকক বেয়া পাব নোৱাৰে কিয়নো তেওঁলোকৰ সৈতে আপোনাৰ জীৱনজোৰা স্মৃতি থাকে।

ৰাষ্ট্ৰীয় ভাতৃ দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

ৰাষ্ট্ৰীয় ভাতৃ দিৱস ২০০৫ চনৰ পৰা প্ৰতি বছৰে ২৪ মে’ত পালন কৰা হয় যদিও এই দিনটোৰ তাৎপৰ্য আৰু ইতিহাসৰ বিষয়ে যথেষ্ট বিৱৰণ উপলব্ধ নাই যদিও ভাতৃসকলৰ কৰ্মৰাজিক উদযাপন কৰাৰ বাবে এই বিশেষ দিনটোক ভাতৃসকলৰ উদ্দেশ্যে সমৰ্পণ কৰা হয়। তেতিয়াৰে পৰা আজিৰ দিনটো ৰাষ্ট্ৰীয় ভাতৃ দিৱসৰূপে পালন কৰি অহা দেখিবলৈ পোৱা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

August 11, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

August 11, 2026
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত
জীৱনশৈলী

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

August 11, 2026
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
Next Post
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবীত ৰাভা সংগঠনৰ বিশাল প্ৰতিবাদ

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবীত ৰাভা সংগঠনৰ বিশাল প্ৰতিবাদ

যদিহে আপুনি ডায়বেটিছৰ পৰা বাছি থাকিব বিচাৰে, তেন্তে কৰক এইকেইটা কাম

যদিহে আপুনি ডায়বেটিছৰ পৰা বাছি থাকিব বিচাৰে, তেন্তে কৰক এইকেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.